AJB Class 4 Social Science | Chapter 7 | আমাৰ দেশ ভাৰত | Question Answer | অসম জাতীয় বিদ্যালয় । চতুৰ্থ শ্ৰেণী সমাজ বিজ্ঞান অনুশীলনীৰ প্ৰশ্ন উত্তৰ | / Uncategorized / By Might Learn 2 Chapter 7 আমাৰ দেশ ভাৰত প্ৰাশ্নাৱলীঃ ১। একোটিকৈ বাক্যত উত্তৰ লিখা । ক) পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হােৱা ঠাইখনৰ নাম কি ? উত্তৰঃ খ) পৃথিৱীৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি ? উত্তৰঃ গ) ব্রহ্মপুত্র উপত্যকা ভাৰতৰ কোনটো প্রাকৃতিক বিভাগৰ অন্তৰ্গত ? উত্তৰঃ ঘ) উপকূল অঞ্চলৰ মানুহৰ প্রধান জীৱিকা কি ? উত্তৰঃ ঙ) ভাৰতীয় সংবিধানে বর্তমানলৈ কেইটা ভাষাক স্বীকৃতি দিছে? উত্তৰঃ ২। খালী ঠাই পূৰ কৰা । ক) থৰ মৰুভূমি ৰাজ্যত অৱস্থিত । খ) সাগৰৰ পাৰে পাৰে অঞ্চলটো অৱস্থিত । গ) দক্ষিণ ভাৰতৰ নর্মদা আৰু তাপ্তী নদী সাগৰত পৰিছে । ঘ) ভাৰতত সকলাে ধর্ম সমান বাবেই ভাৰতক ৰাষ্ট্ৰ বুলি কোৱা হয় । ৩। উত্তৰ লিখা । ক) ভাৰত নামটো কেনেকৈ হ’ল লিখা । উত্তৰঃ খ) ভাৰতৰ অন্তৰ্গত সাগৰৰ মাজত অৱস্থিত দ্বীপপুঞ্জসমূহৰ নাম লিখা । উত্তৰঃ গ) ভাৰতক কিয় ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয় ? উত্তৰঃ ৪। কি, ক’ত আৰু কিয় বিখ্যাত লিখা। (ক) তাজমহল উত্তৰঃ (খ) নালন্দা উত্তৰঃ (গ) অজন্তা উত্তৰঃ (ঘ) ইলোৰা । উত্তৰঃ ৫। চমুটোকা লিখা । ক) ভাৰতৰ উত্তৰৰ পাৰ্বত্য অঞ্চল । উত্তৰঃ খ) পশ্চিমৰ শুকান মৰুভূমি অঞ্চল । উত্তৰঃ গ) ভাৰতৰ উল্লেখযোগ্য কীৰ্তিচিহ্ন । উত্তৰঃ ৬। ভাৰতৰ চাৰিসীমাটো লিখা । উত্তৰঃ ৭। ভাৰতত প্ৰচলিত ধৰ্মসমূহৰ নাম লিখা । উত্তৰঃ ৮। ভাৰতৰ প্ৰাকৃতিক ভাগ কেইটা আৰু কি কি ? যিকোনো এটাৰ বিষয়ে বহলাই লিখা । উত্তৰঃ Post Views: 311