🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 Niti Malika Book Chapter 6 Answer | Sankardev School Class 6 Niti Malika Book Chapter 6 ৰাণী অহল্যাবাঈ Question Answer |

ৰাণী অহল্যাবাঈ

Chapter 6

১। অহল্যাবাঈ কাৰ বোৱাৰী আছিল?

উত্তৰঃ অহল্য়াবাঈ শিৱাজী মহাৰাজৰ বোৱাৰী আছিল। 

২। অহল্যাবাঈ জীয়ৰীৰ নাম কি আছিল?

উত্তৰঃ অহল্য়াবাঈৰ জীয়ৰী নাম হ’ল মুক্তাবাঈ।

৩। কোনে অহল্যাবাঈৰ হাতৰ পৰা ৰাজ্য কাঢ়ি ল’ব বিচাৰিছিল?

উত্তৰঃ ৰঘুনাথ ৰাৱে অহল্য়াবাঈৰ হাতৰ পৰা ৰাজ্য় কাঢ়ি ল’ব বিচাৰিছিল।

 ৪। কিমান বয়সত অহল্যাবাঈৰ মৃৃত্যু হৈছিল?

উত্তৰঃ ষাঠি বছৰ বয়সত অহল্য়াবাঈৰ মৃত্য়ু হৈছিল। 

৫। অহল্যাবাঈৰ বিষয়ে কিছু কথা বহলাই লিখা।

উত্তৰঃ অহল্য়াবাঈৰ পিতাক আনন্দৰাৱ বহুত দুখীয়া আছিল। কালক্ৰমত মালহাৰৰাৱে তেওঁৰ পুত্ৰ খণ্ডেৰাৱলৈ অহল্য়াক বিয়া কৰাই নিছিল। বিয়াৰ দহ বছৰ নৌহওঁতে অহল্য়াবাঈৰ স্বামী খণ্ডেৰাৱৰ মৃত্য়ু হৈছিল। অহল্য়াবাঈৰ এজন পুত্ৰ আৰু এগৰাকী কন্য়া আছিল। তেওঁৰ পুত্ৰ নাম আছিল মালেৰাৱ। কিছুদিনৰ পিছত মালেৰাৱৰো মৃত্য়ু হৈছিল। বাজীৰাও পেছোৱাৰ পিছত ৰঘুনাথ ৰাৱে অহল্য়াঈৰ হাতৰ পৰা ৰাজ্য় কাঢ়ি নিয়াৰ ইচ্ছা কৰিলে। ৰাণী অহল্য়াবাঈৰ বৰ বুদ্ধিমতী আৰু ক্ষমতাশালী আছিল। তেওঁ ষাঠি বছৰ বয়সত সকলোকে কন্দুৱাই অহল্য়াবায়ে ইহলীলা ত্য়াগ কৰে। 

৬। অহল্যাবাঈৰ পুত্ৰৰ নাম কি আছিল?

উত্তৰঃ অহল্য়াবাঈৰ পুত্ৰৰ নাম হ’ল মালেৰাৱ। 

Author- Bikash Bora 

Post ID : DABP004689

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop