Class 11 chemistry book | chapter 9 | অধ্যায় ৯ | হাইড্ৰ’জেন | Question Answer ||

অধ্যায় ৯

হাইড্ৰ’জেন

অনুশীলনী

9.1 ইলেকট্ৰনীয় বিনাসৰ ভিত্তিত পৰ্যাবৃত্ত তালিকাত হাইড্ৰ ‘জেনৰ স্থান যুক্তিযুক্ততাৰে আলোচনা কৰা

উত্তৰঃ

9.2 হাইড্ৰ ‘জেনৰ আইছ ‘ট’ পসমূহৰ নাম লিখা ।

উত্তৰঃ

9.3 সাধাৰণ অৱস্থাত হাইড্ৰ ‘জেনে একপাৰমাণৱিক ৰূপত নাথাকি কিয় দ্বিপাৰমাণৱিক ৰূপত থাকে ?

উত্তৰঃ

9.4 কয়লাৰ গেছীয়কৰণৰ পৰা পোৱা হাইড্ৰ ‘জেনৰ পৰিমাণ কেনেদৰে বৃদ্ধি কৰিব পাৰি ?

উত্তৰঃ

9.5 বৈদ্য়ুতিক পদ্ধতিৰে অধিক পৰিমাণে ডাইহাই়্ৰ’জেন কেনেদৰে প্ৰস্তুত কৰিব পাৰি ? পদ্ধতিটোত বিদ্য়ুৎবিশ্লেষ্য়ৰ ভূমিকা কি ?

উত্তৰঃ

9.6 ৰাসায়নিক বিক্ৰিসমূহ লিখা—

(i) PbS (s) + H2O2 (aq) →

উত্তৰঃ

(ii) MnO4– (aq) + H2O (aq) →

উত্তৰঃ

(iii) CaO (s) + H2O (l) →

উত্তৰঃ

(iv) AlCl3(g) + H2O (l) →

উত্তৰঃ

(v) Ca3N2(s) + H2O (l) →

উপৰিউক্ত বিক্ৰিবোৰ (a) জলবিশ্লেষণ, (b) ৰেডক্স আৰু (c) জলযোজন (hydration) বিক্ৰিয়াৰ ভিত্তিত শ্ৰেণী বিভাজন কৰা ।9

9.7 H – H বান্ধনিৰ উচ্চ বান্ধনি এনথালপিয়ে ডাইহাইড্ৰ ‘জেনৰ ৰাসায়নিক সক্ৰিয়তা কেনেদৰে প্ৰভাৱান্বিত কৰে আলোচনা কৰা ।

উত্তৰঃ

9.8 হাইড্ৰ ‘জেনৰ (i) ইলেকট্ৰন-ঘাটি, (ii) ইলেকট্ৰন যথাৰ্থ আৰু (iii) ইলেকট্ৰন সমৃদ্ধ যৌগ মানে কি বুজা ? উপযুক্ত উদাহৰণৰ দ্বাৰা ব্য়াখ্য়া কৰা ।

উত্তৰঃ

9.9 গঠন আৰু ৰাসায়নিক বিক্ৰিয়াৰ ক্ষেত্ৰত ইলেকট্ৰন-ঘাটি হাইড্ৰাইডসমূহৰ বৈশিষ্তসমুহ কি ?

উত্তৰঃ

9.10 কাৰ্বনৰ CnH2n+2 প্ৰকাৰৰ হাইড্ৰাইডসমূহ লিৱিছ এছিড নে ক্ষাৰক ? ইয়াৰ যথাৰ্থতা ব্য়াখ্য়া কৰা ।

উত্তৰঃ

9.11 অনাষ্টয়কিঅ ‘মিতীয় হাইড্ৰাইড (non-stoichiometric hydrides) বুলিলে কি বুজা ? ক্ষাৰ ধাতুসমূহে এনে ধৰণৰ হাইড্ৰাইড গঠন কৰে নে ? ব্য়াখ্য়া কৰা ।

উত্তৰঃ

9.12 হাইড্ৰ ‘জেন সঞ্চয় কৰিবলৈ ধাতৱ হাইড্ৰাইড কিয় ব্য়ৱহাৰ কৰা হয় ব্য়াখ্য়া কৰা ।

উত্তৰঃ

9.13 পাৰমাণৱিক হাইড্ৰ ‘জেন বা অক্সিহাইড্ৰ ‘জেন টৰ্চ ধাতু কাটিবলৈ আৰু জোৰা দিবলৈ কিদৰে ব্য়ৱহাৰ হয় ?

উত্তৰঃ

9.14 NH3, H2O আৰু HF ৰ ভিতৰত হাইড্ৰ ‘জেন বান্ধনিৰ মাত্ৰা কোনটোত বেছি আৰু কিয় ?

উত্তৰঃ

9.15 লৱণ- সদৃশ হাইড্ৰাইডে পানীৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰাৰ ফলত জুইৰ সৃষ্টি হয় । এই ক্ষেত্ৰত CO2 গেছক অগ্নিনিৰ্বাপক হিচাপে ব্য়ৱহাৰ কৰিব পাৰিনে ?

উত্তৰঃ

9.16 তলত দিয়াবোৰ সজোৱা—

(i) বিদ্য়ুৎ পৰিবাহিতাৰ বৰ্ধিত ক্ৰমতঃ CaH2,BeH2, TiH2

উত্তৰঃ

(ii) আয়নীয় প্ৰকৃতিৰ বৰ্ধিত ক্ৰমতঃ LiH, NaH, CsH

উত্তৰঃ

(iii) বান্ধনি বিয়োজন এনথালপিৰ বৰ্ধিত ক্ৰমতঃ H-H, D-D, F-F

উত্তৰঃ

(iv) বিজাৰক ধৰ্মৰ বৰ্ধিত ক্ৰমতঃ NaH, MgH2, H2O

উত্তৰঃ

9.17 H2O আৰু H2O2 ৰ গঠন তলনা কৰা ।

উত্তৰঃ

9.18 পানীৰ স্বতঃপ্ৰট ‘লাইছিচ (autoprotolysis) মানে কি বুজা ? ইয়াৰ বৈশিষ্ট্য় কি ?

উত্তৰঃ

9.19 পানীৰ লগত F2ৰ বিক্ৰিয়াৰদ্বাৰা জাৰণ আৰু বিজাৰণ ধৰ্ণ ব্য়াখ্য়া কৰা । এই বিক্ৰিয়াত কোনটো পদাৰ্থ জাৰিত আৰু কোনটো বিজাৰিত হয়?

উত্তৰঃ

9.21 বৰফৰ সাধাৰণ ৰূপটোৰ গঠন বৰ্ণনা কৰা ।

উত্তৰঃ

9.22 পানীৰ অস্থায়ী আৰু স্থায়ী কঠিনতাৰ কাৰণ কি ?

উত্তৰঃ

9.23 সংশ্লেষিত আয়ন বিনিময় ৰেজিনৰদ্বাৰা কঠিন পানী কোমলকৰণৰ মূলনীতি আৰু পদ্ধতি লিখা ।

উত্তৰঃ

9.24 পানীৰ উভধৰ্মী ধৰ্ম ভ্য়াখ্য়া কৰিবলৈ ৰাসায়নিক বিক্ৰিয়া লিখা ।

উত্তৰঃ

9.25 হাইড্ৰ ‘জেন পেৰক্সাইডে জাৰক আৰু বিজাৰক ধৰ্ম দেখুওৱা ৰাসায়নিৰ বিক্ৰিসমূহ লিখা ।

উত্তৰঃ

9.25 খনিজ দ্ৰব্য়মুক্ত পানী বুলিলে কি বুজা ? ইয়াক কেনেকৈ পাব পাৰি ?

উত্তৰঃ

9.27 খনিজ লৱণমুক্ত বা পাতিত পানী খোৱাৰ বাবে উপযোগী যদি নহয়, ইয়াক খোৱা পানী হিচাপে ব্য়ৱহাৰ কিবলৈ কি কৰিব লাগে?

উত্তৰঃ

9.28 জীৱমণ্ডল আৰু জীৱজগতৰ বাবে পানীৰ প্ৰয়োজন কেনেকোৱা আলোচনা কৰা ।

উত্তৰঃ

9.29 দ্ৰাবক হ ‘বলৈ পানীৰ কেনে ধৰ্মৰ প্ৰয়োজন ? ই কেনেধৰণৰ যৌগিক (i) দ্ৰবীভূত আৰু (ii) জলবিশ্লেষিত কৰিব পাৰে?

উত্তৰঃ

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping