Class 4 Environment Book Chapter 4 Answer | Sankardev School Class 4 Environment Book Chapter 4 পৃথিৱীত জীৱৰ বিচৰণৰ আৰম্ভণি Question Answer |

Chapter 4

পৃথিৱীত জীৱৰ বিচৰণৰ আৰম্ভণি

১। পৃথিৱীৰ প্ৰথম জীৱ বুলি কাক ধৰা হয়? 
উত্তৰঃ
নীল হৰিৎ (নীল সেউজীয়া) শেলাইবোৰকে পৃথিৱীৰ প্ৰথম জীৱ বুলি ধৰা হয়।


২। শেলাই দেহত কি থাকে? 
উত্তৰঃ 
শেলাই দেহত পত্ৰহৰিৎ।


৩। মানুহ কি প্ৰাণী?
উত্তৰঃ 
মানুহ সামাজিক প্ৰাণী।


৪। মানুহ পৃথিৱীৰ কি জীৱ?
উত্তৰঃ 
মানুহ পৃথিৱীৰ উত্তম জীৱ।


৫। এই পৃথিৱীৰ শেষৰ বাসিন্দা কোন?
উত্তৰঃ 
এই পৃথিৱীৰ শেষৰ বাসিন্দা মানুহ।


৬। কোনে সমাজ পাতি বসবাস কৰিব পাৰে?
উত্তৰঃ 
মানুহে।


৭। শেলাই নিজৰ আহাৰ নিজে তৈয়াৰ কৰে নে নকৰে?
উত্তৰঃ 
শেলাই নিজৰ আহাৰ নিজে তৈয়াৰ কৰে।


৮। শেলাইৰ লগত আৰু কি আবিৰ্ভাৱ হৈছিল?’
উত্তৰঃ 
শেলাইৰ লগত অতি ক্ষুদ্ৰ প্লাৱক কিছুমান ক্ৰমান্বয়ে পৃথিৱীত আবিৰ্ভাৱ হৈছিল।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop