খৃঃ ৬ষ্ঠ শতিকাত ৰচিত ডাণ্ডিক ‘দশকুমান চৰিত’ত কোনে কামৰূপৰ ৰজা কালিন্দ্ৰ বৰ্মনৰ জীয়েকক বিয়া কৰাইছিল? Posted on 07/01/2022 | Posted on Puspa Kakati উত্তৰ- খৃঃ ৬ষ্ঠ শতিকাত ৰচিত ডাণ্ডিক ‘দশকুমান চৰিত’ত বিকটবৰ্মনে কামৰূপৰ ৰজা কালিন্দ্ৰ বৰ্মনৰ জীয়েকক বিয়া কৰাইছিল। Post Views: 132