কোন কোন ঠাইৰ পাহাৰীয়া অঞ্চলৰ পৰা ওলোৱা লুণীয়া নিজৰাৰ পানীত লোণ পোৱা যায়? উত্তৰঃ- বৰহাট, শিৱসাগৰ, মিকিৰ পাহাৰ কাছাৰ, মণিপুৰ আৰু অসমৰ পাহাৰীয়া অঞ্চলৰ পৰা ওলোৱা লুণীয়া নিজৰাৰ পানীত লোণ পোৱা যায়। Post Views: 124