Class 3 Niti Mallika Sankardev School | Chapter 4 | বনভোজ  | MCQ’s Short Question Answer |

Chapter 4

বনভোজ

১। দীপুহঁতে বনভোজ খাবলৈ ক’লৈ গৈছিল।

(১) পবিতৰা

(২) শিৱসাগৰ

(৩) কাজিৰঙা

(৪) দেওঁখাল

উত্তৰঃ (৩) কাজিৰঙা

২। দীপুহঁতে কেতিয়া বনভোজ খাবলৈ গৈছিল।
(১) ঠাণ্ডা দিনত
(২) বছৰেকীয়া পৰিক্ষা শেষত
(৩) গৰম বন্ধত
(৪) জন্ম দিনত
উত্তৰঃ (২) বছৰেকীয়া পৰিক্ষা শেষত

৩। কাজিৰঙা পৃথিৱীত  কিহৰ বাবে বিখ্যাত ?
(১) এশিঙীযা গডৰ
(২) গৰু
(৩) মযৃৰ চৰাই
(৪) পদুম ফুল
উত্তৰঃ (১) এশিঙীযা গডৰ

৪। দীপুহঁতে কি মাহৰ কি তাৰিখে বনভোজ খাবলৈ গৈছিল।
(১) জানুৱাৰী মাহৰ ১ তাৰিখ
(২) জুন মাহৰ ১৭ তাৰিখ
(৩) মে মাহৰ ২৮ তাৰিখ
(৪) ডিচেম্বৰ মাহৰ ২০ তাৰিখ
উত্তৰঃ (৪) ডিচেম্বৰ মাহৰ ২০ তাৰিখ

৫। দীপু লগৰ দুজন কোন আছিল।
(১) ৰাম আৰু  ৰহিম
(২) দীপু আৰু নিশিল
(৩) ৰাজু আৰু সপোন
(৪) সপোন আৰু প্ৰজ্ঞান
উত্তৰঃ (৩) ৰাজু আৰু সপোন

৬। কেই বজাত বাছখন ৰজাবাৰী পৰা কাজিৰঙা অভিমুখে ৰাওনা হৈছিল।
(১) সাঁত বজাত
(২) আঠ বজাত
(৩) দহ বজাত
(৪) পাঁচ বজাত
উত্তৰঃ (২) আঠ বজাত

৭। কোন খন নৈ পাৰৰ এটুকুৰা বনভোজ বাবে বাচি ল’লে ।
(১) বৰাক
(২) ধনশিৰি
(৩) কঁহৰা
(৪) দিচাৎ
উত্তৰঃ (৩) কঁহৰা

৮। কাজিৰঙা এখন কি?
(১) ৰাষ্ট্ৰীয় উদ্য়ান
(২) উপনদী
(৩) নদী
(৪) উদ্য়ান
উত্তৰঃ (১) ৰাষ্ট্ৰীয় উদ্য়ান

৯। কাজিৰঙাত কি কি জন্ত দেখিলে ।
(১) জিৰাফ আৰু হৰিণ
(২)  হাতী
(৩) গঁড আৰু পহু
(৪) শিয়াল
উত্তৰঃ (৩) গঁড আৰু পহু

১০। ঋতু অনুযায়ী  কি ফুলা দেখিছিল।
(১) শোৱালী
(২) অৰ্কিড
(৩) কৃষ্ণচূয়া
(৪) বৰ্ষাৱ ফুল
উত্তৰঃ (২) অৰ্কিড

১১। তেওঁলোকৰ গাডী সমুখেৰে কি পাৰ হৈ গৈছিল।
(১) কেতেলা পহু
(২) শৰপহু
(৩) সুগৰী পহু
(৪) বনকুকুৰা
উত্তৰঃ (৪) বনকুকুৰা

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop