Class 7 Niti Mallika Sankardev School | Chapter 10 | সজ্জনৰ প্ৰতি অশ্ৰদ্ধাই বিপদত পেলায় | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 10

সজ্জনৰ প্ৰতি অশ্ৰদ্ধাই বিপদত পেলায়

1. সাম্ৰাজ্য় ৰজা কোন আছিল।

(ক)অৰ্জ্জুন

(খ)পৰীক্ষীত কুৰ

(গ)সন্ন্য়াসী

উত্তৰঃ (খ)পৰীক্ষীত কুৰ

2. ৰজা পৰীক্ষীতে কাক চাই ৰ’ল।

(ক)বাঘক

(খ)ধুনীয়া সোণ বৰণীয়া পহুক

(গ)ঈগলক

উত্তৰঃ (খ)ধুনীয়া সোণ বৰণীয়া পহুক

3. হৰিণাটো ৰজাৰ সন্মুখত কি হ’ল।

(ক)নেদেখা হ’ল

(খ)ডাঙৰ হ’ল

(গ)সৰু হ’ল

উত্তৰঃ (ক)নেদেখা হ’ল

4. ৰজা পৰীক্ষীতে ক’ত সোণালী হৰিণা দেখিছিল।

(ক)ৰাজমহলত

(খ)ৰাজ কাৰেঙত

(গ)জোপোহাট

উত্তৰঃ (গ)জোপোহাট

5. কোন গভীৰ ধ্য়ানত আছিল।

(ক)পৰীক্ষীত

(খ)সন্ন্য়াসী

(গ)মহাদেৱ

উত্তৰঃ (খ)সন্ন্য়াসী

6. মৰা সাপডাল কোনে কাৰ ডিঙিত মেৰিয়াই দিছিল।

(ক)পৰীক্ষীতে সন্ন্য়াসিক

(খ)সন্ন্য়াসিয়ে পৰীক্ষীতক

(গ)পৰীক্ষীতে অৰ্জ্জুনক

উত্তৰঃ (ক)পৰীক্ষীতে সন্ন্য়াসিক

7. ৰজাই অভিশাপৰ পৰা হাত শাৰিবলৈ কি ব্য়ৱস্থা ল’লে

(ক)সাগৰৰ মাজত এটা সৰু থকা ঘৰ সজালে

(খ)কঠোৰকৈ কঠোৰ পোহৰা দিলে

(গ)সন্ন্য়াসিৰ পুত্ৰৰ পৰা ক্ষমা সুজিলে

উত্তৰঃ (ক)সাগৰৰ মাজত এটা সৰু থকা ঘৰ সজালে

8. সপ্তাহটোৰ বাকী দিনকোইটা ৰজাই কি শুনি কটাইছিল  

(ক)গীত শুনি

(খ)সৎ আৰু মৎক লোকৰ বাণী শুনি

(গ)কবিতা শুনি

উত্তৰঃ (খ)সৎ আৰু মৎক লোকৰ বাণী শুনি

9. ৰজা এনে এটা পাপ কামৰ কাৰণে মনত কেনেকুৱা পালে।

(ক)সুখি

(খ)দুখি

(গ)হাহা ধৰিলে

উত্তৰঃ (খ)দুখি

10. ৰজা পৰীক্ষিতৰ মৃত্য়ু কেনেকৱে হ’ল।

(ক)সাপে খুটিয়া কাৰণে হ’ল

(খ)বিষ খোৱাৰ কাৰণে হ’ল

(গ)কুকুৰে কামোৰাৰ কাৰণে হ’ল

উত্তৰঃ (ক)সাপে খুটিয়া কাৰণে হ’ল

11. কোনে কাক চিঞৰি চিঞৰি সুধিলে 

(ক)সন্ন্য়সিয়ে পৰীক্ষীক সুধিলে

(খ)পৰীক্ষীয়ে সন্ন্য়সিক সুধিলে

(গ)অস্তিকে পৰিক্ষীক সুধিলে

উত্তৰঃ (খ)পৰীক্ষীয়ে সন্ন্য়সিক সুধিলে

12. শাস্তি হিচাপে অস্তিকে ৰজাক কি অভীশাপ দিছিল। 

(ক)ৰজা পৰীক্ষিতে স্বৰ্গত যাতে ঠাই নাপাৱে

(খ)নৰকত ৰজা পৰীক্ষিতে কঠোৰতকৈ কঠোৰ দণ্ড যাতে ভোগে

(গ)ৰজা পৰীক্ষীতৰ সাতদিনৰ ভিতৰত সৰ্প দংশনত মূত্য়ু হ’ব

উত্তৰঃ (গ)ৰজা পৰীক্ষীতৰ সাতদিনৰ ভিতৰত সৰ্প দংশনত মূত্য়ু হ’ব

13. ফলটোৰ পৰা কি শব্দ উলাইছিল। 

(ক)ভক্ ভক্

(খ)কেকে হোৱা

(গ)ফোচ ফোচ

উত্তৰঃ (গ)ফোচ ফোচ

14. ধুনীয়া পহুটো কি ৰঙৰ আছিল। 

(ক)সেউজীয়া

(খ)সোণ বৰণীয়া

(গ)সুমধিৰা

উত্তৰঃ (খ)সোণ বৰণীয়া

15. ৰজা পৰীক্ষিত কাৰ পিছত দৌৰিছিল।

(ক)বাঘৰ পিছত

(খ)ঘোৰাৰ পিছত

(গ)সোণ বৰণীয়া পহুটোৰ পিছত

উত্তৰঃ (গ)সোণ বৰণীয়া পহুটোৰ পিছত

16. ফলটো উপহাৰ হিচাপে কোনে দিছিল।

(ক)নাৱিকে

(খ)গাওঁৰ মানুহে

(গ)চহৰৰ মানুহে

উত্তৰঃ (ক)নাৱিকে

17. ফলটোৰ ভিতৰত কি আছিল।

(ক)পোক-পতংগ সোমাই আছিল

(খ)সাপৰ ৰজা তক্ষকে সোমাই আছিল

(গ)বিষ আছিল

উত্তৰঃ (খ)সাপৰ ৰজা তক্ষকে সোমাই আছিল

0
    0
    Your Cart
    Your cart is emptyReturn to Shop