Class 12 Biology Solution Assamese Medium | Chapter 3 | অধ্যায় ৩ | মানৱ প্ৰজনন | HS 2nd Year Biology Assam | Human Reproduction

Chapter 3

মানৱ প্ৰজনন

(A) চমু উত্তৰৰ প্ৰশ্নঃ

1. মানুহৰ মুখ্য পুং জনন অংগৰ নাম লিখা।

2. মানুহৰ মুখ্য স্ত্ৰী জনন অংগৰ নাম লিখা।

3. মানুহৰ পুংজনন তন্ত্ৰৰ দুটা অতিৰিক্ত গ্ৰন্থিৰ নাম লিখা।

4. শুক্ৰজনি নলিকা কাক বোলে? 

5. ছাৰটলি কোষ কাক বোলে আৰু ইয়াৰ নাম কি? 

6. গ্ৰেফিয়ান থলী কি? 

7. কৰ্পাচ্ লুটিয়াম মানে কি? ইয়াৰ কাৰ্য লিখা।

8. জৰায়ুৰ ভিতৰৰ খহতা আৱৰণখনক কি বুলি জনা যায়? 

9. স্পাৰমিঅ’জেনেছিছ মানে কি বুজা? 

10. এটা শুক্ৰ-মাতৃকোষৰ পৰা কেইটা স্পাৰমেটিড সৃষ্টি হয়।

11. পুৰুষ দেহত ক্ষৰিত হোৱা দুবিধ জননকোষ উদ্দীপক হৰম’নৰ নাম লিখা।

12. এক্ৰ’জমৰ কাম কি? 

13. ৰজঃচক্ৰ বা ঋতুচক্ৰ মানে কি বুজা? 

14. ঋতুচক্ৰৰ দশা কেইটাৰ নাম লিখা? 

15. অণ্ডপাত মানে কি? 

16. নিষেচনৰ বিষয়ে কি জানা লিখা।

17. বীজকোষ কাক বোলে? ইয়াৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

18. প্ৰাণীৰ শুক্ৰকোষৰ উৎপত্তিকালত তাৰ ক্ৰম’জ’ম সমূহৰ বিতৰণ এটা সৰল চিত্ৰৰে দেখুওৱা।

19. বীজকোষৰ উৎপত্তি ক’ৰ পৰা হয়? 

20. মানুহৰ পৈণত শুক্ৰকোষ এটাৰ গঠন চমুকৈ বৰ্ণনা কৰা।

21. পুংজননকোষ উৎপত্তিৰ স্তৰ বিলাক কি কি? 

22. মানুহৰ এটা নিষেচিত অণ্ডকোষৰ পৰা ব্লাষ্টচিষ্ট গঠনৰ চমু বিৱৰণ দিয়া।

23. গেষ্টুলাৰ তিনিটা বীজত্বকৰ নাম উল্লেখ কৰা।

24. নাৰাৰ ৰজঃচক্ৰৰ ফলিকুলীয় দশাৰ পৰিবৰ্তন সমূহ কি কি? 

25. জৰায়ুজ একেবাৰে ভিতৰৰ আৱৰণী খনক কি বুলি জনা যায়? 

26. শুক্ৰাণুৰ এটি পৰিচ্ছন্ন চিহ্নিত চিত্ৰ আঁকা।

27. মাতৃ-জৰায়ুত মানৱ ভ্ৰূণ কেনেদৰে আৰোপিত হয়? 

(B) অতি চমু উত্তৰৰ প্ৰশ্নঃ

1. জনন স্বাস্থ্য বুলিলে কি বুজা?

2. মানুহৰ শুক্ৰকীটৰ পৰা ওলোৱা লাইছিন উৎসেচকৰ নাম লিখা।

3. শুক্ৰজনি নলীকাৰ ছেদৰ এটা পৰিচ্ছন্ন চিহ্নিত চিত্ৰ আকাঁ।

4. ছাৰট’লি কোষৰ কাৰ্য্য কি?    

5. মানুহৰ জননতন্ত্ৰৰ কি অংশত ডিম্বকোষৰ নিষেচন হয়? 

6. মানুহৰ ভ্ৰূণৰ পুষ্টি, বৰ্ধন আৰু বিকাশৰ কৰণে কোনটো অংগত অভিৰোপিত হয়?    

7. ব্লাষ্ট’মিয়াৰ কাক হয়?   

8. ক’লষ্ট্ৰাম মানে কি? 

9. অমৰাৰ সৃষ্টি কেনেদৰে হয়? 

10. আৰোপণ কি? 

11. দুগ্ধক্ষৰণ হোৱাৰ লগে লগে উৎপন্ন হোৱা দুগ্ধক কি বুলি কোৱা হয়? ই কিয় প্ৰয়োজনীয়? 

(C) পাৰ্থক্য নিৰ্ণয় কৰাঃ

(a) মানুহৰ ডিম্বকোষ আৰু শুক্ৰকোষ, (b) শুক্ৰকোষ আৰু ডিম্বকোষৰ উৎপত্তি প্ৰক্ৰিয়া, (c) মৰুলা আৰু ব্লাষ্টুলা। (d) লিঙ্গ ক্ৰমজম আৰু দৈহিক ক্ৰম’জ’ম [AHSEC, 2013] (e) ৰজ চক্ৰৰ ফলিকূলীয় দশা আৰু পীত দশা [AHSEC, 2013] (f) শুক্ৰাণুজনন আৰু ডিম্বাণুজনন। 

(D) ৰচনাধৰ্মী প্ৰশ্নঃ

1. প্ৰজনন কোষৰ গঠন আৰু বিকাশ প্ৰক্ৰিয়া সম্পৰ্কে কি জানা লিখা।

2. পুং আৰু স্ত্ৰী জননকোষৰ মিলনৰ ফলত যোজনকোয কেনেকৈ সৃষ্টি হয় আলোচনা কৰা।

3. নিষেচন প্ৰথাত সংঘটিত হোৱা বিভিন্ন ভৌতিক-ৰাসায়নিক ঘটনাসমূহ আলোচনা কৰা।

4. ‘এক্ৰ’জ’ম বিক্ৰিয়াৰ লক্ষণসমূহ কি কি? 

5. মানুহৰ এটা নিষেচন অণ্ডকোষৰ পৰা ব্লাষ্ট’চিষ্ট গঠনৰ এটি চমু বিৱৰণ দিয়া।

6. মানুহৰ নিষেচন প্ৰক্ৰিয়াৰ চমু বিৱৰণ দিয়া।

7. নিষেচন কি? স্তন্যপায়ী প্ৰণীৰ নিষেচন প্ৰক্ৰিয়াত সংঘটিত হোৱা বিভিন্ন ঘটনাসমূহ আলোচনা কৰা।

8. শুক্ৰজনি নলীকাৰ আভ্যন্তৰীণ চিহ্নিত চিত্ৰ আঁকা।

9. এটা ভ্ৰূণত থকা তিনিটা ভ্ৰূণস্তক কি কি? তৰপবোৰ পৰা উৎপন্ন হোৱা অংগবোৰৰ নাম লিখা।

NCERT পাঠ্যক্ৰমৰ প্ৰশ্নসমূহ 

1. খালী ঠাই পূৰণ কৰাঃ

(a) মানুহৰ প্ৰজনন কাৰ্য                  (অযৌন / যৌন)।

(b) মানুহ                  (অণ্ডপ্ৰসৱী / সন্তনপ্ৰসৱী / ডিম্ব-জৰায়ুজ) প্ৰণী।

(c) মানূুহৰ নিষেচন                  (বাহ্যিক / আভ্যন্তৰীণ)।

(d) পুং আৰু স্ত্ৰীজনন কোষবোৰ                  (এগুণাত্মক / দ্বিগুণাত্মক)

(e) যোজন কোষটো                  (এগুণাত্মক / দ্বিগুণাত্মক)

(f) পূৰঠ ফলিকূল একোটাৰ পৰা ডিম্বাণু ওলাই যোৱা প্ৰক্ৰিয়াটোক                  বোলা হয়।

(g) ডিম্বক্ষৰণৰ উদ্দীপনা যোগোৱা হৰ্মনটো হল                  ।

(h) পুং আৰু স্ত্ৰীজনন কোষৰ মিলনক                  বোলে।

(I) নিষেচন                  ত সংঘটিত হয়।

(J) যোজনকোষ বিভাজিত হৈ                  গঠন কৰে যিটো জৰায়ুত আৰোপিত হয়।

(K) গৰ্ভস্থ ভ্ৰাণাণু আৰু মাতৃদেহৰ তেজৰ সংযোগ স্থাপন কৰা গঠনটোক                  বোলা হয়।

2. পুৰুষ জনন তন্ত্ৰৰ এটা চিহিনিত চিত্ৰ আঁকা। 

3. স্ত্ৰীজননতন্ত্ৰৰ এটা চিহিনিত চিত্ৰ আঁকা।

4. শুক্ৰাশয় আৰু ডিম্বাশয় প্ৰত্যেকৰে দুটাকৈ মুখ্য কাৰ্য উল্লেখ কৰা। 

5. শুক্ৰজনি নলীকাৰ গঠন বৰ্ণনা কৰা।

6. শুক্ৰজনন কি? শুক্ৰাণুজনন প্ৰক্ৰিয়াটো চমুকৈ বৰ্ণনা কৰা। 

7. শুক্ৰানুজনন নিয়ন্ত্ৰণ কৰা হৰ্মন বোৰৰ নাম লিখা।

8. শুক্ৰাণুজনন আৰু শুক্ৰক্ষৰণৰ সংজ্ঞা লিখা।

9. এটা পৈণত শুক্ৰাণুৰ চিহ্নিত চিত্ৰ আঁকা।

10. শুক্ৰীয় জীৱদ্ৰব্যৰ প্ৰধান উপাদান সমূহ কি কি? 

11. পুৰুষৰ অতিৰিক্ত যৌননলী আৰু গ্ৰন্থীাবোৰৰ মুখ্য কাৰ্ষবোৰ উল্লেখ কৰা।

12. ডিম্বাণুজনন কাক বোলে? এই প্ৰক্ৰিয়াটো চমুকৈ ব্যাখ্য়া কৰা।

13. ডিম্বাশয়ৰ পৰিচ্ছেদ এটাৰ চিহ্নিত চিত্ৰ আঁকা।

14. গ্ৰেফিয়ান ফলিকূল এটাৰ চিত্ৰ আঁকি চিহ্নিত কৰা।

15. তলত দিয়া বোৰৰ কাৰ্য উল্লেখ কৰাঃ–

(a) কৰ্পাচ লুটিয়াম (b) এণ্ড’মেট্ৰিয়াম (c) এক্ৰ’জম (d) শুক্ৰাণুপুচ্ছ (e) ফিম্ব্ৰি

16. শুদ্ধ / অশুদ্ধ উক্তি বোৰ বাচি উলিওৱা আৰু অশুদ্ধ উক্তিবোৰ শুদ্ধকৈ লিখা।

(a) এণ্ড্ৰ’জেন হৰ্মন চাৰ্টলী কোষে ক্ষৰণ কৰে। (শুদ্ধ / অশুদ্ধ)

(b) শুক্ৰাণুবোৰে চাৰ্টলী কোষৰ পৰা পৰিপুষ্টি লাভ কৰে। (শুদ্ধ / অশুদ্ধ)

(c) লেইদিগ কোষবোৰ ডিম্বাশয়ত পোৱা যায়। (শুদ্ধ / অশুদ্ধ)

(d) লেইদিগ কোষে এণ্ড্ৰ’জেন সংশ্লেষন কৰে। (শুদ্ধ / অশুদ্ধ)

(e) ডিম্বাণুজনন কৰ্পাচ লুটিয়ামত হয়। (শুদ্ধ / অশুদ্ধ)

(f) ৰজঃচক্ৰ গৰ্ভাৱস্থা কালত বন্ধ হৈ যায়। (শুদ্ধ / অশুদ্ধ)

(g) সতীচ্ছদ থকা নথকাটো সতীত্বৰ বিশ্বাসযোগ্য সূচক নহয়। (শুদ্ধ / অশুদ্ধ)

17. ৰজঃচক্ৰ কি? কি হৰ্মনে ৰজঃচক্ৰ নিয়ন্ত্ৰণ কৰে। 

18. প্ৰসৱ কি? প্ৰসৱ প্ৰৰোচন কৰা হৰ্মনবোৰ কি কি? 

19. আমাৰ সমাজত প্ৰায়ে ছোৱালী জন্ম জদিয়াৰ বাবে মহিলা সকলকেই দোষাৰোপ কৰা হয়। এই কথা কিয় যুক্তি সংগত নহয় কব পাৰিবানে? 

20. মানুহৰ ডিম্বাশয়ে এমাহত কিমান ডিম্ব ক্ষৰণ কৰে মাতৃয়ে যদি সদৃশ যমজ সন্তান জন্ম দিলেহেতেন, তেনেহলে কিমান ডিম্ব ক্ষৰণ কৰিলিহিতিন? ভাতৃক (Fraternal) যমজ সন্তানৰ ক্ষেত্ৰত তোমাৰ উত্তৰৰ কিবা পৰিবৰ্তন হবনে? 

21. এবাৰত ছয়টা পোৱালী জন্ম দিয়া মাইকী কুকুৰ এজনীয়ে কিমান ডিম্ব ক্ষৰণ কৰে বুলি তুমি ভাবা? 

সম্ভাব্য প্ৰশ্নাৱলী

A. খালী ঠাই পূৰ কৰা (প্ৰতিটো প্ৰশ্ন ১ নম্বৰকৈ)ঃ

1. জনন কোষৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোক                  বোলে।

2. স্তন্যপায়ীৰ শুক্ৰাশয়বোৰ উদৰ গহ্বৰৰ বাহিৰৰ চৰ্মখোচালী এটাৰ ভিতৰত থাকে যাক                  বোলা হয়।

3. বিকশিত ফলিকুলৰ পৰা এটা ডিম্ব ওলাই অহা প্ৰক্ৰিয়াটোক                  বোলে।

4. ডিম্বাণুক্ষৰণত সহায় কৰা হ’ৰ্মনবিধ হৈছে                  ।

5. এটা স্ত্ৰী আৰু এটা পুং জননকোষৰ মিলনক                  বোলে।

6.                  য়ে প্ৰথম মিঅ’ছিছ বিভাজনৰ দ্বাৰা দ্বিতীয় শুক্ৰকোষৰ সৃষ্টি কৰে।

7. যোজনকোষ বিভাজিত হৈ                  গঠন কৰে যি পিছত জৰায়ুত সংস্থাপিত হয়।

8. ভ্ৰূণ আৰু মাতৃৰ জৰায়ুৰ মাজত সংযোগ স্থাপন কৰা গঠনটোক                  বোলেো।

9. ধ্বংসহোৱা কৰ্পাচ লিউটিয়ামক                  বোলে।

10. যোজনকোষৰ পৰা ব্লাষ্টুলা হোৱা প্ৰক্ৰিয়াটোক                  বোলে।

11. মানুহৰ স্ত্ৰীৰ গৰ্ভৱধি কাল                  ।

12. স্ত্ৰীৰ ঋতুচক্ৰ বন্ধ হৈ যোৱাকে                  বোলে।

13. প্ৰজেষ্টেৰ’ন                  ৰ দ্বাৰা নিঃসৰিত হয়।

14. ৰজঃচক্ৰৰ নিঃসৰিত দশাটোক                  বুলিও কোৱা হয়।

15. প্ৰতিটো ডিম্ব শ্ৰোণী আৱৰণ আৰু জৰায়ুৰ আৱৰণৰ লগত                  ৰে সংযোজিত হৈ থাকে।

16. শুক্ৰাণুৰ এক্ৰজম                  ৰে গঠিত। 

17.                  এটা জৰায়ুজ প্ৰাণীৰ উদাহৰণ।

18. পুং জননকোষ আৰু স্ত্ৰীজননকোষৰ মিলনক                  বোলে।

19. চাৰ্টলি কোষৰ কাম হ’ল                  কোষক পুষ্টি যোগান কৰা।

(B) শুদ্ধ নে অশুদ্ধ (১ নম্বৰৰ)ঃ

1. মানুহে ওভ’ভিভিৰেৰাচ।

2. শুক্ৰজনি নলীবোৰৰ মাজৰ অন্তবৰ্তী স্থানত লেইদিগ কোষবোৰ থাকে।

3. ডিম্বাশয়ৰ ওচৰতে থকা ফেল’পিয়ান নলীৰ চুপী আকৃতিৰ অংশটোক যোজন বোলে।

4. দ্বিতীয়ক শুক্ৰকোষত এগুণাত্মক ক্ৰ’ম’জম থাকে।

5. শুক্ৰাণুজনন কোষবোৰ মাইট’ছিছ প্ৰক্ৰিয়াৰে বিভাজিত হয়।

6. GNRH এবিধ অগ্ৰ পিটুইটাৰীৰ ভাগৰ পৰা ওলোৱা হ’ৰ্মন।

7. প্ৰাথমিক অণ্ডকোষৰ ফলিকূলক গ্ৰেফিয়ান ফলিকূল বুলিও জনা যায়।

8. XY যৌন ক্ৰ’ম’জ’ম পুৰুৰুষত পোৱা যায়।

9. বীজপুটি বা ব্লাষ্ট’চিষ্ট মৰুলাৰ পৰা গঠন হয়।

10. স্ত্ৰীজননকোষত ক্ৰমজম পোৱা যায়।

(C) অতি চুটি উত্তৰৰ প্ৰশ্নঃ (১ নম্বৰৰ)

1. স্ত্ৰী আৰু পুৰুষৰ প্ৰজননকালৰ বয়সৰ তাৰতম্য লিখা।

2. মূত্ৰপথিয় কুহৰ কি? 

3. দুটা অতিৰিক্ত পুংলৈংগিক গ্ৰান্থিৰ নাম লিখা।

4. শুক্ৰীয় জীৱদ্ৰব্য গঠন হোৱা পদাৰ্থসমূহ লিখা।

5. শুক্ৰক্ষৰণ মানে কি? 

6. এক্ৰ’জমৰ কাম কি? 

7. শুক্ৰাণুত মাইট’কন্দ্ৰিয়া কিয় থাকে? 

8. অতিৰিক্ত পুংজনন নলী আৰু গ্ৰন্থিবোৰৰ কাৰ্য্য পৰিচালিত কৰা হ’ৰ্মনৰ নাম লিখা।

9. বীৰ্য্য কি? 

10. নাৰীৰ ডিম্বাশয়ত কিয় এক সীমিত সংখ্যক প্ৰথমিক ফলিকূল থাকে? 

11. ডিম্বক্ষৰণ বুলিলে কি বুজা? 

12. ৰজঃচক্ৰ সংজ্ঞা দিয়া।

13. কৰ্পাচ লিউটিয়াম কেনেদৰে গঠন হয়? 

14. ডিম্বাণুৰ নিষেচন নহ’লে পীতপিণ্ডৰ কি হয়? 

15. ৰজঃঅৱসান কি?

16. পীতপিণ্ডই ক্ষৰণ কৰা পদাৰ্থবিধৰ নাম লিখা।

17. নিষেচন কি? 

18. তুমি মানুহৰ ক্ৰ’ম’জ’ম অধ্যয়ন কৰি আছা আৰু দুডাল সাইলাখ একে ক্ৰ’ম’জ’ম পালা। মানুগটোৰ লিংগ কি হ’ব? 

19. শুক্ৰাণুত কিমান যৌন ক্ৰম’জ’ম থাকে? 

20. ব্লাষ্টচিষ্ট বা বীজপুটীত পোৱা কোষৰ দুটা ওৰপ কি কি? 

21. এনে এটা অংগৰ নাম লিখা যি দুটা ভিন্ন প্ৰাণীৰ কলাৰ পৰা গঠন হয়।

 D. চুটি উত্তৰৰ প্ৰশ্ন ২ নম্বৰৰ ঃ

1. ‘ টাম বা বৃষণকোষৰ ভিতৰত শুক্রাশয় থকাৰ ফলত কি সুবিধা হয় ?

2. শুক্রজনি নলীকাত পােৱা দুই ধৰণৰ কোষৰ কাম লিখা ।

3. মানুহৰ জনন কাৰ্য্যৰ লগত জড়িত থকা বিভিন্ন প্রক্রিয়াসমূহৰ নাম লিখা । 

4. লেইডিগ কোষ কি ? ইয়াৰ কাম লিখা ।

5. ফলিকূল উদ্দীপক হর্মন ( FSH ) আৰু লিউটেনাইজিং হর্মন ( LH ) – ৰ কাম লিখা ।

6. শুক্রাণু এটাৰ শিৰৰ গঠন লিখা ।

7. অণ্ডকোষৰ সৃষ্টিৰ সময়ত কোষপ্রৰসত অসমান বিভাজন কিয় হয় লিখা ।

৪. ৰজঃচক্ৰৰ ফলিকূলীয় দশাত স্ত্রীৰ দেহৰ কি কি পৰিৱৰ্তন হয় ?

9. ৰজঃআগমন আৰু ৰজঃঅৱসানৰ মাজৰ পার্থক্য লিখা । 

10. প্রজেষ্টেৰণৰ কামসমূহ বর্ণনা কৰা ।

11. মাতৃৰ জৰায়ুত মানব ভ্ৰণৰ আৰােপণ কেনেদৰে হয় ?

12. অমৰাৰ কাৰ্য্য লিখা । 

13. অমৰাৰ কেনেদৰে গঠন হয় ?

14. ষ্টেম কোষ বা স্তম্ভ কোষ কি ? ইহঁতক ক’ত পােৱা যায় ?

15. শিশুৰ জন্মৰ পিছতেই প্রথম অৱস্থাত মাতৃদুগ্ধ পান কৰােৱাটো জৰুৰী বুলি কিয় কোৱা হয় ?

16. ৰজঃচক্ৰৰ পীতদশাৰ বৰ্ণনা কৰা ।

E , চুটি উত্তৰৰ প্ৰশ্ন ( ৩ নম্বৰৰ )  ঃ 

1. মানুহৰ অতিৰিক্ত পুংজনন নলীকা তন্ত্রৰ বৰ্ণনা দিয়া ।

2. এটা শুক্রজনি নলীকাৰ অন্তভাগৰ চিত্র আঁকি চিহ্নিত কৰা ।

3. স্ত্রী জননতন্ত্রৰ ছেদ এটাৰ চিত্ৰীয় দর্শন আঁকি চিহ্নিত কৰা । 

4. জৰায়ুৰ আৱৰণী কলা সমূহৰ তৰপৰ বিষয়ে এটা টোকা লিখা । 

5. মানুহৰ শুক্রাণুৰ এটা পৰিষ্কাৰ ছবি আঁকি চিহ্নিত কৰা । 

6. শুক্রাণুজনন আৰু ডিম্বাণুজননৰ মাজত পার্থক্য লিখা । 

7. ৰজঃচক্ৰৰ বিভিন্ন স্তৰবােৰ চিত্ৰৰে প্ৰদৰ্শন কৰা । 

8. মানবদেহত নিষেচনৰ বিভিন্ন পৰ্য্যায় বর্ণনা কৰা । 

9. মানুহৰ লিংগ কেনেকৈ নির্ণয় কৰা হয় ? 

10. বীজপুটী স্তৰলৈকে ভ্ৰণৰ বিকাশ চমুকৈ আলােচনা কৰা । 

11. প্ৰসৱ কি ? মানুহৰ প্ৰসৱ প্ৰক্ৰিয়াটো বর্ণনা কৰা ।। 

12. “ অমৰাই অন্তঃস্রাৱী কলা হিচাপে কাম কৰে ” —যুক্তিযুক্ততা লিখা । 

13. ৰজঃচক্ৰত হ’ৰ্মনৰ ভূমিকা আলােচনা কৰা । 

F. দীঘল উত্তৰৰ প্ৰশ্ন ( পাঁচ নম্বৰৰ ) ঃ 

1. শুক্রাশয়ৰ গঠন পৰিষ্কাৰ চিহ্নিত চিত্র আঁকি বর্ণনা কৰা । 

2. মানুহৰ স্ত্রীজননতন্ত্রৰ বৰ্ণনা দিয়া । 

3. স্তনগ্রন্থীৰ গঠন পৰিষ্কাৰ চিত্ৰৰে সৈতে বর্ণনা কৰা । 

4. শুক্রাণুজনন প্রক্রিয়াটোৰ বৰ্ণনা কৰা । 

5. . যৌৱনপ্রাপ্তিৰ বয়সত শুক্রাণুজনন প্রক্রিয়া আৰম্ভ কৰাত হ’র্মনৰ ভূমিকা উল্লেখ কৰা । 

6. গর্ভধাৰণৰ সময়ৰ এক মাহৰপৰা মানৱ ভ্ৰণৰ বিকাশ হােৱা প্ৰক্ৰিয়াটো বর্ণনা কৰা । 

7. মানুহৰ নিষেচন প্রক্রিয়াটোৰ বৰ্ণনা কৰা । 

8. মানুহৰ গৰ্ভাৱস্থা আৰু ভ্ৰণৰ বিকাশৰ বৰ্ণনা কৰা । 

* এটা ব্যৱহাৰিক শব্দত উত্তৰ দিয়া ( বিশেষ এক নম্বৰৰ প্রশ্ন )  ঃ 

1. প্রাক্ শুক্রাণুবােৰ শুক্রাণুলৈ পৰিবর্তিত হােৱা প্রক্রিয়া । 

2. ডিম্বাশয়ৰ ফলিকূলৰ ভিতৰত থকা তৰল পদার্থপূর্ণ গহ্বৰ । 

3. দ্বিতীয় অণ্ডকোষটোক ইয়াৰ চাৰিওফালে আৱৰি ৰখা আৱৰণখন । 

4. যৌৱনপ্রাপ্তিৰ সময়ত আৰম্ভ হােৱা প্ৰথম ঋতুস্ৰাৱ । 

5. বিদলনৰ দ্বাৰা সৃষ্টি হােৱা অপত্য কোষবােৰ । 

6. দুগ্ধক্ষৰণৰ প্রথম কেইদিনত সৃষ্টি হােৱা দুগ্ধ ।

0
    0
    Your Cart
    Your cart is emptyReturn to Shop