🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Geography Book Chapter 14 | (গোট ৫) সাগৰীয় পানীৰ গতি | MCQs Short Question Answer |

 Chapter 14                                        

সাগৰীয় পানীৰ গতি

১। সাগৰীয় পানীৰ তল-ওপৰ গতিক কোৱা হয়-

(ক)জোৱাৰ-ভাটা

(খ)সোঁত

(গ)ঢৌ

উত্তৰঃ (ক)জোৱাৰ-ভাটা

২। বাসন্তি জোৱাৰ তলৰ কোনটোৰ কাৰণে হয়-

(ক)সূৰ্ষ আৰু চন্দ্ৰই দুই বিপৰীত দিশৰ পৰা পৃথিৱীক টনাৰ ফলত

(খ)উপকূলৰ ভাঁজৰ কাৰণে

(গ)সূৰ্য আৰু চন্দ্ৰই একেফালে থাকি পৃথিৱীক টনাৰ ফলত
উত্তৰঃ (গ)সূৰ্য আৰু চন্দ্ৰই একেফালে থাকি পৃথিৱীক টনাৰ ফলত

৩। পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰতব আটাইতকৈ কম হয় তলৰ কোনটোত-

(ক)পৰম দূৰত্ব

(খ)নিম্নতম দূৰত্ব

(গ)অধম দূৰত্ব

উত্তৰঃ (খ)নিম্নতম দূৰত্ব

৪। পৃথিৱী পেৰিহিলিয়ন অৱস্থা পায় তলৰ কোনটো মাহত-

(ক)অক্টোবৰ(খ)জুলাই

(গ)জানুৱাৰী

উত্তৰঃ (গ)জানুৱাৰী

৫। সাগৰীয় সোঁতৰ ওপৰত কিমান ধৰণৰ শক্তিয়ে ক্ৰিয়া কৰে ?

(ক)দুই ধৰণৰ

(খ)বহুধৰণৰ
উত্তৰঃ (ক)দুই ধৰণৰ

৬। জোৱাৰ ভাটা হোৱাৰ প্ৰধান কাৰণ হল-

(ক)চন্দ্ৰৰ মাধ্যাকৰ্ষণ আৰু কিছু পৰিমাণে সূৰ্যৰ আকৰ্ষণ

(খ)বহল মহীসোপান অঞ্চলত  জোৱাৰৰ উচ্চতা অধিক।

(গ)পৃথিৱীৰ বহিঃকেন্দ্ৰিক বলৰ প্ৰভাৱ

উত্তৰঃ (ক)চন্দ্ৰৰ মাধ্যাকৰ্ষণ আৰু কিছু পৰিমাণে সূৰ্যৰ আকৰ্ষণ

৭। বাসন্তি জোৱাৰ আৰু নাটনি জোৱাৰ ভাটাৰ মাজত কিমান দিনৰ ব্যৱধান থাকে ?

(ক)৪ দিনৰ

(খ)৭ দিনৰ

(গ)৮ দিনৰ

উত্তৰঃ (খ)৭ দিনৰ

৮। সাগৰৰ পানীৰ পৃষ্ঠ, সময়ে সময়ে উঠা-নমা কৰাকে                 বোলে।                   

(ক)ঢৌ

(খ)সোঁত

(গ)জোৱাৰ ভাটা

উত্তৰঃ (গ)জোৱাৰ ভাটা

৯। গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰি সোঁতক কেইটাভাগত ভাগ কৰিব পাৰি ?

(ক)দুইভাগত

(খ)তিনিভাগত

(গ)চাৰিভাগত

উত্তৰঃ (ক)দুইভাগত

১০। ফাণ্ডি উপসাগৰৰ জোৱাৰ ভাটাৰ উচ্চতা কিমান ?

(ক)১২-১৩ মিটাৰ(খ)১৫-১৬ মিটাৰ

(গ)১৬-১৭ মিটাৰ

উত্তৰঃ (খ)১৫-১৬ মিটাৰ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop