বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া | অধ্য়ায় ১৪ | Chapter 14 | Class 8 Science Sankardev School Question Answer Assam | Class 8 Sankardev School Question and Answer Solution | ভাৰতী বিজ্ঞান পৰিচয় | Class 8 Science Sankardev School Question Answer Notes | শংকৰদেৱ বিদ্যালয় অষ্টম শ্ৰেণী বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া পাঠটো প্ৰশ্ন উত্তৰ |

বিদ্যুৎ প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া

অধ্য়ায় ১৪

১ ) খালী ঠাই পূৰ কৰা –

 ক) বিদ্যুৎ পৰিবহণ ৰা বেছিভাগ জুলীয়া পদার্থই , ,    , ৰ দ্ৰৱ।

উত্তৰঃ সাৰ, আৰু,লৱণ।

 খ) দ্ৰৱ এটাৰ মাজেৰে প্রবাহিত হােৱা বিদ্যুতে  ক্ৰিয়াৰ সৃষ্টি হয়। 

উত্তৰঃ ৰাসায়নিক।

গ ) কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্রবাহিত কৰিলে বেটাৰীৰ   মেৰুৰ লগত সংযােগ কৰা পাটৰ ওপৰত তামৰ প্রলেপ পৰিব।

উত্তৰঃ ঋণাত্মক। 

ঘ) বিদ্যুতৰদ্বাৰা কোনাে এবিধ বিচৰা ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত দিয়া কার্যক  বােলে।

উত্তৰঃ বিদ্যুৎ।

 ২ ) যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক শলাই বিক্ষেপণ দেখুৱায়। তুমি কাৰণটো ব্যাখ্যা কৰা।

উত্তৰঃ 

৩।  তিনিবিধ জুলীয়া পদাৰ্থৰ নাম লিখা , যিবােৰ চিত্ৰত দেখুওৱা ধৰণে পৰীক্ষা কৰিলে চৌম্বিক শলাৰ বিক্ষেপণ ঘটিব পাৰে।

৪। চিত্ৰত দেখুওৱা ব্যৱস্থাত বাল্বটো জ্বলা নাই। সম্ভৱৰ কাৰণবোৰ লিখা। তোমাৰ উত্তৰ ব্যাখ্যা কৰিবা। 

৫. বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহণ কৰেনে? যদি নকৰে, তেন্তে ইয়াক পৰিবাহী কৰিবলৈ আমি কি কৰিব পাৰোঁ?

উত্তৰঃ

৬. অগ্নিকাণ্ডত অগ্নি নির্বাপকসকলে পানীৰ নল খােলাৰ আগতে সেই ঠাইখিনিৰ বিদ্যুৎ যােগান বন্ধ কৰি দিয়ে । ইয়াৰ কাৰণ কি বুলি ভাবা। 

উত্তৰঃ

৭. উপকূলীয় অঞ্চলত থকা এটি শিশুৱে তেওঁৰ টেষ্টাৰৰ সহায়ত খােৱা পানী আৰু সাগৰৰ পানী পৰীক্ষা কৰিলে। তেওঁ দেখিলে যে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপণ হৈছে। কাৰণটো ব্যাখ্যা কৰা।

উত্তৰঃ

৮. ধাৰাসাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্রি এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নে? কাৰণ দশোৱা ।

উত্তৰঃ

 ৯. তােমাৰ চাৰিওফালৰ বিদ্যুৎলেপন বিশিষ্ট বস্তুবােৰৰ এখন তালিকা প্রস্তুত কৰা। 

উত্তৰঃ

১০. পানীত কপাৰ ছালফেট মিহলালে কিয় বিদ্যুৎ পৰিবাহী হয়? 

উত্তৰঃ

১১. এটা বর্তনীৰ চিত্ৰ আঁকি কপাৰ ছালফেটৰ দ্ৰৱৰ মাজেৰে চালিত আয়নৰ দিশ দেখুওৱা।

উত্তৰঃ

 ১২. তড়িৎলেপন কি?

উত্তৰঃ 

 ১৩. এখন লােৰ চামুচত তামৰ প্রলেপ দিব লাগে। এই প্রলে কেনেকৈ দিব পাৰি বর্তনী চিত্রেৰে দেখুওৱা।

উত্তৰঃ

 ১৪. বিদ্যুত বিশ্লেষ্য তৰল কাক বােলে? এনে তৰলৰ মাজেদি বিদ্যুৎ প্রবাহ কেনেদৰে চালিত হয়? 

উত্তৰঃ কপাৰ ছালফেটৰ দৰে যিবোৰ তৰলৰ মাজেদি বিদ্যুত প্ৰবাহ চালিত হয় সেইবোৰক বিদ্যুত বিশ্লেষ্য বোলা হয়।এনে তৰলত সদায় ধনাত্মক আৰু ঋণাত্মক ভাৱে আহিত আয়ন থাকে। 

১৫. বিদ্যুতলেপন কাক বােলে? এই পদ্ধতিৰে ধাতুৰ পাট এখনৰ ওপৰত ৰূপৰ প্রলেপ কেনেদৰে দিব পাৰি ব্যাখ্যা কৰা।

উত্তৰঃ লোৰ পাতৰ ওপতৰ তামৰ প্ৰলেপ দিয়াৰ দৰে একে পদ্ধতিৰে বিভিন্ন পদাৰ্থৰ ওপৰত নানা ধাতুৰ প্ৰলেপ দিব পাৰি। এনেদৰে বিদ্যুত প্ৰবাহ চালিত কৰি ধাতুৰ প্ৰলেপ দিয়া ক্ৰিয়াক বিদ্যুতলেপন বোলা হয়। 

Type- Nayan Jyoti Bordoloi

Author: Himashree Bora.

Post ID : DABP006175

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping