🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

শব্দ | অধ্য়ায় ১৩ | Chapter 13 | Class 8 Science Sankardev School Question Answer Assam | Class 8 Sankardev School Question Answer Solution | ভাৰতী বিজ্ঞান পৰিচয় | Class 8 Sankardev School Free Question Answer Notes | শংকৰদেৱ বিদ্যালয় অষ্টম শ্ৰেণী প্ৰশ্ন উত্তৰ | অধ্যায় ১৩ | Chapter 13 | শংকৰদেৱ বিদ্যালয় অষ্টম শ্ৰেণী শব্দ পাঠটো প্ৰশ্ন উত্তৰ |

শব্দ 

অধ্য়ায় ১৩

অনুশীলনীঃ

 ১। কম্পনে শব্দৰ সৃষ্টি কৰে । এটা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ- কম্পনে শব্দৰ সৃষ্টি কৰে। ইয়াৰ এটা উদাহৰণ 

 ২। অতিশব্দ আৰু অৱশ্রাব্য শব্দ কি কি?

উত্তৰঃ- 

৩। এক হার্টজ কাক বােলে?

উত্তৰঃ- কম্পনাংকৰ একক হ’ল হাৰ্টজ। এক ছেকেণ্ডত এবাৰ কঁপিলে কম্পনাংক 1 হাৰ্টজ। ইয়াকে এক হাৰ্টজ বোলে।

৪। মানুহৰ বাবে শব্দ প্ৰদূষণ কিয় অপকাৰী ব্যাখ্যা কৰা।

উত্তৰঃ- পৰিৱেশত অত্যাধিক বা অবাঞ্চনীয় শব্দৰ উপস্থিতিক শব্দ প্ৰদূষণ বুলি কোৱা হয়। শব্দ প্ৰদূষণৰ কিছুমান উৎসৰ এখন তালিকা প্ৰস্তুত কৰা।

        শব্দ প্ৰদূষণৰ মুখ্য কাৰণসমূহ হ’ল যান-বাহনৰ শব্দ, ফটকাৰ শব্দকে ধৰি সকলো প্ৰকাৰৰ বিস্ফোৰণ, কল-কাৰখানাৰ যন্ত্ৰপাতি, লাউডস্পিকাৰ আদি। আমাৰ চাৰিওফালে হোৱা অত্যাধিক কোলাহলে নানা স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি তোমালোকে জানানে ? টোপনি নোহোৱা, উচ্চ ৰক্তচাপ, উৎকন্ঠা, আৰু বহুতো স্বাস্থ্য বিসংগতি কাৰণ শব্দ প্ৰদূষণ। উচ্চ স্বৰৰ শব্দ অবিৰত ভাবে শুনি থাকিলে মানুহৰ স্থায়ী অথবা অস্থায়ীৰূপত শ্ৰবণ বিসংগতি হ’ব পাৰে। 

৫। বিজুলী পােহৰ দেখাৰ অলপ পিছতহে ঢেকেনিৰ শব্দ শুনা যায় কিয়?

উত্তৰঃ-  

৬। শব্দ ভালদৰে প্রতিফলিত কৰিব পৰা দুবিধ পদাৰ্থৰ আৰু শব্দ ভালদৰে প্রতিফলন দুবিধ পদাৰ্থৰ নাম লিখা।

উত্তৰঃ-

 ৭। ডাঙৰ প্রেক্ষাগৃহত শব্দৰ প্রতিফলন হলে কি অসুবিধা হ’ব?

উত্তৰঃ-

 ৮। ডাঙৰ প্রেক্ষাগৃহত শব্দৰ প্রতিফলন দূৰ কৰিবলৈ কি ব্যৱস্থা কৰা হয়? 

উত্তৰঃ-

B. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 

ক ) শব্দ সঞ্চাৰিত হ’ব পৰা মাধ্যম হৈছে – 

(i) একমাত্র গেছ

(ii) গােটা পদার্থ মাত্র

(iii) একমাত্র জুলীয়া পদার্থ

(iv) গােটা , জুলীয়া আৰু গেছীয় পদার্থ । 

উত্তৰঃ (iv) গোটা, জুলীয়া আৰু গেছীয় পদাৰ্থ।

খ) পানীত শব্দৰ বেগ – 

(i) 1200 মিঃ / ছেঃ

(ii) 1300 মিঃ / ছেঃ

(iii) 1400 মিঃ / ছেঃ

(iv) 1450 মিঃ / ছেঃ

উত্তৰঃ (iii)1400 মি : ছে:

 গ) মানুহৰ শ্ৰাব্য কম্পাংকৰ পৰিসৰ– 

(i) 20-2000 হার্টজ

(ii) 200-200,000 হার্টজ 

(iii) 20-20,000 হার্টজ

(iv) 20-200,000 হার্টজ

উত্তৰঃ (iii)20-20,000 হাৰ্টজ।

ঘ) কাৰ মাত কম কম্পনাংকৰ হ’ব – 

(i) কেঁচুৱা ছােৱালী 

(ii) কেঁচুৱা ল’ৰা

(iii) পুৰুষ

(iv) মহিলা

উত্তৰঃ (i) কেঁচুৱা ছোৱালী।

 C. শুদ্ধ – অশুদ্ধ নির্ণয় কৰা –

(ক) বাদুলিয়ে সৃষ্টি কৰা শব্দ মানুহে শুনে।

উত্তৰঃ অশুদ্ধ।

(খ) চন্দ্রপৃষ্ঠতাে দুজন মানুহে কথা পাতিব পাৰিব।

উত্তৰঃ অশুদ্ধ।

(গ) সকলাে বস্তুৱে কম – বেছি পৰিমাণে শব্দ প্রতিফলিত কৰে।

উত্তৰঃ শুদ্ধ।

(ঘ) বায়ুশূন্য স্থানত শব্দ সঞ্চাৰিত হ’ব নােৱাৰে। 

উত্তৰঃ শুদ্ধ।

(ঙ) শব্দ প্ৰদূষণে শ্ৰৱণ বিসংগতি সৃষ্টি কৰিব পাৰে।

উত্তৰঃ শুদ্ধ।

 D. উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা 

(i) কম্পাংকৰ একক হৈছে                 । 

উত্তৰঃ হাৰ্টজ।

(ii) শব্দৰ বেগতকৈ  বেগ বেছি ।

উত্তৰঃ পোহৰ।

(ii) বাদুলিয়ে উচ্চ                   অতি শব্দ নির্গত কৰে । 

উত্তৰঃ কম্পনাংক।

(iv) আমি  ৰে শব্দ শুনাে।

উত্তৰঃ কাণেৰে।

(v) গৰম বায়ুত শব্দৰ বেগ  ।

উত্তৰঃ বেছি।

 E. ( i ) জুলীয়া পদাৰ্থৰ মাজেদি শব্দ সঞ্চাৰিত হােৱাৰ এটা পৰীক্ষা বর্ণনা কৰা। 

উত্তৰঃ-

(ii) মাধ্যম নহ’লে শব্দ সঞ্চাৰিত হ’ব নােৱাৰে । তাকে প্রতিপন্ন কৰিবলৈ এটা পৰীক্ষা বর্ণনা।

উত্তৰঃ-

 (iii) সাগৰত ভাহি থকা জাহাজ এখনৰপৰা পানীৰ তললৈ পঠিওৱা এটা শব্দ ২ ছেকেণ্ড পিছত জাহাজলৈ প্রতিফলিত হৈ আহিল । সেই ঠাইত সাগৰৰ গভীৰতা কিমান?

উত্তৰঃ-

 (iv) 1/15 ছেকেণ্ড ব্যৱধানত দুটা শব্দ কাণত পৰিলেহে মানুহে শব্দ দুটাৰ পাৰ্থক্য ধৰিব পাৰে । প্রতিধ্বনি শুনিবলৈ এজন মানুহ আৰু এখন পাহাৰৰ মাজত সর্বনিম্ন দূৰত্ব কিমান হ’ব লাগিব?

উত্তৰঃ- 

Type- Nayanjyoti Bordoloi 

Author: Himashree Bora.

Post ID : DABP006174

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop