🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 10 General Science Chapter 12 Short Answer | SEBA Class 10 General Science Chapter 12 নাথযোগীসকল Short Answer |

 নাথযোগীসকল

অধ্য়ায়-১২

৭। নাথ ধৰ্ম কোনে প্ৰচাৰ কৰে?

উত্তৰঃ সন্য়াসী যোগীসকলে।

২। অতীতত এওঁলোকে পালন কৰা ধৰ্মৰ নাম কি আছিল?

উত্তৰঃ শৈৱ বা ব্ৰাত্য় ধৰ্ম।

৩।যোগীসকলৰ উৎপত্তি কৰ পৰা হৈছিল?

উত্তৰঃ যোগীসকলৰ উৎপত্তি যোগৰ পৰাই হৈছিল।

৪। নাথ পৰম্পৰাৰ মতে প্ৰথমগৰাকী নাথ কোন?

উত্তৰঃ আদিনাথ অৰ্থাৎ ভগৱান শিৱই হৈছে প্ৰথমগৰকী নাথ।

৫। নাথসকলৰ প্ৰধান দুগৰাকী গুৰুৰ নাম লিখা।

উত্তৰঃ মহাযোগী মৎস্য়েন্দ্ৰনাথ আৰু গুৰু গোৰক্ষনাছ নাথসকলৰ প্ৰধান গুৰু।

৬। নাথযোগীসকলৰ কেইটা ভাগ আছে আৰু কি কি?

উত্তৰঃ নাথযোগীসকলৰ দুটা ভাগ আছে ১) গৃহস্থ যোগী আনটো হ’ল ২) সন্য়াসী যোগী।

১। নাথ বা যোগী সম্প্ৰদায়টো মূলতঃ কি পন্থী?

উত্তৰঃ শৈৱপন্থী।

৮। হঠযোগ সাধন মাৰ্গৰ আৱিস্কাৰ কোনে কৰিছিল?

উত্তৰঃ নাথসকলৰ গুৰু গোৰক্ষনাথে।

৯। সমগ্ৰ বিশ্বতে সমাদৃত যোগৰ এখন মূল্য়ৱান গ্ৰন্থৰ নাম কি?

উত্তৰঃ ‘হঠযোগ প্ৰদীপিকা’।

১০। নাথসকলৰ আদি গুৰু মহাযোগী মৎস্য়েন্দ্ৰনাথ কৰ বাসিন্দা আছিল?

উত্তৰঃ এওঁ কামৰূপৰ বাসিন্দা আছিল।

১১। মৎস্য়েন্দ্ৰনাথ দিনৰ সময়ত কামাখ্য়া মন্দিৰ কি নামেৰে প্ৰসিদ্ধ আছিল?

উত্তৰঃ কামাখ্য় পীঠ নামেৰে প্ৰসিদ্ধ আছিল।

১২। মৎস্য়েন্দ্ৰনাথ সময়ত নোপালৰ ৰজা কোন আছিল?

উত্তৰঃ নৰেন্দ্ৰদেৱ।

১৩। নৰেন্দ্ৰদেৱৰ সময়ত নোপালত হোৱা দুৰ্ভিক্ষৰ পৰা উদ্ধাৰ পাবলৈ নেপালৰ ৰজাই কাক আমন্ত্ৰন কৰি আনিছিল?

উত্তৰঃ  আদি গুৰু মহাযোগী মৎস্য়েন্দ্ৰনাথক আমন্ত্ৰন কৰি আনিছিল।

১৪। নেপালত প্ৰথমতে কি ধৰ্ম চলিছিল?

উত্তৰঃ বৌদ্ধধৰ্ম।

২০। ইতিহাসবিদসকলে উল্লেখ কৰা তথ্য়মতে নাথযোগী মহিলাসকলৰ দ্বাৰা শাসিত এখন সৰু ৰাজ্য়ৰ নাম লিখা।

উত্তৰঃ নগাঁৱৰ ওচৰৰ কদলী ৰাজ্য়।

১৫। কেতিয়া পৰা নেপালত হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা হৈছিল?

উত্তৰঃ নেপাললৈ মৎস্য়েন্দ্ৰনাথৰ আগমনৰ পিছতেই নেপালত হিন্দু ধৰ্ম প্ৰতিষ্ঠা হৈছিল।

১৬। কোন কোন জিলাত লক্ষ লক্ষ নাথযোগীসকল বাস কৰি আছে?

উত্তৰঃ গোৱালপাৰা, বঙাইগাঁও, কোকৰাঝা, দৰং, নগাঁও, মৰিগাওঁ, হোজাই, শোণিতপুৰ, কাছাৰ আদি জিলাত লক্ষ লক্ষ নাথযোগীসকল বাস কৰি আছে।

১৮। ১৮৯৪ চনৰ ২৮ জানুৱাৰী দিনা বৃটিছৰ বৰ্বৰ গুলিচালনাত নিহত হোৱা ১৪০ গৰকী শ্বহীদ কৃষকৰ ভিতৰত কেইগৰাকী শ্বহীদ আছিল?

উত্তৰঃ ২৮ গৰাকী শ্বসীদ আছিল।

১৯। অসমৰ নাথযোগীসকলৰ পুৰুষ-মহিলা উভয়েই কিহত অতিশয় পাকৈত আছিল?

উত্তৰঃ বোৱা-কটা আৰু পাট শিল্পত অতিশয় পাকৈত আছিল।

১৭। বৰ্তমানৰ গুৱাহাটী নাম একালত কি নামেৰে প্ৰসিদ্ধ আছিল?

উত্তৰঃ যোগীহাটী নামেৰে প্ৰসিদ্ধ আছিল।

Type By- Jatin Nath

Post ID:DABP005757

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop