🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 4 Environment Book Chapter 10 Answer | Sankardev School Class 4 Environment Book Chapter 10 বতৰ আৰু আমাৰ বাসস্থান Question Answer |

Chapter 10

বতৰ আৰু আমাৰ বাসস্থান

১। কি কি পৃথিৱীৰ বাবে অত্যন্ত প্ৰয়োজন?

উত্তৰঃ সূৰ্যৰ পোহৰ আৰু তাপ পৃথিৱীৰ বাবে অত্যন্ত প্ৰয়োজন।

২।কোনে বায়ুমণ্ডলক গৰম কৰি ৰাখে?

উত্তৰঃ সূৰ্যৰ পোহৰ আৰু তাপে বায়ুমণ্ডলক গৰম কৰি ৰাখে।

৩। বতৰৰ তাৰতম্য কিয় দেখা যায়?

উত্তৰঃ সূৰ্যৰ পোহৰ পৃথিৱীৰ সকলোতে সমানে নপৰে সেয়ে বতৰৰ তাৰতম্য দেখা যায়।

৪। স্থানীয় বতৰ কোনে নিৰ্ণয় কৰে।

উত্তৰঃ স্থানীয় বতৰ ৰ’দ বতাহ আৰু বৰষুণে নিৰ্ণয় কৰে।

৫। আমি গৰমকালি গৰম আৰু জাৰকালি ঠাণ্ডা অনুভৱ কিয় কৰো?

উত্তৰঃ আমি গৰমকালি গৰম আৰু জাৰকালি ঠাণ্ডা অনুভৱ কাৰণ ঋতু সলনি হ’লে সূৰ্যৰ তাপ আৰু পোহৰ কম বা বেছিকৈ পৰে।

৬। আমাৰ পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লৈ?

উত্তৰঃ আমাৰ পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৩৬৫/৪ দিন সময় লৈ।

৭। আৰ্দ্ৰতা কাক বোলে?

উত্তৰঃ বায়ুমণ্ডলত জলীয় ভাপ মিহলি হৈ থকাকে আৰ্দ্ৰতা বোলা হয়।

৮। কি বেছি হ’লে মানুহৰ গাৰ গাম সোনকালে ভাপ নহয়?

উত্তৰঃ আৰ্দ্ৰতা বেছি হ’লে গাৰ গাম সোনকালে ভাপ নহয়।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop