Class 12 Logic & Philosophy Chapter 1 | আগমন আৰু ইয়াৰ প্ৰকাৰ | MCQs Short Question And Answer |

          Chapter 1                                

আগমন আৰু ইয়াৰ প্ৰকাৰ

১) সত্যতা তৰ্কবিজ্ঞানৰ কি?

ক) জ্ঞান

খ) আদৰ্শ

গ) সমস্যা

উত্তৰঃ খ) আদৰ্শ

২) সত্যতা কেই প্ৰকাৰৰ।

ক) এক প্ৰকাৰৰ

খ) দুই প্ৰকাৰৰ

গ) তিনি প্ৰকাৰৰ

উত্তৰঃ খ) দুই প্ৰকাৰৰ

৩। অনুমান এক প্ৰকাৰৰ কি প্ৰক্ৰিয়া ?

ক) মানসিক প্ৰক্ৰিয়া

খ) দৈহিক প্ৰক্ৰিয়া

গ) ৰাসায়নিক প্ৰক্ৰিয়া

উত্তৰঃ ক) মানসিক প্ৰক্ৰিয়া

৪। এটা যুক্তি কেইটা বচনৰদ্বাৰা গঠিত ।

ক) এটা

খ) দুটা বা তাতোধিক

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) দুটা বা তাতোধিক

৫। এটা যুক্তিত কেইটা অংশ থাকে।

ক) এটা

খ) দুটা

গ) তিনিটা

উত্তৰঃ খ) দুটা

৬। পাশ্চাত্য তৰ্কবিজ্ঞানত অনুমানক কেইটা ভাগত বিভক্ত কৰা হৈছে।

ক) এটা

খ) দুটা

গ) তিনিটা

উত্তৰঃ খ) দুটা

৭। আকাৰগত সত্যতা পূৰ্ণ সত্যতাৰ এটা কি?

ক) স্বৰূপ

খ) আকাৰ

গ) দিশ

উত্তৰঃ গ) দিশ

৮। পৰিমাণ অনুসৰি বচন কেইপ্ৰকাৰৰ?

ক) এক প্ৰকাৰৰ

খ) দুই প্ৰকাৰৰ

গ) তিনি প্ৰকাৰৰ

উত্তৰঃ খ) দুই প্ৰকাৰৰ

৯। আগমণৰ সমস্যা সমাধানৰ বাবে কেইটা মৌলিক নীতিৰ ওপৰত নিৰ্ভৰশীল।

ক) এটা

খ) দুটা

গ) তিনিটা

উত্তৰঃ খ) দুটা

১০) মিলৰ মত অনুসৰি আগমনক কেইটা ভাগত ভাগ কৰা হয়?

ক)এটা

খ) দুটা

গ) তিনিটা

উত্তৰঃ খ) দুটা

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping