Class 6 Social Science Sankardev School | Chapter 8 | আমাৰ ভাৰতবৰ্ষ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 8

আমাৰ ভাৰতবৰ্ষ

১। উত্তৰা-দক্ষিণাকৈ কাশ্মীৰৰ উত্তৰ সীমাৰ পৰা কন্য়কুমাৰীলৈকে ভাৰতবৰ্ষৰ দৈৰ্ঘ কিমান?

(ক)১২০ কি. মি.

(খ)৩২২৫ কি. মি.

(গ)২৯৩৫ কি. মি.

উত্তৰঃ (খ)৩২২৫ কি. মি.

২। দ্বীপৰাষ্ট্ৰ বুলি কোনখন দেশক জনা যায়?

(ক)নেপাল

(খ)ভূটান

(গ)শ্ৰীলংকা

উত্তৰঃ (গ)শ্ৰীলংকা

৩। ভাৰতবৰ্ষ কোন গোলাৰ্ধত অৱস্থিত?

(ক)দক্ষিণ

(খ)পশ্চিম

(গ)উত্তৰ

উত্তৰঃ (গ)উত্তৰ

৪। ভাৰবৰ্ষৰ মাজভাগেদিয়েই পাৰ হৈ যোৱা ৰেখা ডালৰ নাম কি?

(ক)মকৰক্ৰান্তি ৰেখা

(খ)কৰ্কটক্ৰান্তি ৰেখা

(গ)বিষুৱ ৰেখা

উত্তৰঃ (খ)কৰ্কটক্ৰান্তি ৰেখা

৫। ভাৰতবৰ্ষৰ ভূভাগক কেইটা ভূ-প্ৰাকৃতিক ভাগত ভাগ কৰা হৈছে?

(ক)৩ টা

(খ)৫ টা

(গ)৭ টা

উত্তৰঃ (খ)৫ টা

৬। দক্ষিণাত্য়ৰ ক’লা মাটিৰ অঞ্চল কি খেতিৰ বাবে উপযোগী?

(ক)চাহ খেতি

(খ)কপাহ খেতি

(গ)ধান খেতি

উত্তৰঃ (খ)কপাহ খেতি

৭। ভাৰতৰ মাটিকালি কিমান?

(ক)৩৩৮৭২৬৩

(খ)৪৫৬২৭৬৮

(গ)২৫৪৫২৪৭

উত্তৰঃ (ক)৩৩৮৭২৬৩

৮। পৃথিৱীৰ জনবহুল দেশৰ ভিতৰত ভাৰতবৰ্ষ কিমান নম্বৰ স্থানৰ ভিৰতৰ আছেঃ-

(ক)৫ নম্বৰ

(খ)২ নম্বৰ

(গ)৭ নম্বৰ

উত্তৰঃ (খ)২ নম্বৰ

৯। ৰাজপুতনা সমতল এলেকাই ভাৰতৰ কিমান শতাংশ ভূমি জুৰি আছে?

(ক)৯০ হাজাৰ বৰ্গ কিলোমিটাৰ

(খ)৮৫ হাজাৰ বৰ্গ কিলোমিটাৰ

(গ)৯৪ হাজাৰ বৰ্গ কিলোমিটাৰ

উত্তৰঃ (ক)৯০ হাজাৰ বৰ্গ কিলোমিটাৰ

১০। ভাৰতৰ অধিকাংশ অঞ্চল কোনটো জলবায়ু অঞ্চলত অৱস্থিত?

(ক)বিযুৱীয় জলবায়ু

(খ)মৌচুমি জলবায়ু

(গ)ক্ৰান্তিয় জলবায়ু

উত্তৰঃ (গ)ক্ৰান্তিয় জলবায়ু

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping