🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

বৈদ্যুতিক প্ৰবাহ আৰু ইয়াৰ ক্ৰিয়া | চতুৰ্দশ অধ্যায় | Chapter 14 | Class 7 Science Sankardev Question Answer | সপ্তম শ্ৰেণীৰ প্ৰশ্ন উত্তৰ | Class 7 Question Answer | Sankardev School Free Question Answer

বৈদ্যুতিক প্ৰবাহ আৰু ইয়াৰ ক্ৰিয়া

চতুৰ্দশ অধ্য়ায় 

অনুশীলনী

A. জ্ঞানভিত্তিক প্ৰশ্ন (Knowledge based Questions)   

১। কোষ কি?

উত্তৰঃ

২। বৰ্তনী চিত্ৰ কি?

উত্তৰঃ

৩। বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়া কি?

উত্তৰঃ

৪। বৈদ্যুতিক প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া কি?

উত্তৰঃ

৫। বিদ্যুৎ চুম্বক কি?

উত্তৰঃ

 B. ক্ৰিয়া-কলাপ সম্বন্ধীয় প্ৰশ্ন (Activity based Questions)

১। তোমাৰ আচাৰ্যৰ সহায়ত “বিদ্যুৎ প্ৰবাহিত হ’লে যে তাপৰ উৎপত্তি হয়”—–এটা পৰিক্ষা কৰা।

উত্তৰঃ

২। আচাৰ্যৰ সহায় লৈ বিদ্যুৎ প্ৰবাহৰো যে চুম্বকত্ব আছে এটা পৰিক্ষাৰ সহায়ত প্ৰমাণ কৰি দেখুওৱা।

উত্তৰঃ

৩। এডাল বিদ্যুৎ চুম্বক তৈয়াৰ কৰা।

উত্তৰঃ

C. চমু উত্তৰ দিয়া– 

১। বিদ্যুৎ প্ৰবাহৰ দুটা ফল লিখা।

উত্তৰঃ

২। এটা কম্পাছৰ ওচৰত পৰিবাহী তাঁৰেৰে বিদ্যুৎ সংযোগ কৰিলে চুম্বক কাঁটাৰ বিক্ষেপণ হয় কিয়?

উত্তৰঃ

৩। বিদ্যুৎ প্ৰবাহৰ দ্বাৰা তাপ উৎপন্ন কৰি ব্যৱহাৰ কৰা দুবিধ বৈদ্যুতিক সঁজুলিৰ নাম লিখা।

উত্তৰঃ

৪। বিদ্যুৎ চুম্বকৰ ক্ৰিয়াফলৰ ওপৰত ভিত্তি কৰি সজা দুবিধ সঁজুলিৰ নাম লিখা।

উত্তৰঃ

৫। ‘ফিউজ’ কি? যিকোনো তাঁৰকেই ফিউজ হিচাপে সংযোগ কৰিব পাৰিনে?

উত্তৰঃ

৬। বিদ্যুৎ কোষ এটাত থকা তিন্টা প্ৰধান বস্তু কি কি?

উত্তৰঃ

৭। বৈদ্যুতিক বাল্বত ব্যৱহাৰ কৰা তাঁৰডাল অতি মিহি। ইয়াৰ কাৰণ কি?

D. দীঘল প্ৰশ্ন (Long Answer Questions)

১। তিনিটা বিদ্যুৎ কোষ একেলগে ব্যৱহাৰ কৰি বৰ্তনীত বেছি পৰিমাণৰ প্ৰবাহ পাবৰ কাৰণে কোষকেইটা কেনেদৰে সংযোগ কৰিবা চিত্ৰ আঁকি দেখুওৱা।

উত্তৰঃ

২। এডাল লোৰ টুকুৰা বা গজাল এটা কেনেকৈ বিদ্যুৎ চুম্বক কৰিব পাৰি তাৰ এটা বৰ্তনী চিত্ৰ আঁকা।

উত্তৰঃ

৩। বিদ্যুৎ চুম্বক এডালৰ চুম্বকত্ব কেনেকৈ বঢ়াব পাৰি?

উত্তৰঃ

৪। একে দৈৰ্ঘৰ এডাল মিহি আৰু এডাল মোটা তাঁৰৰ দুয়োমূৰে একে বিভৱ ভেদ একে সময়ৰ বাবে প্ৰয়োগ কৰা হ’ল। কোনডাল তাঁৰত বেছি তাপ উৎপন্ন হ’ব। ইয়াৰ কাৰণ উল্লেখ কৰা।

E. খালী থাই পূৰ কৰা—

১। তিনিটা কোষ______সংযোগ কৰিলে মুঠ বিভৱ ভেদ একেই থাকে।

উত্তৰঃ

২। একে সমান পৰিমাণৰ বিদ্যুৎ প্ৰবাহ চালিত হ’লে মিহি তাঁৰ এডালত মোটা তাঁৰ এডালতকৈ______তাপ সৃষ্টি।

উত্তৰঃ

৩। বিদ্যুৎ প্ৰবাহে পৰিবাহীত______উৎপন্ন কৰে।

উত্তৰঃ

৪। ঘৰৰ বৈদ্যুতিক বৰ্তনী এটা______থাকে।

উত্তৰঃ

৫। তিতা হাতেৰে কেতয়াও______অন-অফ কৰিব নালাগে।

উত্তৰঃ

F. সজাই লিখা—

1. বিদ্যুৎ বৰ্তনী চিত্ৰ এটা
2. MCB
3. হিটাৰ
4। বিদ্যুৎ চুম্বক
1. খোলা বৰ্তনী
2. বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া
3. বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া  
4. বৰ্তনী চিত্ৰ    

 উত্তৰঃ

Type Himanku bora

Post ID : DABP006290

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop