🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 5 Social Science Chapter 19 MCQ’s Sankardev School | গাঁৱৰ ভূগোলঃ নগৰৰ ভূগোল | Class 5 Social Science Chapter 19 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter-19

গাঁৱৰ ভূগোলঃ নগৰৰ ভূগোল

১। গাঁওবোৰত বসতি কি?

(ক) ডাঠ

(খ) পাতল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পাতল।

২। গাঁৱত পকী ৰাস্তা, বিজুলী যোগান, পানী যোগান আদিৰ কি হৈছে?

(ক) নিৰ্ভৰ হৈছে

(খ) সৃষ্টি হৈছে

(গ) ব্য়ৱস্থা হৈছে

উত্তৰঃ (গ) ব্য়ৱস্থা হৈছে।

৩। আজিকালি বহুতে চহৰতকৈ গাঁৱত থাকিহে কি পায়?

(ক) ভাল পায়

(খ) বেয়া পায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ভাল পায়।

৪। কিমান চনত গুৱাহাটী পৌৰ নিগম গঠিত হৈছিল?

(ক) ১৯৫৮ চনত

(খ) ১৯৭৮ চনত

(গ) ১৯৭৪ চনত

উত্তৰঃ (গ) ১৯৭৪ চনত।

৫। আমিনগাঁও টাউন কমিটি আৰু কিমান খন ৰাজহ খণ্ড অন্তৰ্ভুক্ত হৈছে?

(ক) ১৬ খন

(খ) ১৯ খন

(গ) ২১ খন

উত্তৰঃ (গ) ২১ খন।

৬। ষ্টক একচেঞ্জ, চাহ নিলাম কি আছে?

(ক) ৰাজ্য় আছে

(খ) কেন্দ্ৰ আছে

(গ) দেশ আছে

উত্তৰঃ (খ) কেন্দ্ৰ আছে।

৭। পাহাৰবোৰত গছ-গছনি আৰু কি আছে?

(ক) সাগৰ আছে

(খ) নদী আছে

(গ) নিজৰা আছে

উত্তৰঃ (গ) নিজৰা আছে।

৮। তিনিটা বৃহৎ কি গুৱাহাটীৰ পৰিৱেশ মনোমোহা কৰিছে?

(ক) সাগৰে

(খ) নদীয়ে

(গ) পুখুৰীয়ে

উত্তৰঃ (গ) পুখুৰীয়ে।

৯। হাটী শব্দৰ অৰ্থ কি?

(ক) শাৰী

(খ) তামোল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) শাৰী।

১০। প্ৰায়বোৰ পৰিয়ালে গৰু, ছাগলী, হাঁহ-পাৰ কি কৰে?

(ক) ব্য়ৱসায় কৰে

(খ) পোহে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পোহে।

Type By- Subhas Nath

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop