🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 8 New Science 2 Chapter 12 MCQ’s Assam Jatiya Bidyalaya | ঘৰ্ষণ | AJB Class 8 New Science 2 Chapter 12 | MCQ’s Assamese Medium | Class 8 New Science 2 Chapter 12 | MCQ’s Type Question Answer |

Chapter-12

ঘৰ্ষণ

১। যি বলৰ ক্ৰিয়াৰ ফলত কিতাপখন ৰৈ গ’ল তাক কি বোলা হয় ?

(ক) বৈদ্যুতিক বল

(খ) চুম্বকীয় বল

(গ) ঘৰ্ষণ বল

উত্তৰঃ (গ) ঘৰ্ষণ বল।

২। য’তেই গতি থাকে তাত কি থাকে

(ক) গতি-ঘৰ্ষণ

(খ) ঘৰ্ষণ

(গ) স্থিতি-ঘৰ্ষণ

উত্তৰঃ (খ) ঘৰ্ষণ।

৩। বস্তু এটাই গতি কৰিব খোজোঁতে ক্ৰিয়া কৰা পদ্ধতিক কি বোলা হয় ?

(ক) গতি-ঘৰ্ষণ

(খ) স্থিতি-ঘৰ্ষণ

(গ) ঘৰ্ষণ

উত্তৰঃ (খ) স্থিতি-ঘৰ্ষণ।

৪। ঘৰ্ষণ কেই ভগাব পাৰি

(ক) দুই ভাগত

(খ) তিনি ভাগত

(গ) চাৰিভাগত

উত্তৰঃ (গ) চাৰিভাগত।

৫। গতি-ঘৰ্ষণৰ মান স্থিতি-ঘৰ্ষণৰ সৰ্বোচ্চ মানতকৈ

(ক) কম

(খ) বেছি

(গ) সমান

উত্তৰঃ (ক) কম।

৬। কি বল সদায় সৃষ্টি হয় গতিৰ বিপৰীত দিশত ?

(ক) বিদ্যুতিক বল

(খ) মাধ্যাকৰ্ষণ বল

(গ) ঘৰ্ষণ বল

উত্তৰঃ (গ) ঘৰ্ষণ বল।

৭। তলৰ কোনটো ঘেহুঁৰে তৈয়াৰী নহয়

(ক) আটা

(খ) ময়দা

(গ) পিঠাগুৰি

উত্তৰঃ (গ) পিঠাগুৰি।

৮। কোনো বস্তুৱে ঘূৰি ঘূৰি আগুৱাই যোৱা মানেই

(ক) চুঁচৰি যোৱা

(খ) বাগৰি যোৱা

(গ) ঘৰ্ষণ

উত্তৰঃ (খ) বাগৰি যোৱা।

৯। তলৰ কোনটো সোমাই থাকিলে কি কমি যায় ?

(ক) নিঃসৰিত

(খ) ঘূৰ্ণী ঘৰ্ষণ

(গ) ঘৰ্ষণ

উত্তৰঃ (গ) ঘৰ্ষণ।

১০। কি বলে আমাক খোজ কঢ়াত সহায় কৰে ?

(ক) বৈদ্যুতিক বল

(খ) তৰল ঘৰ্ষণ

(গ) ঘৰ্ষণ

উত্তৰঃ (গ) ঘৰ্ষণ।

১১। কি গতিত ঘৰ্ষণে বাধা দিয়ে ?

(ক) আপেক্ষিক গতিত

(খ) আহ্নিক গতিত

(গ) বাক্ষিক গতিত

উত্তৰঃ (ক) আপেক্ষিক গতিত।

১২। ঘৰ্ষণে কি উৎপন্ন কৰে ?

(ক) পোহৰ

(খ) তাপ

(গ) পানী

উত্তৰঃ (খ) তাপ।

১৩। বল বিয়েৰিঙটো কিহেৰে তৈয়াৰী

(ক) সোন

(খ) তাম

(গ) ষ্টীল

উত্তৰঃ (খ) তাম।

১৪। তলৰ কোনটো বাধা দিয়া ঘৰ্ষণ

(ক) স্থিতি-ঘৰ্ষণ

(খ) তৰল ঘৰ্ষণ

(গ) ঘূৰ্ণী ঘৰ্ষণ

উত্তৰঃ (খ) তৰল ঘৰ্ষণ।

১৫। তলৰ কোনটো আকৃতিৰ বস্তু বগৰাই লৈ যাব পাৰি ?

(ক) গোলক

(খ) চাৰিচকীয়া

(গ) পাঁচ কুণীয়া

উত্তৰঃ (ক) গোলক।

১৬। দুটা কণিকাৰ মাজত দূৰত্ব যিমানে কমে সিহঁতৰ মাজত কি বল বাঢ়ে ?

(ক) ঘূৰ্ণী বল

(খ) তৰল বল

(গ) আকৰ্ষণ বল

উত্তৰঃ (গ) আকৰ্ষণ বল।

১৭। তলৰ কোনটোৰ মাজত ঘৰ্ষণ বলৰ উদ্ভৱ বেছি হয় ?

(ক) পকা ৰাস্তা আৰু ৰবৰৰ টায়াৰ

(খ) পানী আৰু মাটি

(গ) পোহৰ আৰু তাপ

উত্তৰঃ (ক) পকা ৰাস্তা আৰু ৰবৰৰ টায়াৰ।

১৮। তলৰ কোনটো ঘূৰ্ণী ঘৰ্ষণৰ বস্তু নহয় ?

(ক) মাৰ্বল

(খ) বাকচ

(গ) কণী

উত্তৰঃ (খ) বাকচ।

১৯। যন্ত্ৰৰ ঘূৰি থকা ঘৰ্ষণ কমাবলৈ কি বল লগোৱা হয় ?

(ক) বিয়েৰিং বল

(খ) বৈদ্যুতিক বল

(গ) চুম্বকীয় বল

উত্তৰঃ (ক) বিয়েৰিং বল।

২০। তৰল ঘৰ্ষণ বস্তুৱে কিহৰ ওপৰত নিৰ্ভৰ কৰে ?

(ক) মাটি আৰু পানী

(খ) তাপ আৰু পোহৰ

(গ) আকৃতি আৰু গতিবেগ

উত্তৰঃ (গ) আকৃতি আৰু গতিবেগ।

Type By- Subhas Nath

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop