🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 4 ৰামায়ণ সাধু Sankardev School | সীতাৰ অগ্নি-পৰীক্ষা | Chapter 26 | অধ্য়ায় ২৬ | Class 4 Ramayana Sadhu Book Sankardev School Question Answer | এই পাঠটো সকলো প্ৰশ্ন উত্তৰ পাব |

Chapter 26

সীতাৰ অগ্নি-পৰীক্ষা

অনুশীলনীঃ

(১) খালী ঠাই পূৰ কৰা-
(ক) বিভীষণৰ বিমানখনৰ নাম পুষ্পক আছিল।
(খ) সীতাই নিজৰ পৱিত্ৰতা প্ৰমাণ কৰিবৰ কাৰণে চিতা জুই দি বহি দিলে
(গ) ৰামে চৈধ্য বছৰ বনবাস পাইছিল।

(২) উত্তৰ লিখা-
(ক) ৰামে বিভীষণক কি কি নিৰ্দেশ দিছিল ?
উত্তৰঃ
ৰামে বিভীষণক সুখী হ’বলৈ আশীৰ্বাদ দিলে আৰু প্ৰজাৰ কল্যাণ কৰিব লৈ নিৰ্দেশ দিলে।

(খ) ৰামে ভৰতক কি কথা দিছিল ?
উত্তৰঃ
ৰামে ভৰতক কৈছিল যে চৈধ্য বছৰ পাছত ঘৰলৈ উভতি যাব।

(গ) ৰামে সীতাৰ অগ্নি-পৰিক্ষা কিয় লৈছিল ?
উত্তৰঃ
ৰামে সীতাৰ অগ্নি-পৰিক্ষা লৈছিল কাৰণ কিছুমান মানুহে সীতাক সন্দেহ কৰিছিল কাৰণ ৰাৱণৰ তাত এবছৰ আছিল। ৰামে মানুহৰ কথা বুজিব পাৰি সীতাৰ অগ্নি-পৰিক্ষা লৈছিল।

(৩) তলত দিয়া শব্দবোৰেৰে বাক্য ৰচনা কৰাঃ
আশীৰ্বাদ, অধীৰ, অভ্যৰ্থনা, সন্দেহ, উত্তীৰ্ণ, জয়ধ্বনি
উত্তৰঃ

আশীৰ্বাদঃ বিকাশ চেতিয়ে অল ইন্দিয়া ৰাইড কৰিব যাব বাবে মাকৰ পৰা আশীৰ্বাদ ল’লে।
অধীৰঃ ৰিম্পী দেইতাক ঘৰলৈ আহিব বাবে ৰিম্পীয়ে অধিৰ হৈ আচে।
অভ্যৰ্থনাঃ অযোধ্যা বাসীয়ে ৰামক অভ্যৰ্থনা দিবলৈ ৰৈ আচে।
সন্দেহঃ ৰাহুলে কিতাপ মোৰ কিতাপ খন চুৰ কৰা বুলি মোৰ সন্দেহ হৈ।
উত্তীৰ্ণঃ ৰাজেনে পৰিক্ষাত ভালদৰে উত্তীৰ্ণ হ’ল।
জয়ধ্বনিঃ যুদ্ধত জয় হোৱা বাবে সকলো মানুহে ৰামক জয়ধ্বনি দিলে।

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop