🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 5 Social Science Chapter 3 MCQ’s Sankardev School | আদিম মানৱ আৰু সভ্য়তাৰ বিকাশ | Class 5 Social Science Chapter 3 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-3

আদিম মানৱ আৰু সভ্য়তাৰ বিকাশ

১। জ্বলন্তবাষ্পপিণ্ডৰূপে পৃথিৱীখনৰ কি হৈছিল?

(ক) মৃত্য়ু হৈছিল

(খ) জন্ম হৈছিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) জন্ম হৈছিল।

২। বাষ্পপিণ্ডটো চেঁচা হ’বলৈ কিমান বছৰ লাগিছিল?

(ক) কেইবাশ কোটি বছৰ লাগিছিল

(খ) কেইবাশ লাখ বছৰ লাগিছিল

(গ) কেইবাশ নিযুত বছৰ লাগিছিল.

উত্তৰঃ (ক) কেইবাশ কোটি বছৰ লাগিছিল।

৩। এদল মানুহ প্ৰায় কিমান পূৰ্বে ভাৰতলৈ আহিছিল?

(ক) ৪৫, ০০০ বছৰ

(খ) ৩৫, ০০০ বছৰ

(গ) ৭০, ০০০ বছৰ

উত্তৰঃ (গ) ৭০, ০০০ বছৰ।

৪। আদিম মানৱৰ মূল সমস্য়া কেইটা আছিল?

(ক) ৬ টা

(খ) ১ টা

(গ) ৩ টা

উত্তৰঃ (গ) ৩ টা।

৫। প্ৰায় ছহাজাৰ বছৰ পূৰ্বে তাম ধাতুৰ কি হৈছিল?

(ক) প্ৰয়োজন হৈছিল

(খ) আৱিষ্কাৰ হৈছিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) আৱিষ্কাৰ হৈছিল

৬। উৎপাদান বৃদ্ধিৰ বাবে অনেক সা-সঁজুলি ধাতুৰপৰা কি কৰি লোৱা হয়?

(ক) সৃষ্টি কৰি লোৱা হয়

(খ) সাজি লোৱা হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) সাজি লোৱা হয়।

৭। বস্তুৰ সলনা-সলনিৰ এই পদ্ধতিটোক কি বোলে?

(ক) বিতৰণ ব্য়ৱস্থা

(খ) অলৌকিক শক্তি

(গ) বিনিময় প্ৰথা

উত্তৰঃ (গ) বিনিময় প্ৰথা।

৮। নৱপ্ৰস্তুৰ যুগৰ মানুহৰ মহান কি আছিল?

(ক) প্ৰয়োজন আছিল

(খ) আৱিষ্কাৰ আছিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) আৱিষ্কাৰ আছিল।

৯। জনসংখ্য়াৰ বৃদ্ধিৰ লগে লগে আদিম মানৱৰ কিহৰ অভাৱ হৈছিল?

(ক) কাপোৰ-কানি

(খ) খোৱাবস্তু

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) খোৱাবস্তু।

১০। লাহে লাহে বতাহৰ কোব কি হৈ আহিল?

(ক) কমি আহিল

(খ) বেছি আহিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বেছি আহিল।

Type By- Subhas Nath

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop