🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Assamese Book Chapter 4 | অধ্যায় ৪ (গোট ১) কিতাপৰ কথা | MCQs Short Question Answer |

Chapter 4

কিতাপৰ কথা

1. প্ৰফুল্লদত্ত গোস্বামীৰ আত্মজীৱনী খনৰ নাম কি?

ক) মনৰ পক্ষী উভতি উৰে

খ) শেষ ক’ত

গ) এই যুগৰ সাহিত্য

উত্তৰঃ ক) মনৰ পক্ষী উভতি উৰে

2. ছপাখানা আৰু কাগজ আৱিষ্কাৰ কোন দেশৰ আৱিষ্কাৰ?

ক) জাপান

খ) ৰাছিয়া

গ) চীন

উত্তৰঃ গ) চীন

3. গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে?

ক) যন্ত্ৰ

খ) কিতাপ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) কিতাপ

4.  কিমান চনত প্ৰফুল্লদত্ত গোস্বামীৰ জন্ম হয়?

ক) ১৯৪০ চনত

খ) ১৯১৪ চনত

গ) ১৯৯৪ চনত

উত্তৰঃ খ) ১৯১৪ চনত

5. প্ৰফুল্লদত্ত গোস্বামীৰ উপন্যাসখনৰ নাম কি?

ক) কেঁচা পাতৰ কঁপনি

খ) শেষ ক’ত

গ) এই যুগৰ সাহিত্য

উত্তৰঃ খ) শেষ ক’ত

6. শাসনযন্ত্ৰ মানে কি?

ক) অভক্তি

খ) জীৱাত্মা

গ) শাসকীয় অৱস্থা

উত্তৰঃ গ) শাসকীয় অৱস্থা

7. প্ৰফুল্ল গোস্বামীৰ বিখ্যাত উপন্যাসখনৰ নাম কি?

ক) মনৰ পক্ষী উভতি উৰে

খ) কেচাঁ পাতৰ কঁপনি

গ) মোৰ ৰাছিয়া ভ্ৰমণ

উত্তৰঃ খ) কেচাঁ পাতৰ কঁপনি

8. প্ৰফুল্লদত্ত গোস্বামীয়ে কেতিয়া ডক্টৰেট  উপাধি লাভ কৰে?

ক) ১৯১৮ চনত

খ) ১৯৪৪ চনত

গ) ১৯৮১ চনত

উত্তৰঃ গ) ১৯৮১ চনত

9. জীৱন, আৰু সংসাৰৰ জটিলতাক বুজাবলৈ কিহৰ প্ৰয়োজন?

ক) জ্ঞান

খ) বুদ্ধি

গ) আত্মবিশ্বাস

উত্তৰঃ ক) জ্ঞান

10. কিতাপে মানুহক কি কৰে?

ক) জীৱনমুখী জ্ঞান দিয়ে

খ) জীৱন-যাপনৰ মান উন্নত কৰে

গ) অন্তৰআত্মা পৱিত্ৰ কৰে

উত্তৰঃ গ) অন্তৰআত্মা পৱিত্ৰ কৰে

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop