তিনিটা নামেৰে মোৰ নামটো গঠিত, প্ৰথমে দ্বিতীয়ই মিলি সোমাওঁ ফলত । দ্বিতীয়ই তৃতীয়ই মিলি থাকো ভড়ালৰ চুকত,প্ৰথমে তৃতীয়ই মিলি নদীত মিহলো ? Posted on 09/02/2023 | Posted on Puspa Kakati উত্তৰঃ বাদুলি । Post Views: 109