Class 5 Assamese Book Chapter 3 |  অৰূপৰ আবেদন | MCQs Short Question Answer SCERT School |

Chapter 3

অৰূপৰ আবেদন

১।অৰূপে কি কাৰণত কোইবাদিনো স্কুলত অনুপস্থিত আছিল?

(ক)পেট চলা বেমাৰত ভূগি থকাৰ বাবে

(খ)ভৰিৰ বিষৰ বাবে

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)পেট চলা বেমাৰত ভূগি থকাৰ বাবে

২। আৱেদনক কি বুলি কয়?

(ক)চিঠি

(খ)দৰ্খাস্ত

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)দৰ্খাস্ত

৩। অৰূপে পঢ়া স্কুল খনৰ নাম কি?

(ক)ৰামেশ্বৰী সংঘ বিদ্যালয়

(খ)ৰামানুজন একাডেমী

(গ)নৱজ্যোতি আদৰ্শ প্ৰাৰ্থমিক বিদ্যালয়

উত্তৰঃ (গ)নৱজ্যোতি আদৰ্শ প্ৰাৰ্থমিক বিদ্যালয়

৪। অৰূপ কি শ্ৰেণীৰ ছাত্ৰ আছিল?

(ক)অষ্টম শ্ৰেণীৰ

(খ)পঞ্চম শ্ৰেণীৰ

(গ)সপ্তম শ্ৰেণীৰ

উত্তৰঃ (খ)পঞ্চম শ্ৰেণীৰ

৫। অৰূপ কিমান তাৰিখে গাঁৱৰ এঘৰলৈ ভোজ খাব গৈছিল?

(ক)৫-০৫-১৩ তাৰিখে

(খ)৭-০৫-২১ তাৰিখে

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)৫-০৫-১৩ তাৰিখে

৬। অৰূপৰ ৰোল নং কিমান আছিল?

(ক)৫

(খ)১

(গ)৭

উত্তৰঃ (গ)৭

৭। কাল কাক বোলে?

(ক)ভৱিষ্যত কালকে

(খ)ক্ৰিয়াৰ সময়কে

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)ক্ৰিয়াৰ সময়কে

৮। কাল কেইপ্ৰকাৰৰ?

(ক)৫ প্ৰকাৰৰ

(খ)৭ প্ৰকাৰৰ

(গ)৩ প্ৰকাৰৰ

উত্তৰঃ (গ)৩ প্ৰকাৰৰ

৯। খাদ্য শব্দৰ বিপৰীত অৰ্থ কি?

(ক)অখাদ্য

(খ)বাদ্য

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)অখাদ্য

১০। পিতৃ-মাতৃ বা জ্যেষ্ঠজনক সম্বোধন কৰোঁতে আমি চিঠিত কি বুলি লিখো?

(ক)মাননীয়

(খ)মৰমৰ

(গ)পূজনীয়/পূজনীয়া

উত্তৰঃ (গ)পূজনীয়/পূজনীয়া

১১। বন্ধু-বান্ধৱী বা সৰুসকলক সম্বোধন কৰোঁতে আমি চিঠিত কি বুলি লিখো?

(ক)শ্ৰদ্ধেয়/শ্ৰদ্ধেয়া

(খ)মৰমৰ/প্ৰিয়

(গ)পূজনীয়/পূজনীয়া

উত্তৰঃ (খ)মৰমৰ/প্ৰিয়

১২। আত্মীয় স্বজন/জ্যেষ্ঠজনক সম্বোধন কৰোঁতে আমি চিঠিত কি বুলি লিখো?

(ক)শ্ৰদ্ধেয়/শ্ৰদ্ধেয়া

(খ)পূজনীয়/পূজনীয়া

(গ)মহোদয়/মহোদয়া

উত্তৰঃ (ক)শ্ৰদ্ধেয়/শ্ৰদ্ধেয়া

১৩। সন্মানীয় পদবীত থকাসকলক সম্বোধন কৰোঁতে আমি চিঠিত কি বুলি লিখো?

(ক)মাননীয়/মাননীয়া

(খ)মৰমৰ/প্ৰিয়

(গ)শ্ৰদ্ধেয়/শ্ৰদ্ধেয়া

উত্তৰঃ (ক)মাননীয়/মাননীয়া

১৪। বিদ্যালয়লৈ আহিব নোৱাৰাৰ  বাবে কোনে শিক্ষয়িত্ৰী বাইদেউৰ হাতত চিঠি দিছিল?

(ক)ৰাজায়ে

(খ)ৰাকেশয়ে

(গ)অৰূপে

উত্তৰঃ (গ)অৰূপে

১৫। বিদ্যালয়লৈ আহিব নোৱাৰিলে ছুটি বিচাৰি কি দিব লাগে?

(ক)চিঠি

(খ)দৰ্খাস্ত

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)দৰ্খাস্ত

১৬। অৰূপৰ অভিভাৱকৰ নাম কি?

(ক)পুণিমা হাজৰিকা

(খ)হলি হাজৰিকা

(গ)জগত হাজৰিকা

উত্তৰঃ (গ)জগত হাজৰিকা

১৭। অৰূপ কি শাখাৰ ছাত্ৰ?

(ক)’ক’ শাখাৰ

(খ)’খ’ শাখাৰ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)’ক’ শাখাৰ

১৮। উচিত শব্দৰ বিপৰীত অৰ্থ কি?

(ক)মিল

(খ)মান

(গ)অনুচিত

উত্তৰঃ (গ)অনুচিত

১৯। মান শব্দৰ বিপৰীত অৰ্থ কি?

(ক)অপমান

(খ)সহ্য

(গ)গ্ৰহ

উত্তৰঃ (ক)অপমান

২০। অৰূপৰ পেট চলা ৰোগ কিয় হৈছিল?

(ক)চকলেট খোৱাৰ বাবে

(খ)গাৱঁৰ এঘৰত ভোজ খাব যোৱাৰ বাবে

(গ)ফুচ্কা খোৱাৰ বাবে

উত্তৰঃ (খ)গাৱঁৰ এঘৰত ভোজ খাব যোৱাৰ বাবে

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping