🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 3 Niti Mallika Sankardev School | Chapter 2 | কৃষ্ণসখা  সুদামা | MCQ’s Short Question Answer |

Chapter 2

কৃষ্ণসখা  সুদামা

১। বাল্যকালত শ্ৰীকৃষ্ণই ক’ত থাকি শিক্ষা গ্ৰহণ কৰিছিল।

(১) ভাডা ঘৰত থাকি

(২) সান্দীপনি মুনিৰ গৃহত

(৩) নিজা গৃহত

(৪) বাহিৰত থাকি

উত্তৰঃ (২) সান্দীপনি মুনিৰ গৃহত

২। সুদামা বৰ কি আছিল
(১) মৰমিয়াল
(২) দুখীয়া
(৩) সকত
(৪) দয়ালু
উত্তৰঃ (২) দুখীয়া

৩। গুৰুগৃহত থকা শিষ্যসকলৰ মাজত এজন শিষ্য আছিল
(১) কৃষ্ণ
(২) ৰোহন
(৩) সান্দীপনি
(৪) সুদামা
উত্তৰঃ (৪) সুদামা

৪। শ্ৰীকৃষ্ণ আৰু সুদামা মাজত কি গঢি উঠিছিল।
(১) গভীৰ বন্ধুত্ব
(২) ককাই-ভাই
(৩) সখী
(৪) আটাইকেইটা
উত্তৰঃ (১) গভীৰ বন্ধুত্ব

৫। শ্ৰীকৃষ্ণৰ প্ৰিয়সখা সুদামা আছিল
(১) সকত আৰু চাপকে
(২) দুষ্ট
(৩) সৎ স্বভাৱৰ আৰু ধাৰ্মিক
(৪) এটাও নহয়
উত্তৰঃ (৩) সৎ স্বভাৱৰ আৰু ধাৰ্মিক

৬। সুদামা পত্নীয়ে তেঁও ক’ললৈ পঠিয়াইছিল
(১) বজাৰলৈ
(২) বাল্যসখা শ্ৰীকৃষ্ণ দ্বাৰকাত
(৩) দোকানলৈ
(৪) মেলালৈ
উত্তৰঃ (২) বাল্যসখা শ্ৰীকৃষ্ণ দ্বাৰকাত

৭। পত্নীয়ে সুদামা বন্ধুৰ বাবে কি বান্ধি দিলে।
(১) বিস্কুট
(২) লাডু
(৩) এমুঠি সান্দহ
(৪) পিঠা
উত্তৰঃ  (৩) এমুঠি সান্দহ

৮। সুদামা দ্বাৰকালৈ যাঁওতে শ্ৰীকৃষ্ণৰ কিহত শুই আছিল।
(১) গছৰ তলত
(২) সোণৰ পালেঙত
(৩) বিছনাত
(৪) পাৰ্টিত
উত্তৰঃ (২) সোণৰ পালেঙত

৯। শ্ৰীকৃষ্ণ পত্নীয়ে তেওঁক কি লৈ বিচি আছিল।
(১) বিছনী
(২) ফেন
(৩) গছৰ আৰত
(৪) সুৱৰ্ণৰ চোঁৱৰ
উত্তৰঃ (৪) সুৱৰ্ণৰ চোঁৱৰ

১০। সুদামা শ্ৰীকৃষ্ণ ওচৰত যাওঁতে কি কাপোৰ পিন্ধি গৈছিল।
(১) পেন-চাট
(২) মলিয়ন কাপোৰ
(৩) চুৰিয়া
(৪) চাদৰ- মেখেলা
উত্তৰঃ (২) মলিয়ন কাপোৰ

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop