Class 12 Logic & Philosophy Chapter 4 | মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি  | MCQs Short Question And Answer |

   Chapter 4                          

মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি

১) নিগমনত্মক তৰ্কবিজ্ঞানৰ সত্যতাৰ কোনটো দিশৰ লগত জড়িত ?

ক) আকাৰগত

খ) অনুসন্ধানগত

গ) বস্তুগত

উত্তৰঃ ক) আকাৰগত

২) কোনে পোনপ্ৰথমে তৰ্কবিজ্ঞানত কোনোপদ্ধতি প্ৰয়োগৰ পোষকতা কৰিছিল।

ক) মিল

খ) পিটাৰ ৰামুচ

গ) এল এছ ষ্টেবিঙ

উত্তৰঃ খ) পিটাৰ ৰামুচ

৩) সমান্তৰালভাৱে তৰ্কবিজ্ঞানত কিমানটা পদ্ধতি প্ৰয়োগ কৰা হয়?

ক) এটা

খ)দুটা

গ) তিনিটা

উত্তৰঃ গ) তিনিটা

৪) সত্যতা অনুসন্ধানত নিগমনাত্মক পদ্ধতি একপ্ৰকাৰৰ কি পদ্ধতি?

ক) বিশ্লেষণাত্মক পদ্ধতি

খ) সংশ্লেষণাত্মক পদ্ধতি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) বিশ্লেষণাত্মক পদ্ধতি

৫) “অপসৰণৰ”  শব্দৰ অৰ্থ কি?

ক) বৰ্জন কৰা

খ) প্ৰতিষ্ঠা কৰা

গ) অনুসন্ধান কৰা

উত্তৰঃ ক) বৰ্জন কৰা

৬) মিলৰ মতে আগমনৰ পদ্ধতি কেই প্ৰকাৰৰ?

ক) তিনি প্ৰকাৰৰ

খ) চাৰি প্ৰকাৰৰ

গ) পাঁচ প্ৰকাৰৰ

উত্তৰঃ গ) পাঁচ প্ৰকাৰৰ

৭) “ব্যতিৰেকী” শব্দৰ অৰ্থ কি?

ক) সাদৃশ্য

খ) পাৰ্থক্য

গ) সুবিধা

উত্তৰঃ খ) পাৰ্থক্য

৮) সহ পৰিৱৰ্তন কেই প্ৰকাৰৰ?

ক) এক প্ৰকাৰৰ

খ) দুই প্ৰকাৰৰ

গ) তিনি প্ৰকাৰৰ

উত্তৰঃ খ) দুই প্ৰকাৰৰ

৯) মিলৰ মুখ্য পৰীক্ষণ কেইটা ?

ক) এটা

খ) দুটা

গ) তিনিটা

উত্তৰঃ খ) দুটা

১০) আৰ্গন গেছৰ আৱিষ্কাৰত কি পদ্ধতি প্ৰয়োগ কৰা হৈছিল ?

ক) সহ-পৰিৱৰ্তন প্ৰণালী

খ) পৰিশেষ প্ৰণালী

গ) মিশ্ৰ অন্বয়ী ব্যতিৰেকী প্ৰণালী

উত্তৰঃ খ) পৰিশেষ প্ৰণালী

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping