SVN Class 4 Enviroment Chapter 7 MCQ Answer | মৰুভূমি আৰু ইয়াৰ বাসিন্দা

Chapter 7

মৰুভূমি আৰু ইয়াৰ বাসিন্দা

১। মৰুভূমি কি ?

(ক) বালিময় বহল এলেকা

(খ) বৰফময় বহল এলেকা

(গ) পানীময় বহল এলেকা

উত্তৰঃ (ক) বালিময় বহল এলেকা

২। মৰুভূমিত দিনৰ ভাগত কি হয় ?

(ক) অত্যন্ত গৰম

(খ) অত্যন্ত ঠাণ্ডা

(গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (ক) অত্যন্ত গৰম

৩। ধূলি ধুমুহাই মাজে মাজে কি তৈয়াৰ কৰে ?

(ক) বালি পাহাৰ তৈয়াৰ কৰে

(খ) সমভূমি তৈয়াৰ কৰে

(গ) গাতৰ তৈয়াৰ কৰে

উত্তৰঃ (ক) বালি পাহাৰ তৈয়াৰ কৰে

৪। নিশা হলে মৰুভূমি কি হৈ পৰে ?

(ক) গৰম হৈ পৰে

(খ) শীতল হৈ পৰে

(গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) শীতল হৈ পৰে

৫। মৰুভূমিবোৰতো বহুতো কি পোৱা যায় ?

(ক) উদ্ভিদ পোৱা যায়

(খ) উদ্ভিদ আৰু প্ৰাণী পোৱা যায়

(গ) প্ৰাণী পোৱা যায়

উত্তৰঃ (খ) উদ্ভিদ আৰু প্ৰাণী পোৱা যায়

৬। মৰুভূমিৰ মানুহে বাহন হিচাপে কি ব্যৱহাৰ কৰে ?

(ক) বাঘ

(খ) উট

(গ) Thar গাড়ী খন

উত্তৰঃ (খ) উট

৭। ভাৰতবৰ্ষত থকা মৰুভূমি খনৰ নাম কি ?

(ক) চাহাৰা মৰুভূমি

(খ) চেৰিংগিতি মৰুভূমি

(গ) থৰ মৰুভূমি

উত্তৰঃ (গ) থৰ মৰুভূমি

৮। থৰ মৰুভূমি খন কত অৱস্থিত ?

(ক) মৰিগাওঁ

(খ) ৰাজস্থান

(গ) নগাওঁ

উত্তৰঃ (খ) ৰাজস্থান

৯। চাহাৰা, গোবি, কালাহৰি আৰু চেৰিংগিতি কি বিখ্যাত ?

(ক) জিলা বিখ্যাত

(খ) ৰাজ্য বিখ্য়াত

(গ) পৃথিৱীৰ বিখ্য়াত

উত্তৰঃ (গ) পৃথিৱীৰ বিখ্য়াত

১০। পৃথিৱীৰ বিখ্য়াত মৰুভূমি দুখনৰ নাম লিখা

(ক) চাহাৰা আৰু গোবি

(খ) চাহাৰা আৰু থৰ

(গ) চেৰিংগিতি আৰু থৰ

উত্তৰঃ (ক) চাহাৰা আৰু গোবি

১১। থৰ মৰুভূমিয়ে কোন ৰাজ্যৰ বহু ঠাই আগুৰি আছে

(ক) গুজৰাট ৰাজ্যৰ বহু ঠাই আগুৰি আছে

(খ) ৰাজস্থান ৰাজ্যৰ বহু ঠাই আগুৰি আছে

(গ) এটাও নহয়

উত্তৰঃ (খ) ৰাজস্থান ৰাজ্যৰ বহু ঠাই আগুৰি আছে

১২। মৰুভূমিৰ কোনটো পানীয়ে এবাৰ পানী খালে কেইবাদিনো নোখোৱাকৈ থাকিব পাৰে

(ক) উট

(খ) ঘোঁৰা

(গ) এটাও নহয়

উত্তৰঃ (ক) উট

Type: Pompi Hazarika

0
    0
    Your Cart
    Your cart is emptyReturn to Shop