🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 7 General Science Book Lesson 15

অনুশীলনী

১) খালী ঠাই পূৰ কৰা- 

(ক) যিটো প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি তাক  প্ৰতিবিম্ব বোলে।

উত্তৰ-

(খ) এখন উত্তৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ববোৰ সদায় আকাৰত লক্ষ্যবস্তুৰ সমান হয়।

উত্তৰ-

গ) এখন   দাপোনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব সদায় আকাৰত লক্ষ্যবস্তুৰ সমান হয়।

উত্তৰ-

ঘ) পৰ্দাত পাব পৰা প্ৰতিবিম্বক বোলে।

উত্তৰ-

ঙ) অৱতল   দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি ।

উত্তৰ-

২) তলৰ উক্তিবোৰ সচাঁ হ’লে ‘সত্য আৰু মিছা হ’লে অসত্য বুলি লিখা । 

ক) আমি উত্তল দাপোনৰ দ্বাৰা এটা বিৱৰ্ধিত আৰু থিয় প্ৰতিবিম্ব গঠন কৰিব পাৰো।(সত্য\অসত্য)

উত্তৰ-

খ) অৱতল লেন্ছৰ দ্বাৰা অসৎ  প্ৰতিবিম্ব গঠন হয়। (সত্য\অসত্য)

উত্তৰ-

গ) অৱতল দাপোনৰ দ্বাৰা সৎ, বিৱৰ্ধিত আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰিব পাৰোঁ ।(সত্য\অসত্য) 

উত্তৰ-

ঘ) সৎ, প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি ।(সত্য\অসত্য)

উত্তৰ-

ঙ) অৱতল দাপোণৰ দ্বাৰা সদায় সৎ প্ৰতিবিম্ব গঠন হয়। (সত্য\অসত্য)

উত্তৰ-

৩) ১ম স্তম্ভ দিয়া কথাবোৰ ২য় স্তম্ভ এটা বা একাধিক উক্তিৰ লগত মিলোৱা- 

উত্তৰ-

৪) এখন সমতল দাপোনৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা। 

উত্তৰঃ- 

৫) ইংৰাজী বৰ্ণমালা নাইবা তোমালোকে জনা আন কোনো ভাষা বৰ্ণমালাৰ সেইবোৰ বৰ্ণমালা সেইবোৰ বৰ্ণ বিচাৰি উলিওৱা যিবোৰৰ সমতল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ লগত কোনো আকৃতিগত প্ৰভেদ নাথাকে।তোমালোকৰ ফলাফলৰ ওপৰত আলোচনা কৰা। 

উত্তৰঃ- 

৬) অসৎ প্ৰতিবিম্ব মানে কি বুজা ? অসৎ প্ৰতিবিম্ব গঠন হোৱা এটা পৰিস্থিতি বৰ্ণনা কৰা। 

উত্তৰঃ- 

৭) উত্তল আৰু অৱতল লেন্ছৰ মাজৰ দুটা পাৰ্থক্য লিখা । 

উত্তৰঃ- 

৮) অৱতল আৰু উত্তল দাপোনৰ প্ৰত্যকৰে একোটাকৈ ব্যৱহাৰ লিখা । 

উত্তৰঃ- 

৯) কেনে প্ৰকৃতিৰ দাপোনে সৎ প্ৰতিবিম্ব গঠন কৰে ?

উত্তৰঃ- 

১০) কেনে প্ৰকৃতিৰ লেন্ছে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে ?

উত্তৰঃ- 

১১ নং প্ৰশ্নৰ পৰা ১৩ নং প্রশ্নলৈকে শুদ্ধ উত্তৰটো বাছি উলিওৱা : 

১১। লক্ষ্যবস্তুতকৈ ডাঙৰ, অসৎ প্রতিবিম্ব গঠন কৰিব পৰা বস্তু হ’ল— 

( ক ) অৱতল লেন্‌ছ   খ ) অৱতল দাপোণ 

( গ ) উত্তল দাপোণ ( ঘ ) সমতল দাপোণ 

উত্তৰঃ- 

১২। ডেভিদে সমতল দাপোণ এখনত নিজৰ প্ৰতিবিম্বটো নিৰীক্ষণ কৰি আছে । দাপোণ আৰু তেওঁৰ প্ৰতিবিম্বৰ মাজৰ দূৰত্ব ৪ মি .। যদি তেওঁ দাপোণখনৰ ওচৰলৈ ১ মি . আগবাঢ়ি যায় , তেন্তে ডেভিদ আৰু তেওঁৰ প্ৰতিবিম্বৰ মাজৰ দূৰত্ব হ’ব

( ক ) ৩ মি .  ( খ ) ৫ মি . 

( গ ) ৬ মি .   ( ঘ ) ৮ মি . 

উত্তৰঃ- 

১৩। গাড়ী এখনৰ পশ্চাত্ৰীক্ষণ দাপোণখন এখন সমতল দাপোণ । এজন চালকে তেওঁৰ গাড়ীখন ২ মি / ছে দ্ৰুতিৰে পিছুৱাই আহিছে । চালকজনে তেওঁৰ পশ্চাৎবীক্ষণ দাপোণত পিছফালে ৰখাই থোৱা ট্রাক এখনৰ প্রতিবিম্ব দেখা পালে । ট্রাকখনৰ প্ৰতিবিম্বই চালকজনৰ ওচৰ চপাৰ দ্ৰুতি হ’ব 

(ক) ১ মি . / ছে .  (খ) ২ মি . / ছে . 

(গ) ৪ মি . / ছে .  (ঘ) ৮ মি . / ছে .

উত্তৰ-

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop