Class 5 Science Chapter 4 MCQ’s Sankardev School | উদ্ভিদৰ বিভিন্ন অংশ আৰু কাৰ্য | Class 5 Social Science Chapter 4 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 4

উদ্ভিদৰ বিভিন্ন অংশ আৰু কাৰ্য

১। উদ্ভিদৰ আৰু প্ৰাণীসমূহক একেলগে কি বুলি কোৱা হয়।

(ক) জীৱজগত

(খ) পৰিৱেশ

(গ) জীৱমণ্ডল

উত্তৰ- (ক) জীৱজগত ।

২। জীয়াই থাকিবলৈ আমাক বায়ু, পানী আৰু আহাৰৰ প্ৰয়োজন হয় নে নহয়।

(ক) হয়

(খ) নহয়

(গ) একো নহয়

উত্তৰ- (ক) হয় ।

৩। কাণ্ড কোমল আৰু চাপৰ উদ্ভিদক কি বোলে?

(ক) লতাজাতীয় উদ্ভিদ

(খ) তৃণজাতীয় উদ্ভিদ

(গ) গুল্মজাতীয় উদ্ভিদ

উত্তৰ- (খ) তৃণজাতীয় উদ্ভিদ ।

৪। যিবোৰ উদ্ভিদৰ জীৱনকাল দুবছৰ। এনে উদ্ভিদবোৰক কি বোলে?

(ক) দ্ধিবাৰ্যিক উদ্ভিদ

(খ) একবৰ্ষীয় উদ্ভিদ

(গ) বহুবৰ্ষীয় উদ্ভিদ

উত্তৰ- (ক) দ্ধিবাৰ্যিক উদ্ভিদ ।

৫। যিবোৰ উদ্ভিদৰ জীৱনকাল মাত্ৰ এবছৰ। এনে উদ্ভিদবোৰক কি বোলে?

(ক) দ্ধিবাৰ্যিক উদ্ভিদ

(খ) বহুবৰ্ষীয় উদ্ভিদ

(গ) একবৰ্ষীয় উদ্ভিদ

উত্তৰ- (গ) একবৰ্ষীয় উদ্ভিদ ।

৬। যিবোৰ উদ্ভিদৰ বহু বছৰ ধৰি জীয়াই থাকে। এনেবোৰ উদ্ভিদক কি বোলে?

(ক) বহুবৰ্ষীয় উদ্ভিদ

(খ) লতাজাতীয় উদ্ভিদ

(গ) বৃক্ষজাতীয় উদ্ভিদ

উত্তৰ- (ক) বহুবৰ্ষীয় উদ্ভিদ ।

৭। যিবোৰ উদ্ভিদৰ কাণ্ড অতি কোমল আৰু দুৰ্বল বাবেই আশ্ৰয়ৰ প্ৰয়োজন হয়। সেইবাবে এনে উদ্ভিদ মাটিত বা আনগছত বগাই যায়। এইবোৰ উদ্ভিদক কি বোলে?

(ক) লতাজাতীয় উদ্ভিদ

(খ) দ্ধিবাৰ্যিক উদ্ভিদ

(গ) তৃণজাতীয় উদ্ভিদ

উত্তৰ- (ক) লতাজাতীয় উদ্ভিদ ।

৮। যিবোৰ উদ্ভিদৰ গা-গছ ওখ, শক্তিশালী  আৰু শকত তেনে উদ্ভিদক  কি বুলি কোৱা হয়?

(ক) তৃণজাতীয় উদ্ভিদ

(খ) বৃক্ষজাতীয় উদ্ভিদ

(গ) দ্ধিবাৰ্যিক উদ্ভিদ

উত্তৰ- (ক) তৃণজাতীয় উদ্ভিদ ।

৯। যিবিলাক উদ্ভিদৰ গা-গছ কঠিন হয় আৰু ইহঁতৰ গুৰিৰ পৰাই শাখা-প্ৰশাখা ওলাই জোপোহা হয়। এনে জাতীয় উদ্ভিদক কি বুলি কোৱা হয়?

(ক) গুল্মজাতীয় উদ্ভিদ

(খ) বৃক্ষজাতীয় উদ্ভিদ

(গ) লতাজাতীয় উদ্ভিদ

উত্তৰ- (ক) গুল্মজাতীয় উদ্ভিদ ।

১০। তৃণজাতীয় উদ্ভিদ কোনবোৰ।

(ক) ঘেঁহু, ধান, সৰিয়হ আৰু মাটি মাহ

(খ) ৰঙালাউ, টিয়ঁহ আৰু কোমোৰা

(গ) আম, কঠাল আৰু আঁহত

উত্তৰ- (ক) ঘেঁহু, ধান, সৰিয়হ আৰু মাটি মাহ ।

Type by- Bikul Mandal

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping