🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 5 Social Science Chapter 14 MCQ’s Sankardev School | ভৌগোলিক সংজ্ঞা | Class 5 Social Science Chapter 14 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-14

ভৌগোলিক সংজ্ঞা

১। ভৌগোলিক সংজ্ঞা সম্পৰ্কে পুনৰ কি কৰা হ’ল?

(ক) গঠন কৰা হ’ল

(খ) সৃষ্টি কৰা হ’ল

(গ) আলোচনা কৰা হ’ল

উত্তৰঃ (গ) আলোচনা কৰা হ’ল।

২।  দুখন পৰ্বতৰ মাজৰ ঠেক সমতল ভূমিক কি বোলা হয়?

(ক) মৰুভূমি বোলা হয়

(খ) গিৰিপথ বোলা হয়

(গ) হ্ৰদ বোলা হয়

উত্তৰঃ (খ) গিৰিপথ বোলা হয়।

৩। সাগৰত লগ হোৱা স্থানৰ বহল জলৰাশিক কি বোলে?

(ক) পৰ্বত বোলে

(খ) হ্ৰদ বোলে

(গ) মোহনা বোলে

উত্তৰঃ (গ) মোহনা বোলে।

৪। কাশ্মীৰৰ উলাৰ হ’ল ভাৰতৰ কি হ্ৰদ?

(ক) সৰু হ্ৰদ

(খ) বৃহত্তম হ্ৰদ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বৃহত্তম হ্ৰদ।

৫। প্ৰৱাল কত থকা পোক?

(ক) সাগৰত

(খ) পৰ্বতত

(গ) মৰুভূমিত

উত্তৰঃ (ক) সাগৰত।

৬। সাগৰৰ সৈতে সংলগ্ন হৈ থকা জলাশয় কি বোলা হয়?

(ক) উপহ্ৰদ বোলা হয়

(খ) দ্বীপ বোলা হয়

(গ) হ্ৰদ বোলা হয়

উত্তৰঃ (ক) উপহ্ৰদ বোলা হয়।

৭। জোৱাৰ আৰু নামি যোৱা পানীক কি বোলে?

(ক) সাগৰ বোলে

(খ) ভাটা বোলে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ভাটা বোলে।

৮। বেপাৰৰ বাবে সুবিধাজনক ঠাইত বন্দৰ কি কৰা হয়?

(ক) নিৰ্মাণ কৰা হয়

(খ) নিৰ্ণয় কৰা হয়

(গ) অৰ্পণ কৰা হয়

উত্তৰঃ (ক) নিৰ্মাণ কৰা হয়।

৯। মেৰু অঞ্চল অতিশয় কি?

(ক) গৰম

(খ) ঠাণ্ডা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ঠাণ্ডা।

১০। সাগৰ বা নৈৰ পাৰৰ জাহাজ বন্ধা স্থানক কি বোলে?

(ক) বন্দৰ বোলে

(খ) স্কুল বোলে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) বন্দৰ বোলে।

Type By- Subhas Nath

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop