১০ম শতিকাত আত্মপ্ৰকাশ কৰা যাদৱপ্ৰকাশে তেওঁৰ কোনখন গ্ৰন্থত প্ৰাগজ্যোতিষ আৰু কামৰূপ পূবত অৱস্থিত বুলি উল্লেখ কৰিছে?

উত্তৰ- ১০ম শতিকাত আত্মপ্ৰকাশ কৰা যাদৱপ্ৰকাশে তেওঁৰ ‘বৈজয়ন্তী’ গ্ৰন্থত প্ৰাগজ্যোতিষ আৰু কামৰূপ পূবত অৱস্থিত বুলি উল্লেখ কৰিছে

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop