Class 11 Education Book Chapter 4 (Part 2) | অধ্যায় ৪ | শিক্ষা মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব | MCQs Short Question And Answer |

Chapter 4

শিক্ষা মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব

১। শিক্ষা মনোবিজ্ঞানক কি বুলি গণ্য কৰা হয?

(ক) জন্মদাতা পিতৃস্বৰূপ

(খ) চেণ্ডিফোৰ্ড

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) জন্মদাতা পিতৃস্বৰূপ

২। শিক্ষাব্যৱস্থাৰ কেন্দ্ৰবিন্দু কি?

(ক) শিক্ষাৰ্থীসকল

(খ) শিক্ষক

(গ) সামাজিক

উত্তৰঃ (ক) শিক্ষাৰ্থীসকল

৩। মানৱজীৱনৰ ঘাইকৈ কেইটা স্তৰ আছে?

(ক) দুটা

(খ) চাৰিটা

(গ) আঠটা

উত্তৰঃ (খ) চাৰিটা

৪। মানৱজীৱনৰ  যিকোনো এটা স্তৰৰ নাম কি?

(ক) শৈশৱকাল

(খ) শিক্ষণকাল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) শৈশৱকাল

৫। আমাৰ মনৰ কেইটা দিশ আছে?

(ক) পাঁচটা

(খ) তিনিটা

(গ) দুটা

উত্তৰঃ (খ) তিনিটা

৬। মানুহৰ মানসিক অৱস্থা স্থিৰ অৱস্থাত থাকেনে?

(ক) থাকে

(খ) নাথাকে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নাথাকে

৭। অন্তদৰ্শন পদ্ধতিক কি বুলি সমালোচনা কৰা হয়?

(ক) ব্যক্তিকেন্দ্ৰিক

(খ) মনোবিজ্ঞানীক

(গ) ব্যক্তি

উত্তৰঃ (ক) ব্যক্তিকেন্দ্ৰিক

৮। ইঙ্কব্লট টেষ্ট কোনে আৱিস্কাৰ কৰিছিল?

(ক) হাৰমেন্ ৰৰচাক

(খ) জৰ্জ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হাৰমেন্ ৰৰচাক

৯। প্ৰক্ষিপ্ত পদ্ধতিৰ যিকোনো এবিধৰ নাম কি?

(ক) মুক্ত

(খ) শক্তি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মুক্ত

১০। পৰিৱেশৰ এটা প্ৰকাৰৰ নাম কি?

(ক) গৃহ পৰিৱেশ

(খ) শৈক্ষিক পৰিৱেশ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) গৃহ পৰিৱেশ

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping