🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 Niti Malika Book Chapter 19 Answer | Sankardev School Class 6 Niti Malika Book Chapter 19 মই স্বদেশৰ বিদ্যালয়তে কাম কৰি যাম Question Answer |

মই স্বদেশৰ বিদ্যালয়তে কাম কৰি যাম

Chapter 19

১। শ্ৰীবসুৰ সম্পূর্ণ নামটো কি?

উত্তৰঃ শ্ৰীবসুৰ সম্পূৰ্ণ নামটো হ’ল জগদীশ চন্দ্ৰ বসু।

২। বসুৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল?  

উত্তৰঃ বসুৰ জন্ম ৩০ নবেম্বৰ ১৮৫৮ খ্ৰীতঃ বঙ্গৰ ঢাকা জিলাৰ ৰাঢ়ীখা নামৰ সৰু গাওঁ এখনত হৈছিল। 

৩। বসুৱে কিয় বিনা বেতনে তিনিবছৰ কাল চাকৰি কৰিছিল?  

উত্তৰঃ সচাঁকৈয়ে দেশভক্তিৰ বাবে তেওঁৰ ভাবনা বহুত গভীৰ আছিল। সেই কাৰণে তেওঁ তিনিবছৰলৈকে তেওঁ বেতন নোহোৱাকৈ কাম কৰিছিল।

৪। বসুৰ ঘৰুৱা আৰ্থিক অৱস্থা কেনেকুৱা আছিল?  

উত্তৰঃ বসুৰ ঘৰুৱা আৰ্থিক অৱস্থা বেয়া আছিল।

৫। বসুৰ জন্মৰ সময়ত বসুৰ দেউতাকে কি চাকৰি কৰিছিল?  

উত্তৰঃ বসুৰ জন্ম সময়ত বসুৰ দেউতাকে ফদীৰপুৰ জিলাত ডেপুটি কালেক্টৰ চাকৰি কৰিছিল। 

৬। বসুৰ মৃত্যু কিমান চনত হৈছিল?

উত্তৰঃ বসুৰ মৃত্য়ু ১৯৩৬ চনত হৈছিল।

Author- Bikash Bora 

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop