🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

শিক্ষা আৰু কৰ্ম | Chapter 26 | class 12 Psychology All Question Answer | class 12 Psychology Chapter 26 All Solution.

পাঠ্য় নং ৯২

২৬.১ পাঠ সমন্ধীয় প্ৰশ্নঃ

(১) তলত দিয়া উক্তিসমূহ ভুল নে শুদ্ধ কোৱা।

 (ক) শিক্ষা আৰু কৰ্ম সমন্ধ একে নহয়। সঁচা/মিছা।

 (খ) মানুহে একমাএ নিযুক্তিৰ আশাত শিক্ষা গ্ৰহণ কৰে। সঁচা/মিছা।

 (গ) নিজকে শিক্ষিত কৰি তোলা মানে কোনো ক্ষেএত নিজৰ কৰ্ম নিপুণতা বঢ়াই তোলা। সঁচা/মিছা।

 (ঘ) যিকোনো শিকি লোৱা কৌশল আৰু কাম। সঁচা/মিছা।

 (ঙ) শিক্ষাৰ পছন্দ হৈছে এটা প্ৰক্ৰিয়া। সঁচা/মিছা।

(২) সাধাৰণ শিক্ষা কি ব্য়াখ্য়া কৰা।

পাঠ্য় নং ৯৫

২৬.২ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ

 এশাৰী ব্য়াক্য়ত উওৰ লিখা।

 (১) কোনে জীৱিকাসমূহৰ ৰাষ্ট্ৰীয় শ্ৰেণীকৰণ উলিয়াইছিল?

 (২) সশস্ত্ৰ সেনাবাহিনীত মকৰলৰ বাবে আৱশ্য়কীয় দুটা উল্লেখযোগ্য় অৰ্হতাৰ নাম লিখা।

 (৩) নাগৰিকত্বৰ আৱশ্য়কতা মানে কি বুজা?

পাঠ্য় নং ৯৬

২৬.৩ পাঠ্য় অন্তৰ্গত প্ৰশ্নাৱলীঃ

 (১) শিক্ষানবিচী মানে কি বুজা?

 (২) অনুজ্ঞাপএৰ প্ৰয়োজনীয়তা কিয়?

পাঠ্য় শেহান্ত প্ৰশ্নাৱলীঃ

 (১) শিক্ষাৰ বাচনিৰ ক্ষেএত কি ধৰণৰ প্ৰক্ৰিয়া আমি গ্ৰহণ কৰিম?

 (২) চমু টোকা লিখাঃ-

  (ক) কামৰ জগৎ।

  (খ) অন্লাইন (ইলেক্ট্ৰনিক মাধ্য়ম) অনুক্ৰমিক ধাৰা।

  (গ) শিক্ষা আৰু প্ৰশিক্ষণৰ আৱশ্য়কতা।

  (ঘ) ব্য়ক্তিত্বৰ আৱশ্য়কতা।

  (ঙ) অনুজ্ঞাপএ।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop