🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

চৌপাশৰ পৰিবৰ্তনবোৰ | Chapter 11 | Class 6 New Science Chapter 11 Question And Answer | Class 6 New Science Chapter 11 Solution AJB || Chapter 11

পাঠ ১১

চৌপাশৰ পৰিবৰ্তনবোৰ

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা-

i) সৰ্বোচ্চ পৰিমাণৰ দ্ৰাৱ দ্ৰৱীভূত হৈ থকা দ্ৰৱটো হ’ল-

a) সংপৃক্ত দ্ৰৱ

b) গাঢ় দ্ৰৱ

c) লঘু দ্ৰৱ

d) প্ৰলম্বন

উত্তৰঃ

ii) উষ্ণতা বাঢ়িলে পদাৰ্থৰ দ্ৰাৱ্যতা-

a) বাঢ়ে

b) কমে

c) নাৱাঢ়েও, নকমেও

d) বাঢ়িবও পাৰে, কমিবও পাৰে

উত্তৰঃ 

iii) এটা বস্তু দহন কৰাৰ পাছত ৰোৱা অৱশেষখিনিৰ ভৰ বস্তুটোৰ ভৰতকৈ- 

a) কম

b) বেছি

c) কমিবও পাৰে, বাঢ়িবও পাৰে

d) বেছিও নহয়, কমো নহয়- একে থাকে

উত্তৰঃ 

2. নিম্নোক্তবোৰৰ পৰা ওলোটা দিশত হ’ব পৰা প্ৰক্ৰিয়া চিনাক্ত কৰা-

a) চাউলৰপৰা ভাত ৰন্ধা

b) কাগজ এখিলা ৰকেটৰ আকৃতিত কটা

c) কাগজ এখিলা জ্বলোৱা

d) কাগজ এখিলা ভাঁজ কৰি চৰাই বনোৱা

e) মম গলোৱা

উত্তৰঃ 

3. এটা কাঁচৰ বটলৰ মুখখন পানীত বুৰাই ৰখা হৈছে। তাৰ পাছত বটলটোৰ পিছফালটো গৰম কৰা হৈছে। অলপ পাছতে পানীত বুৰবুৰণি ওলাইছে। বুৰবুৰণি কিয় ওলাইছে লিখা । 

উত্তৰঃ 

4. গৰম কৰিলে বায়ুৰ আয়তন বাঢ়ে-এই কথা প্রমাণ কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰা। 

উত্তৰঃ 

5. এলপিজি বায়ুতকৈ গধুৰ। ধৰা, ৰান্ধনিঘৰত চিলিণ্ডাৰৰ পৰা গেছবিধ ওলাই আছে। বতাহ যেনিবা বলা নাই। গেছবিধ ওপৰলৈ উৰি যাব নে তলত জমা হৈ থাকিব? 

উত্তৰঃ 

6. জ্বলালে মমবাতি এডাল নাইকিয়া হৈ যায়। কিয় নাইকিয়া হয় লিখা।

উত্তৰঃ 

7. দ্ৰাৱ, দ্ৰাৱক আৰু সংপৃক্ত দ্ৰৱৰ সংজ্ঞা লিখা। দ্ৰাৱ আৰু দ্ৰাৱকৰ উদাহৰণ দিয়া। 

উত্তৰঃ

8. বস্তু এটা জ্বলালে আচলতে কি ঘটে লিখা। উদাহৰণ দিবা।

উত্তৰঃ 

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop