Class 5 Assamese Book Chapter 6 | জোনাকৰ জেউতি | MCQs Short Question Answer SCERT School |

Chapter 6

জোনাকৰ জেউতি

১। ‘জোনাকৰ জেউতি’ পাঠটোত কোনে কালৈ চিঠি লিখিছিল?

(ক)মুকুটে তাৰ মৰমৰ বন্ধু নিয়ৰলৈ

(খ)বাবুয়ে তাৰ মৰমৰ ভায়েক ৰাজালৈ

(গ)পলাশে তাৰ মৰমৰ বন্ধু জ্ঞানমলৈ

উত্তৰঃ (ক)মুকুটে তাৰ মৰমৰ বন্ধু নিয়ৰলৈ

২। পুথিভঁৰালটোৰ নাম কি ৰখা হৈছিল?

(ক)জোনাকী

(খ)জোনাক

(গ)তৰালী

উত্তৰঃ (খ)জোনাক

৩। মুকুটহঁতৰ গাঁৱৰ গাওঁবুঢ়া জনৰ নাম কি আছিল?

(ক)শ্ৰী যুত ৰতন পায়েং

(খ)শ্ৰী যুত মাণিক চন্দ্ৰ বৰুৱা

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)শ্ৰী যুত মাণিক চন্দ্ৰ বৰুৱা

৪। পুথিভঁৰালীজনৰ নাম কি?

(ক)নীলকান্ত

(খ)শ্ৰী যুত মাণিক চন্দ্ৰ বৰুৱা

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)নীলকান্ত

৫। পুথিভঁৰাললৈ দহখন কিতাপ কোনে দান কৰিছিল?

(ক)নীলকান্তই

(খ)শ্ৰী যুত কমল বৰুৱাই

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)শ্ৰী যুত কমল বৰুৱাই

৬। শ্ৰী যুত কমল বৰুৱা কোন আছিল?

(ক)অৱসৰপ্ৰাপ্ত শিক্ষক

(খ)শিক্ষক

(গ)প্ৰধান শিক্ষক

উত্তৰঃ (ক)অৱসৰপ্ৰাপ্ত শিক্ষক

৭। নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটো কেই মহলীয়া আছিল?

(ক)২ মহলীয়া

(খ)৭ মহলীয়া

(গ)৯ মহলীয়া

উত্তৰঃ (গ)৯ মহলীয়া

৮। সেই পুথিভঁৰালটোৰ নাম কি আছিল?

(ক)জোনাক

(খ)ৰত্নোদধি

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)ৰত্নোদধি

৯। কাৰ তত্বাৱধানত আৰোহনত এটি শিশু পুথিভঁৰাল আছে?

(ক)শ্ৰীযুত কমল বৰুৱাৰ

(খ)জ্যোতিপ্ৰসাদ আগৰৱালাৰ

(গ)ভবেন্দ্ৰনাথ শইকীয়াৰ

উত্তৰঃ (গ)ভবেন্দ্ৰনাথ শইকীয়াৰ

১০। পুথিভঁৰাল ল’ৰা-বুঢ়া সকলো লোকৰ বাবে কি?

(ক)অনুষ্ঠান

(খ)প্ৰয়োজনীয় অনুষ্ঠান

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)প্ৰয়োজনীয় অনুষ্ঠান

১১। নীলকান্তক সকলোৱে কি বুলি কয়?

(ক)পুথিভঁৰালী বুলি

(খ)কিতাপৰ পোক বুলি

(গ)নীল বুলি

উত্তৰঃ (খ)কিতাপৰ পোক বুলি

১২। নিয়ৰ মুকুটৰ কোন আছিল?

(ক)ভায়েক

(খ)ককায়েক

(গ)মৰমৰ বন্ধু

উত্তৰঃ (গ)মৰমৰ বন্ধু

১৩। কিতাপ পঢ়িলে কি হয়?

(ক)মূৰ বিষায়

(খ)জ্ঞান বাঢ়ে

(গ)জ্ঞান কমে

উত্তৰঃ (খ)জ্ঞান বাঢ়ে

১৪। বিজ্ঞানে আমাক ক’ৰ পৰা মুক্ত কৰে?

(ক)জ্ঞানৰ পৰা

(খ)বিদ্যাৰ পৰা

(গ)অন্ধবিশ্বাসৰ পৰা

উত্তৰঃ (গ)অন্ধবিশ্বাসৰ পৰা

১৫। শিক্ষাই কি কৰে?

(ক)জ্ঞান দূৰ কৰে

(খ)অজ্ঞানতা দূৰ কৰে

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)অজ্ঞানতা দূৰ কৰে

১৬। পুথিভঁৰালৰ অন্য এটা নাম কি?

(ক)গ্ৰন্থাগাৰ

(খ)পুথিভঁৰালী

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক)গ্ৰন্থাগাৰ

১৭। পুথিভঁৰালীৰ অন্য এটা নাম কি?

(ক)নীলকান্ত

(খ)গ্ৰন্থাগাৰ

(গ)গ্ৰন্থাগাৰিক

উত্তৰঃ (গ)গ্ৰন্থাগাৰিক

১৮। হিউৱেনচ্যাঙ কোন আছিল?

(ক)পণ্ডিত

(খ)চীন দেশৰ পৰিব্ৰাজক

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ)চীন দেশৰ পৰিব্ৰাজক

১৯। হিউৱেনচ্যাঙে নালন্দা বিশ্ববিদ্যালয়ত কি বিষয়ে পঢ়িছিল?

(ক)তৰ্ক শাস্ত্ৰৰ

(খ)দৰ্শন শাস্ত্ৰৰ

(গ)যোগ শাস্ত্ৰৰ

উত্তৰঃ (গ)যোগ শাস্ত্ৰৰ

২০। এই বিশ্ববিদ্যালয়ৰ বাহিৰে ভিতৰে কিমান ছাত্ৰ আছিল?

(ক)বিশ হাজাৰ

(খ)দহ হাজাৰ

(গ)তিশ হাজাৰ

উত্তৰঃ (খ)দহ হাজাৰ

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping