🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 Assamese SCERT | Chapter 7 | ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

 Chapter 7

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা

১। লক্ষ্মীনাথ বেজবৰুৱা কিমান চনত জন্ম হৈছিল?

a) ১৮৬৮

b) ১৮৬৪

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ১৮৬৪

২। লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম কি আছিল?
a) দীননাথ 
b) নিৰ্মলপ্ৰভা
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ a) দীননাথ

 ৩। লক্ষ্মীনাথ বেজবৰুৱাৰ মাতৃৰ নাম কি আছিল?
a) থানেশ্বৰী দেৱী
b) মনোৰমা
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ a) থানেশ্বৰী দেৱী

৪। লক্ষ্মীনাথ বেজবৰুৱাই ক’ত স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল?
a) যোৰহাটত
b) শিৱসাগৰত
c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) শিৱসাগৰত

৫। লক্ষ্মীনাথ বেজবৰুৱাই ক’ত বি. এ. পাছ কৰে?
a) কলিকতাৰ চিটী কলেজৰ পৰা
b) শিৱসাগৰৰ চিটী কলেজৰ পৰা
উত্তৰঃ a) কলিকতাৰ চিটী কলেজৰ পৰা

৬। লক্ষ্মীনাথ বেজবৰুৱা কিমান চনত মৃত্যু হৈছিল?
a) ১৯৪৬
b) ১৯৩৮
c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ১৯৩৮

৭। ৰবীন্দ্ৰনাথ ঠাকুৰ কিমান চনত জন্ম হৈছিল?
a)  ১৮৬১
b) ১৮৮৮
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ a)  ১৮৬১

৮। ৰবীন্দ্ৰনাথ ঠাকুৰ ক’ত জন্ম হৈছিল?
a) কলিকতাত
b) যোৰহাটত
c) যোৰহাটত
উত্তৰঃ a) কলিকতাত

৯। ৰবীন্দ্ৰনাথ ঠাকুৰে কি মহৎ গন্থৰ বাবে নোবেল বঁটা লাভ কৰে?
a) মোৰ জীৱন-সোঁৱৰণ
b) গীতাঞ্জলি c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ b) গীতাঞ্জলি

১০। কিমান চনত ৰবীন্দ্ৰনাথ টাকুৰে নোবেল বঁটা লাভ কৰে?
a) ১৯২৮
b) ১৯১৩
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ b) ১৯১৩

১২। মহাৰাজকুমাৰী বিনোদিনী কিমান চনত জন্ম হৈছিল?
a) ১৯২২
b) ১৯২৯
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ a) ১৯২২

১৩। মহাৰাজকুমাৰী বিনোদিনী পিতৃৰ নাম কি?
a) চাৰ চড়াচনা
b) যোগেন্দ্ৰ কুমাৰ
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ a) চাৰ চড়াচনা

১৪। যোগেন্দ্ৰ কুমাৰ বসুমতাৰী কিমান চনত জন্ম হৈছিল?
a) ১৯০২
b) ১৯২০
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ b) ১৯২০

১৫। কিমান চনত যোগেন্দ্ৰ কুমাৰ বসুমতাৰী মৃত্যু হৈছিল?
a) ২০১০
b) ২০০২
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ a) ২০১০

১৬। হৰিভক্ত কটুৱাল কিমান চনত জন্ম হৈছিল?
a) ১৯৪৪
b) ১৯৩৫
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ b) ১৯৩৫

১৭। হৰিভক্ত কটুৱাল একাধাৰে কবি গীতিকাৰ, নাট্যকাৰ, অভিনেটা আৰু লগতে কি আছিল?
a) চিত্ৰকৰ
b) গায়ক
c) ইয়াৰ ভিতৰত এটাও নহয়?
উত্তৰঃ a) চিত্ৰকৰ

১৮। হৰিভক্ত কটুৱালৰ উল্লেখযোগ্য গ্ৰন্থ কেইখন?
a) ৮
b) ৫
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ b) ৫

১৯। হৰিভক্ত কটুৱালৰ কিমান চনত মৃত্যু হৈছিল?
a) ১৯৯০
b) ১৯৮০
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ b) ১৯৮০

২০। হাৱাড দেনিচন মোমিন কিমান চনত জন্ম হৈছিল?
a) ১৯১৩
b) ১৯২২
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ a) ১৯১৩

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop