🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 10 Geography Chapter 3 | অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা | MCQs Short Question Answer SEBA School |

Chapter 3

অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা

১। ভূগোল বিষয়টো কোনটো শাখা অতি গুৰুত্বপূৰ্ণ?

(ক) আঞ্চলিক ভূগোল

(খ) মানৱ ভূগোল

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) আঞ্চলিক ভূগোল

২। সাদৃশ্য ভিত্তিত চিনাক্ত কৰা একোটা অংশক কি বুলি কোৱা হয়?

(ক) ভৌগোলিক বৈচিত্ৰ্যৰ বিষয়

(খ) ক্ৰিয়াত্মক অঞ্চল

(গ) সমধৰ্মী অঞ্চল

উত্তৰঃ (গ) সমধৰ্মী অঞ্চল

৩। ক্ৰিয়াত্মক সম্পৰ্কৰ ভিত্তিত চিনাক্ত কৰা অংশক কি বুলি কোৱা হয়?

(ক) প্ৰাকৃতিক অঞ্চল

(খ) ক্ৰিয়াত্মক অঞ্চল

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ক্ৰিয়াত্মক অঞ্চল

৪। প্ৰাকৃতিক উপাদান কিহৰ ওপৰত নিৰ্ভৰ কৰি চিনাক্ত কৰা হয়?

(ক) সাদৃশ্যৰ ওপৰত

(খ) পানীৰ ওৰপত

(গ) ইয়াৰ ভিতৰত এটাও নহৰ

উত্তৰঃ (ক) সাদৃশ্যৰ ওপৰত

৫। কেন্দ্ৰীয় স্থানক কেন্দ্ৰ কৰি চিনাক্ত কৰা অঞ্চলক কি অঞ্চল বুলি কোৱা হয়?

(ক) সংযুক্ত অঞ্চল

(খ) ক্ৰিয়াত্মক অঞ্চল

(গ) নিজস্ব অঞ্চল

উত্তৰঃ (খ) ক্ৰিয়াত্মক অঞ্চল

৬। প্ৰতিখন নগৰৰে একোটা কি অঞ্চল থাকে?

(ক) গ্ৰাম্য অঞ্চল

(খ) নগৰ অঞ্চল

(গ) ক্ৰিয়াত্মক অঞ্চল

উত্তৰঃ (গ) ক্ৰিয়াত্মক অঞ্চল

৭। ভূ-পৃষ্ঠৰ প্ৰায় কিমান নিযুত বৰ্গ কিলোমিটাৰ মাটি আছে?

(ক) ১৪৯ নিয়ুত

(খ) ১৭৩ নিযুত

(গ) ২৭৫ নিযুত

উত্তৰঃ (ক) ১৪৯ নিয়ুত

৮। ভূ-পৃষ্ঠৰ প্ৰায় কিমান নিযুত বৰ্গ কিলোমিটাৰ পানীয়ে আৱৰি আছে?

(ক) ১৩৫ নিযুত

(খ) ৩৭৮ নিযুত

(গ) ৩৬১ নিযুত

উত্তৰঃ (গ) ৩৬১ নিযুত

৯। মহাদেশসমূহৰ ভিতৰত কি মহাদেশ আটাইকৈ সৰ্ববৃহৎ?

(ক) এছিয়া মহাদেশ

(খ) অস্ট্রেলিয়া মহাদেশ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) এছিয়া মহাদেশ

১০। মহাসাগৰসমূহৰ ভিতৰত কোনখন মহাসাগৰ সৰ্বসৃহৎ?

(ক) ভাৰত মহাসাগৰ

(খ) দক্ষিন মহাসাগৰ

(গ) প্ৰশান্ত মহাসাগৰ

উত্তৰঃ (গ) প্ৰশান্ত মহাসাগৰ

১১। পৃথিৱীৰ স্থলমণ্ডলৰ প্ৰায় কিমান শতাংশ জুৰি আৱৰি আছে?

(ক) ৩০ শতাংশ

(খ) ৫০ শতাংশ

(গ) ২০ শতাংশ

উত্তৰঃ (ক) ৩০ শতাংশ

১২। নিৰক্ষীয় অঞ্চলৰ বছৰি গড় উত্তাপৰ পৰিমাণ কিমান চেলচিয়াছ?

(ক) ৩৭ চেলচিয়াছ

(খ) ২৭ চেলচিয়াছ

(গ) ৩২ চেলচিয়াছ

উত্তৰঃ (খ) ২৭ চেলচিয়াছ

১৩। নিৰক্ষীৰ অঞ্চলৰ বছৰি বছৰি গড় বৃষ্টিপাতৰ পৰিমান কিমান চেন্টিমিটাৰ।

(ক) ২৩৬ চেন্টিমিটাৰ

(খ) ৩০০ চেন্টিমিটাৰ

(গ) ২০০ চেন্টিমিটাৰ

উত্তৰঃ (গ) ২০০ চেন্টিমিটাৰ

১৪। আমাজান নদীৰ অৱবাহিকাক কি বোলা হয়?

(ক) ছেলভা

(খ) দ্বীপপুঞ্জ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) ছেলভা

১৫। কংগো অৱবাহিকাত বাস কৰা লোকসকলক কি নামেৰে জনাজাত?

(ক) কংগো

(খ) পিগমি

(গ) ফিলিপাইনছৰ

উত্তৰঃ (খ) পিগমি

১৬। গ্ৰীষ্মকাল আৰু শীতকালৰ মাজৰ উত্তাপৰ পাৰ্থক্য কিমান চেলছিয়াছ?

(ক) ১৫° চেছিয়াছ

(খ) ৭৪° চেলছিয়াছ

(গ) ৬৩° চেছিয়াছ

উত্তৰঃ (ক) ১৫° চেছিয়াছ

১৭। গ্ৰীষ্মকালত উত্তাপ গড়ে কিমান চেলচিয়াছলৈ বৃদ্ধি পায়?

(ক) ১৪° চেলচিয়াছ

(খ) ১৫° চেলচিয়াছ

(গ) ২০ চেলচিয়াছ

উত্তৰঃ (খ) ১৫° চেলচিয়াছ

১৮। উত্তৰ মেৰুৰ প্ৰাকৃতিক অঞ্চলটো কি বুলি জনাজাত?

(ক) মেৰু অঞ্চল

(খ) তুন্দ্ৰা অঞ্চল

(গ) প্ৰাকৃতিক অঞ্চল

উত্তৰঃ (খ) তুন্দ্ৰা অঞ্চল

১৯। উপকূলৰেখা প্ৰায় কিমান হেজাৰ কিলোমিটাৰ দীঘল

(ক) ৩০ হেজাৰ

(খ) ৩২ হেজাৰ

(গ) ৪২ হেজাৰ

উত্তৰঃ (ক) ৩০ হেজাৰ

২০। আফ্ৰিকা মহাদেশৰ প্ৰায় কিমান শতাংশ লোক নগৰবাসী?

(ক) ২০ শতাংশ

(খ) ২৭ শতাংশ

(গ) ৩৭ শতাংশ

উত্তৰঃ (গ) ৩৭ শতাংশ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop