🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

কিমান চনত ‘হ’ম’ ইৰকটাচ’ৰ দৰে তুলনামূলকভাৱে জীৱবিধৰ কেনেকৈ বিলুপ্ত হৈছিল ?

উত্তৰঃ ‘হ’ম’ ইৰেক্‌ক্টাচ’ৰ দৰে তুলনামূলকভাৱে উন্নত জীৱবিধৰ বিলুপ্তিৰ বিভিন্ন কাৰণ হ’ল। ২০১৪ চনত অষ্ট্রেলিয়ান নেচনেল ইউনিভাৰ্ছিটীৰ পুৰাতাত্ত্বিকসকলে চৌদি আৰবৰ চাফাকাহ্ (Saffaqah) অঞ্চলৰ এটি ‘হ’ম’ ইৰেক্‌টাচ’ৰ আশ্রয়স্থলীত খনন চলাই মত পোষণ কৰিছে যে ক্ৰমাৎ পৰিৱৰ্তিত জলবায়ুৰ লগত খাপ খুৱাই জীয়াই থাকিবলৈ নিজকে পৰিৱৰ্তন কৰিবলৈ যিখিনি ক্ষিপ্ৰতাৰ প্ৰয়োজন, সেয়া আহৰণ কৰাৰ পৰিৱৰ্তে ‘হ’ম’ ইৰেক্‌টাছ্‌’বোৰ আছিল এলেহুৱা আৰু ৰক্ষণশীল। সেইবাবেই জলবায়ু পৰিৱৰ্তন হোৱাৰ লগে লগে ‘হ’ম’ ইৰেক্‌টাছ্‌বোৰ বিলুপ্ত হ’ল।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop