৮ম শতিকাৰ বাকপতি ৰচিত ‘গৌড়বাহো’ত কনৌজৰ ৰজা যশোবৰ্মণে কোন কোন ৰজাক হত্যা কৰা বুলি উল্লেখ পোৱা যায়?

উত্তৰ- ৮ম শতিকাৰ বাকপতি ৰচিত ‘গৌড়বাহো’ত কনৌজৰ ৰজা যশোবৰ্মণে গৌড় আৰু মগধৰ ৰজাক হত্যা কৰা বুলি উল্লেখ পোৱা যায়।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop