🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Sankardev Class 7 Social Science Chapter 14 ভাৰতবৰ্ষৰ সাংস্কতিক ক্ষেত্ৰলৈ মোগলসকলৰ অৱদান Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

ভাৰতবৰ্ষৰ সাংস্কতিক ক্ষেত্ৰলৈ

মোগলসকলৰ অৱদান

অধ্যায় ১৪

১। বাবৰৰ পুত্ৰৰ নাম কি আছিল?

উত্তৰঃ বাবৰৰ পুত্ৰৰ নাম আছিল হুমায়ুনো।

২। ভাৰতৰ মোগল সম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ কেনেকুৱা আছিল?

উত্তৰঃ ভাৰতৰ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ সাহসী আৰু দূৰদৰ্শী হোৱাৰ লগতে কলাপ্ৰেমীও আছিল।

৩। আকবৰ পৃষ্ঠপোষকতাত কি স্থাপিত্য কৰিছিল ?

উত্তৰঃ পাৰ্ছী, জৈন, বৌদ্ধ আৰু হিন্দু  আদি স্থাপিত্য কৰিছিল।

৪। সম্ৰাট আকবৰ কিপ্ৰেমী আছিল?

উত্তৰঃ সম্ৰাট আকবৰ এজন চিত্ৰপ্ৰেমী আছিল।

৫। আকবৰ দিনত কি নৃত্যৰ প্ৰচলন আছিল?

উত্তৰঃ আকবৰ দিনত বাইজী নৃত্যৰ প্ৰচলন আছিল।

৬। সংগীত ভাৰতীয় শিল্পকলাৰ কি অংগ?

উত্তৰঃ সংগীত ভাৰতীয় শিল্পকলাৰ এক অবিচ্ছেদ্য অংগ।

৭। ভাৰতবৰ্ষ এখন কি ৰাষ্ট্ৰ?

উত্তৰঃ ভাৰতবৰ্ষ এখন ধৰ্ম-নিৰপেক্ষ ৰাষ্ট্ৰ।

৮। মোগল সাহিত্যক ভাৰতীয় সাহিত্যক কি থৈ গৈছে?

উত্তৰঃ মোগল সাহিত্যক ভাৰতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে।

৯। অসমত ভক্তি আন্দোলনৰ ধাৰাটোকে কি আন্দোলন বোলে?

উত্তৰঃ বৈষ্ণৱ আন্দোলন বোলে।

Type Susmita Kakati

Post ID: DABP005485

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop