🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 9 বৈচিত্ৰ্য়ময় অসম SEBA | Chapter 3 | কাৰ্বিসকল | MCQs Short Question Answer |

Chapter 3

কাৰ্বিসকল

১। বিষ্ণুপ্ৰসাদ ৰাভাই আমেৰিকাৰ আৱিষ্কাৰক কলম্বাছৰ সৈতে তুলনা কৰি কাৰ্বিসকলক কি বুলি আখ্য়া দিছিল ?

(ক) কলম্বাছ

(খ) ফৈদ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) কলম্বাছ

২। কাৰ্বিসকল ক’ত বাস কৰিছিল ?

(ক) অসমত

(খ) অসমৰ বাহিৰত

(গ) অসমৰ সোঁমাজত

উত্তৰঃ (গ) অসমৰ সোঁমাজত

৩। কাৰ্বি আংলঙৰ মাটি কালি কিমান বৰ্গ কিলোমিটাৰ ?

(ক) ২৬,০০০ বৰ্গ কিলোমিটাৰ

(খ) ১০,৩৪৩ বৰ্গ কিলোমিটাৰ

(গ) ২৯,০০০ বৰ্গ কিলোমিটাৰ

উত্তৰঃ (খ) ১০,৩৪৩ বৰ্গ কিলোমিটাৰ

৪। চেপান আবু কোনে ব্য়ৱহাৰ কৰে ?

(ক) ছোৱালী সকলে

(খ) ডেকাল’ৰা সকলে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ডেকাল’ৰা সকলে

৫। কাৰ্বিসকলৰ অলংকাৰবোৰ হ’ল–

(ক) লোক হিকি, নথেংপী, ন’লাংপং আদি

(খ) জোনবিৰি, গামখাৰু, কেৰু আদি

(গ) ইয়াৰ ভিৰতৰ এটাও নহয়

উত্তৰঃ (ক) লোক হিকি, নথেংপী, ন’লাংপং আদি

৬। পেং হামফু কাৰ্বিসকলৰ কি উৎসৱ ?

(ক) ৰাষ্ট্ৰীয় উৎসৱ

(খ) গাৱলীয়া উৎসৱ

(গ) ঘৰুৱা উৎসৱ

উত্তৰঃ (গ) ঘৰুৱা উৎসৱ

৭। চজুন উৎসৱ কিমান বছৰৰ মূৰে মূৰে পালন কৰা হয় ?

(ক) ২ বছৰৰ মূৰে মূৰে

(খ) ৫,৬ বছৰৰ মূৰে মূৰে

(গ) ৪, ৫ আৰু ৯ বছৰৰ মূৰে মূৰে

উত্তৰঃ (গ) ৪, ৫ আৰু ৯ বছৰৰ মূৰে মূৰে

৮। কাৰ্বি যুৱ মহোৎসৱ ক’ত পালন কৰা হয় ?

(ক) ডিফু চহৰত

(খ) গুৱাহাটীত

(গ) ৰঙিয়াত

উত্তৰঃ (ক) ডিফু চহৰত

৯। লংকাম তেৰণ কিমান চনত জন্ম হৈছিল ?

(ক) ১৯৫৭ চনত

(খ) ১৯৩২ চনত

(গ) ১৯৪৮ চনত

উত্তৰঃ (খ) ১৯৩২ চনত

১০। ছেমছনছিং ইংতিৰ পিতৃ মাতৃৰ নাম কি ?

(ক) পিতৃৰ নাম থেংকুৰছি ইংতি আৰু মাতৃৰ নাম ৰুথ মাধৱী

(খ) পিতৃৰ নাম ছাৰ তেৰাং আৰু মাতৃৰ নাম কাৰেং তিচ্ছপী

(গ) পিতৃৰ নাম জয়সিং হাঞ্চে আৰু মাতৃৰ নাম কাত্ৰৎ টেৰণপী

উত্তৰঃ (ক) পিতৃৰ নাম থেংকুৰছি ইংতি আৰু মাতৃৰ নাম ৰুথ মাধৱী

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop