Class 7 General Science Book Lesson 10

অনুশীলনী

১) দৌৰ শেষ হোৱাৰ পিছত খেলুৱৈ এজনে সাধাৰণতে লোৱাতকৈ বেছি খৰকৈ আৰু দীঘলীয়াকৈ কিয় উশাহ-নিশাহ লয় ?

উত্তৰ-

২) বায়বীয় আৰু অবায়বীয় শ্বসনৰ সাদৃশ্য আৰু পাৰ্থক্যৰ তালিকা কৰা । 

উত্তৰ-

৩) যেতিয়া আমি উশাহত অতি বেছি ধূলিকণাযুক্ত বায়ু গ্ৰহণ কৰো, তেতিয়া আমি কিয় সঘনাই হাঁচিয়াও?

উত্তৰ-

৪) তিনিটা  পৰীক্ষানলী লোৱা। প্ৰত্যকটোৰ ৩\৪ অংশ পানীৰে বৰাই লোৱা। ক” “খ আৰু ‘গ নামেৰে লেবেল লগাই দিয়া। ‘ক’ পৰীক্ষানলীত এটা শামুক লোৱা ‘খ পৰীক্ষা নলীত এটা জলজ উদ্ভিদ আৰু ‘গ পৰীক্ষানলীত উদ্ভিদ, শামুক দুয়োটাকে ভৰাই লোৱা। কোনটো পৰীক্ষানলীত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ আটাইতকৈ বেছি হ’ব ?

উত্তৰ-

৫) সঠিক উত্তৰত চিন দিয়া ঃ 

ক) পঁইতাচোৰাৰ শৰীৰলৈ __________ ৰ যোগেদি বায়ু সোমাই আহে । 

i) হাঁওফাওঁ    ii) ফুল 

iii) বায়ু ছিদ্ৰ    iv) ছাল 

উত্তৰ-

খ) গধুৰ ব্যায়ামৰ সময়ত আমাৰ ভৰিত জমা হোৱা __________ৰ বাবে সিৰামূৰি ধৰে । 

(i) কাৰ্বন-ডাই-অক্সাইড             (ii)   লেক্ টিক এছিড

(iii) বায়ু ছিদ্ৰ                              (iv) পানী

উত্তৰ-

গ) এজন প্ৰাপ্ত বয়স্ক মানুহৰ জিৰণিৰ সময়ত প্ৰতি মিনিটত স্বাভাৱিক উশাহ-নিশাহৰ হাৰৰ গড় বিস্তৃতি

i) ৯-১২    ii) ১৫-১৮

iii) ২১-২৮ iv) ৩০-৩৩ 

উত্তৰ-

ঘ) নিশাহৰ সময়ত কামিহাড়বোৰ 

i) বাহিৰলৈ গতি কৰে     ii) তললৈ গতি কৰে 

iii) ওপৰলৈ গতি কৰে  iv) কোনো ধৰণৰ লৰচৰ নকৰে 

উত্তৰ-

৬) স্তম্ভ ১ৰ লগত স্তম্ভ ২ বিষয়সমূহ মিলোৱা 

উত্তৰ-

৭) উক্তিবোৰ শুদ্ধ হ’লে “শু” আৰু অশুদ্ধ হ’লে “অ” লিখা ঃ 

i) ব্যায়ামৰ সময়ত ব্যক্তি এজনৰ উশাহ-নিশাহৰ হাৰ কমি যায় । (শু\অ) 

উত্তৰ-

ii) উদ্ভিদে দিনৰ ভাগত কেৱল সালোক সংশ্লেষণ আৰু নিশাৰ ভাগত কেৱল শ্বসন কৰে । (শু \ অ) 

উত্তৰ-

iii) ভেকুলীয়ে সিহঁতৰ ছাল আৰু হাঁওফাওঁৰ জৰিয়তে শ্বসন কাৰ্য সমাধা কৰে । ( শু\অ) 

উত্তৰ-

iv) মাছৰ শ্বসনৰ বাবে হাঁওফাওঁ আছে । ( শু\অ)

উত্তৰ-

v) বক্ষগহ্বৰৰ আকাৰ উশাহৰ সময়ত বৃদ্ধি হয় । ( শু\অ) 

উত্তৰ-

৮) জীৱৰ শ্বসনৰ লগত সম্পৰ্ক থকা বিভিন্ন শব্দৰ বানানসমূহ তলত দিয়া বৰ্গবোৰত লুকাই আছে এই শব্দবোৰ যিকোনো দিশতে ওপৰৰ পৰা তললৈ, পথালিকৈ, বেঁকাকৈ থাকিব পাৰে । শ্বসন তন্ত্ৰৰ শব্দবোৰ বিচৰা। শব্দবোৰৰ  ইংগিত বৰ্গটোৰ তলত হৈছে । 

i) পতংগৰ বায়ুনলী । 

উত্তৰ-

ii) বক্ষ গহ্বৰক  আৱৰি থকা হাড়ৰ সাজোন । 

উত্তৰ-

iii) বক্ষ গহ্বৰৰ মাংসপেশীযুক্ত তল । 

উত্তৰ-

iv) পাতৰ পৃষ্ঠ ভাগত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ । 

উত্তৰ-

v) পতংগৰ দেহৰ কাষৰ বা পাৰ্শ্বফালে থকা সৰু বিন্ধা।

উত্তৰ-

vi) মানুহৰ শ্বাস-প্ৰশ্বাস অংগ । 

উত্তৰ-

vii) যি বিন্ধাৰে আমি উশাহ-নিশাহ লওঁ । 

উত্তৰ-

viii)শ্বাসনলীকা থকা এবিধ পতংগ

উত্তৰ-

ix) এবিধ অবাত জীৱ 

উত্তৰ-

৯) পৰ্বতাৰোহণকাৰীয়ে অক্সিজেন তেওঁলোকৰ লগত কঢ়িয়াই নিয়ে কাৰণ, 

ক) ৫ কি.মি তকৈ অধিক উচ্চতাত বায়ু নেথাকে । 

খ) এজন ব্যক্তিৰ প্ৰয়োজনীয় বায়ু ভূ-পূষ্ঠতকৈ কম হোৱাৰ বাবে । 

গ) বায়ুৰ উষ্ণতা ভু-পৃষ্ঠতকৈ বেছি । 

ঘ) বায়ুৰ চাপ ভূ-পৃষ্ঠতকৈ বেছি । 

উত্তৰ-

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping