🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Assamese Book Chapter 2 | অধ্যায় ২ (গোট ৩) বৰগীতঃ জয় জয় যাদৱ জলনিধিজা | MCQs Short Question Answer |

Chapter 2

বৰগীতঃ জয় জয় যাদৱ জলনিধিজা

1.বৰগীতটো কি ৰাগত বন্ধা আছে ।

ক) আশোৱাৰী

খ) কৌ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) আশোৱাৰী

2. ‘কন্দ’ শব্দৰ অৰ্থ কি?

ক) নিপুণ

খ) মূল

গ) উদ্ধাৰ কৰোঁতা

উত্তৰঃ খ) মূল

3. শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো?

ক) তেজৰে কমলাপতি

খ) মন মেৰি ৰাম চৰাণহি লাগু

গ) উঠৰে উঠ বাপু গোপাল হে

উত্তৰঃ খ) মন মেৰি ৰাম চৰাণহি লাগু

4. শংকৰদেৱৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তম্ভ কি? 

ক) নামঘোষা

খ) কীৰ্ত্তন ঘোষা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) কীৰ্ত্তন ঘোষা

5. ‘সৰোৰুহ’ শব্দৰ অৰ্থ কি?

ক) প্ৰকাশিত হোৱা

খ) পদুম ফুল

গ) নানাবিধ ক্ৰীড়া

উত্তৰঃ খ) পদুম ফুল

6. শংকৰদেৱৰ এখন অনুবাদমূলক গ্ৰন্থৰ নাম লিখা?

ক) উত্তৰাকাণ্ড ৰামায়ণ

খ) হৰি্শ্চন্দ্ৰ উপাখ্যান

গ) পাৰিজাত হৰণ

উত্তৰঃ ক) উত্তৰাকাণ্ড ৰামায়ণ

7. মহাপুৰুষ শংকৰদেৱে কিমান বছৰ বয়সত ইহলীলা সম্বৰণ কৰে?

ক) ১১৯ বছৰ

খ) ১০৫ বছৰ

গ) ১১০ বছৰ

উত্তৰঃ ক) ১১৯ বছৰ

8. শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম কি?

ক) ভক্তি ৰত্নাকৰ

খ) ভক্তি প্ৰদীপ

গ) পত্নী প্ৰসাদ

উত্তৰঃ ক) ভক্তি ৰত্নাকৰ

9. বৰগীতবোৰ কি ভাষাত ৰচিত?

ক) ব্ৰজাৱলী

খ) আধুনিক অসমীয়া

গ) বঙালী

উত্তৰঃ ক) ব্ৰজাৱলী

10. বৰগীতটিত উল্লেখ কৰা দুজন অসুৰৰ নাম?

ক) কেশী আৰু মুৰনাশী

খ) বকাসুৰ আৰু নৰকাসুৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) কেশী আৰু মুৰনাশী

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop