🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 8 Assamese Chapter 3 এন্ ফ্ৰাঙ্কৰ ডায়েৰি

১। এন্ ফ্ৰাঙ্ক কিমান চনত জন্ম হৈছিল?

(a) ১৯২৯ চনৰ জুন মাহত

(b) ১৯১৯ চনৰ জুন মাহত

(c) ২০০০ চনৰ জুন মাহত

উত্তৰঃ (a) ১৯২৯ চনৰ জুন মাহত

২। এন্ ফ্ৰাঙ্ক জন্মে সূত্ৰে কৰ আছিল?

(a) ফ্ৰান্স

(b) জাপান

(c) ইহুদী

উত্তৰঃ (c) ইহুদী

৩। জাৰ্মান সেনাধক্ষ কোন আছিল?

(a) এড্লফ হিট্লাৰ

(b) অট’ফ্ৰাঙ্ক

(c) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰঃ (a) এড্লফ হিট্লাৰ

৪। এন্ ফ্ৰাঙ্কে পৰিয়ালসহ ক’ত বাস কৰিছিল?

(a) ইংলেণ্ডত

(b) হলেণ্ডত

(c) নেদাৰলেণ্ডত

উত্তৰঃ (b) হলেণ্ডত

৫।  ইহুদী সকলে  নাজিবাহিনী পৰা ৰক্ষা পাবলৈ ক’ত লোকাই আছিল ?

(a) এটা পণ্য়াগাৰত

(b) এটা অট্টালিকাত

(c) এটা অট্টালিকাত

উত্তৰঃ (a) এটা পণ্য়াগাৰত

৬। নাজীবাহিনীৰ কৱলৰ পৰা জীৱিত ৰূপত কোন বাচি আহিছিল?

(a) মাক

(b) দেউতাক

(c) এন্ ফ্ৰাঙ্ক

উত্তৰঃ (b) দেউতাক

৭। এন্ ফ্ৰাঙ্কে কিমান চনৰ পৰা দিনলেখা কামটো আৰম্ভ কৰিছিল?

(a) ১৯৪২ চনৰ ১২ জুনৰ পৰা

(b) ১৮১৯ চনৰ ১৫ আগষ্ট পৰা

(c) ১৯৪২ চনৰ ১৪ জুলাই পৰা

উত্তৰঃ (a) ১৯৪২ চনৰ ১২ জুনৰ পৰা

৮। এন্ ফ্ৰাঙ্কে কিমান চনলৈ ডায়েৰি লিখে?

(a) ১৯৪৪ চনৰ ১ আগষ্টলৈকে

(b) ২০০৯ চনৰ ২ আগষ্টলৈকে

(c) ১৯৯৯ চনৰ নবেম্বৰ মাহলৈ

উত্তৰঃ (a) ১৯৪৪ চনৰ ১ আগষ্টলৈকে

  ৯। এন্ আৰু তেওঁৰ  পৰিয়ালক কিমান তাৰিখে লুকাই থকা স্থানৰ পৰা নাজীবাহিনীৰ লোকে আটক কৰি নিয়ে।  

(a) ১ আগষ্টত

(b) ৪ আগষ্টত

(c) ৫ ছেপ্তেম্বৰত

উত্তৰঃ (b) ৪ আগষ্টত

১০। এন্ ফ্ৰাঙ্কে ডায়েৰি লিখা কাৰণ কি?

(a) বন্ধু নথকাৰ বাবে

(b) মাক-বাপেকৰ বাবে

(c) ১৬ বছৰীয়া বাইদেউৰ বাবে

উত্তৰঃ (a) বন্ধু নথকাৰ বাবে

১১। এন্ ফ্ৰাঙ্কে কাক প্ৰকৃত বন্ধু হিচাপে গণ্য় কৰিছিল?

(a) মাকক

(b) দেউতাকক

(c) ডায়েৰিখনত

উত্তৰঃ (c) ডায়েৰিখনত

১২। এন্ ফ্ৰাঙ্কে ডায়েৰিখনৰ নাম কি ৰাখিছিল ?

(a) ‘কিটি’

(b) প্ৰকৃত বন্ধু

(c) বিশ্বাসী বন্ধু

উত্তৰঃ (a)’কিটি’

১৩। এন্ ৰ আইতাক কেতিয়া অসুখত পৰিল?

(a) ১৯৪১

(b) ১৯৪২

(c) ১৯৪৩

উত্তৰঃ (a) ১৯৪১

১৪। এন্ ৰ আইতাক কেতিয়া মৃত্য়ু হয়?

(a) ১৯৪২ চনৰ জুন মাহত

(b) ১৯৪২ চনৰ জানুৱাৰী মাহত

(c) মৃত্য়ু হোৱা নাছিল

উত্তৰঃ (b) ১৯৪২ চনৰ জানুৱাৰী মাহত

১৫। থিৰাং শব্দৰ অৰ্থ লিখা?

(a) নিশ্চিত

(b) লোকোৱা

(c) চোৱা

উত্তৰঃ (a) নিশ্চিত

১৬. ১৯৪১ চনত কি সময়ত এন ফ্ৰাঙ্কৰ আইতাক অসুখত পৰিছিল?

(a) বসন্ত সময়ত

(b) গ্ৰীষ্ম সময়ত

(c) হেমন্ত সময়ত

উত্তৰঃ (b) গ্ৰীষ্ম সময়ত

১৭. গণ্য় অৰ্থ কি?

(a) লেখত ল’বলগীয়া

(b) গধুৰ গুণ

(c) অমনোযোগী

উত্তৰঃ (a) লেখত ল’বলগীয়া

১৮. এন ফ্ৰাঙ্কৰ ডায়েৰি এখন বিশ্ৱবিখ্য়াত কি ?

(a) আলোচনি

(b) গ্ৰন্থ

(c) প্ৰবন্ধ

উত্তৰঃ (b) গ্ৰন্থ

১৯. এন ফ্ৰাঙ্কৰ চিন্তাৰ পৰিধি কেনেকুৱা আছিল?

(a) বিশাল আছিল

(b) সৰু আছিল

(c) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰঃ (a) বিশাল আছিল


২০. এন ফ্ৰাঙ্কৰ বাইদেউকৰ কিমান বয়স আছিল?

(a) তেৰ বছৰ

(b) পোন্ধৰ বছৰ

(c) ষোল্ল বছৰ

উত্তৰঃ (c) ষোল্ল বছৰ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop