🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

বল আৰু গতি | অধ্যায় ১১ | Chapter 11 | Class 8 Science Sankardev School Question Answer Assam | Class 8 Science Sankardev School Question Answer Solution | ভাৰতী বিজ্ঞান পৰিচয় | শংকৰদেৱ বিদ্যালয় অষ্টম শ্ৰেণী বল আৰু গতি পাঠটো প্ৰশ্ন উত্তৰ অধ্যায় ১১ | Class 8 Science Free Question Answer Notes |

 বল আৰু গতি

অধ্যায় ১১

 চমু প্ৰশ্নঃ

১. স্থিৰ অৱস্তাত থকা বস্তু এটাক কেনেকৈ গতি প্ৰদান কৰিব পাৰি?

উত্তৰঃ- 

২. গৈ থকা বস্তু এটাৰ ওপৰত বল প্ৰয়োগ কৰিলে কি কি হ’ব পাৰে?

উত্তৰঃ-

৩. গতিৰ দিশ সলনি কৰিবলৈ কি কৰিব লাগে?

উত্তৰঃ-

৪. এটা গধুৰ বস্তু দাঙিবলৈ আমি বেছি বল প্ৰয়োগ কৰিব লাগে আৰু পাতল বস্তু দাঙিবলৈ কম বল প্ৰয়োগ কৰিব লাগিব। কাৰণ কি বুজাই লিখা। 

উত্তৰঃ-

৫. বস্তুৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়া উদাহৰণ দিয়া।

উত্তৰঃ-

৬. বস্তুৰ আকৃতি পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ দিয়া। 

উত্তৰঃ- বস্তুৰ আকৃতি পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ হ’ল-

৭. তলৰ বলকেইটা সংজ্ঞা দিয়াঃ

(ক) স্থিতিস্থাপক বল

উত্তৰঃ বল প্ৰয়োগ কৰি কোনো এটা বস্তুৰ দৈৰ্ঘ্য, আয়তন অথবা আকাৰ সলনি কৰিব বিচাৰিলে বস্তুটোৱে বাধা প্ৰদান কৰে। ফলত বস্তুটোৰ ভিতৰত প্ৰয়োগ কৰা বলৰ বিপৰীতে দিশত এটা নিজা বলৰ সৃষ্টি হয়। এই বলকে স্থিতিস্থাপক বল। 

(খ) চুম্বকীয় বল 

উত্তৰঃ চুম্বকে আন চুম্বকৰ ওপতৰ বা চুম্বকজাতীয় পদাৰ্থৰ ওপৰত যি বল প্ৰয়োগ কৰে সেই বলকে চুম্বকীয় বল বােলে।

(গ) মহাকৰ্ষনিক বল

উত্তৰঃ প্ৰখ্যাত বিজ্ঞানী নিউটনৰ সূত্ৰমতে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে প্ৰতিটো বস্তুক আকৰ্ষণ কৰি আছে। বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো দুটা বস্তুৰ মাজত থকা এই আকৰ্ষণী বলেই মহাকৰ্ষণিক বল। 

(ঘ) নিউক্লীয় বল

উত্তৰঃ প্ৰত্যেক পৰমাণুৰ কেন্দ্ৰস্থলত পৰমাণুৰ নিউক্লিয়াছ থাকে। এই নিউক্লিয়াছ প্ৰ’টন আৰু নিউট্ৰনেৰে গঠিত। প্ৰ’টন ধনাত্মক আধান বিশিষ্ট আৰু নিউট্ৰন আধানবিহীন। নিউক্লিয়াছত থকা এই প্ৰ’টন আৰু নিউট্ৰনবোৰক এক শক্তিশালী আকৰ্ষণী বলে বান্ধি থূপ খুৱাই ৰাখিছে। এই বলকে নিউক্লীয় বল বোলে।

৮. তলৰ অৱস্থাসমূহত বল প্ৰয়োগ কৰা কাৰকবোৰ আৰু কোনবোৰ বস্তুৰ ওপৰত বল প্ৰয়োগ কৰা হৈছে চিনাক্ত কৰা। 

(ক) ৰস উলিয়াবলৈ হাতৰ আঙুলিৰে এটুকুৰা নেমু চেপি ধৰা।

(খ) টুথপেষ্ট টিবৰ পৰা পেষ্ট উলিওৱা 

(গ) বেৰৰ হাঁকোটাৰপৰা ওলমাই থোৱা স্প্ৰিং এডালৰ আনটো মূৰত গধুৰ ভাৰ এটা ওলমাই ৰখা হৈছে ।

(ঘ) নিৰ্দিষ্ট উচ্চতাৰ প্ৰতিষ্ঠাপিত দণ্ড এডাল অতিক্ৰম কৰিবলৈ খেলুৱৈ এজনে জঁপিওৱা।

৯. এটা বস্তুৰ ওপৰত দুটা বলে একে সময়ত ক্ৰিয়া কৰিবলৈ মুঠ ফল কি হ’ব?

উত্তৰঃ-

১০. যেতিয়া দুটা বা তাতোধিক বলে এটা বস্তুৰ ওপৰত বিভিন্ন দিশত ক্ৰিয়া কৰে কি ঘটিব?

উত্তৰঃ-

১১.  দ্রুতি কাক বােলে? দ্রুতিৰ মান কেতিয়া বৃদ্ধি পায় আৰু কেতিয়া কমে?

উত্তৰঃ- 

১২. বল প্রয়ােগ কৰিলে বস্তুৰ গতি অৱস্থাৰ পৰিৱৰ্তন হ’বই নে? এটা উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ-

 ১৩. তলৰ উক্তিবােৰত খালী স্থান পূৰ কৰা— 

ক) কুঁৱাৰপৰা পানী তুলিবলৈ আমি ৰছীডাল________লাগে। 

খ) বােজাই কৰা ট্রলিগাড়ী এখন গতি কৰাবলৈ আমি ইয়াক________লাগিব।

গ ) দুটা বস্তুৰ_________ক্রিয়াৰ বাবে বলৰ জন্ম হয়। 

ঘ )__________বলৰ উৎস বৈদ্যুতিক আধান।

Type- Nayan jyoti Bordoloi 

Author: Himashree Bora.

Post ID : DABP006171

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop