🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

জীৱন ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ । অধ্যায় ১৯ । Class 6 Social Science Lesson 19 Question and Answer Assam | SCERT Class 6 S.Science Chapter 19 Solution | Assamese Medium Class 6 Social Science Chapter 19 Answer |

জীৱন ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ

১) প্ৰযুক্তি কাক বোলে? তুমি জনা কেইবিধমান প্ৰযুক্তি সম্বলিত বস্তুৰ নাম লিখা।

উত্তৰঃ 

২) আমাৰ জীৱন-যাপনৰ মান উন্নয়নত প্ৰযুক্তিয়ে কেনেধৰণে সহায় কৰিছে লিখা।

উত্তৰঃ 

৩) প্ৰযুক্তি অবিহনে আমাৰ জীৱন-ধাৰণ প্ৰণালী কেনেকুৱা হ’লহেতেন বৰ্ণনা কৰা।

উত্তৰঃ 

৪) নদীৰ পানী প্ৰকৃতিৰ দান। এনেদৰে আৰু কি কি প্ৰকৃতিৰ দান আছে সেইবোৰক আমি কি কামত ব্যৱহাৰ কৰোঁ। ব্যাখ্যা কৰা।

উত্তৰঃ

৫) খালী ঠাই পূৰ কৰা–

(ক) মানুহৰ অভাৱৰ কোনো সীমা নাই।

(খ) জীৱন-ধাৰণৰ মান উন্নত কৰিবলৈ বিচৰাটো প্ৰতি গৰাকী মানুহৰ স্বাভাৱিক হাবিয়াস

(গ) মানৱ সভ্যতা হ’ল প্ৰকৃতি আৰু প্ৰযুক্তি ৰ সমন্বয়ৰ ফল।

(ঘ) প্ৰযুক্তিয়ে আমাৰ জীৱন আগৰ তুলনাত অধিক খৰতকীয়া আৰু আৰামদায়ক কৰি তুলিছে।

(ঙ) গোবৰৰ পৰা গোৱৰ গেছ আৰু সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি প্ৰস্তত কৰা হয়।

৬) অশুদ্ধ শব্দটো কাটি বাক্যটো শুদ্ধকৈ লিখা-

ক) অভাৱ পূৰণৰ উপায় বা আহিলা সীমিত/সীমাহীন।

খ) দূৰ ঠাইলৈ যাতায়ত আৰু যোগাযোগত আজিকালি বেছি সময় লাগে/নালাগে

গ) প্ৰযুক্তিয়ে আমাৰ দৈনন্দিন জীৱনত অহনিশে সহায় / অসুবিধা কৰি আছে।

ঘ) প্ৰযুক্তিৰ সহায় নোলোৱাকৈ/লৈ মানুহে সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি আহৰণ কৰিবলৈ সক্ষম হৈছে।

ঙ) পৃথিৱীখন এতিয়া আমাৰ বাবে সৰু আৰু চিনাকি/অচিনাকি।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop