Sale!
Other Books
সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা চিৰযুগমীয়া গীত
Original price was: ₹99.00.₹9.00Current price is: ₹9.00.
📘 কিতাপৰ নাম: সুধাকণ্ঠ ড. ভূপেন হাজৰিকা: চিৰযুগমীয়া গীত
💰 মূল্য: কেৱল ₹৯/-
📞 সহায়ক নম্বৰ: 6000879561 (WhatsApp Only)
📧 মেইলঃ shop.mightlearn@gmail.com
🎤 “মই eti jajabor” — এই স্বৰেই জীয়াই থাকে এটা যুগৰ অন্তৰাত্মা।
এই কিতাপখনত সংকলিত হৈছে ড. ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ — যি গীতসমূহত আছে জীৱনৰ গভীৰতা, সমাজৰ সঁচা ছবি, মৰম-বন্ধুত্ব, অসম, ভাৰত আৰু বিশ্বৰ কথাৰ সংগীতময় অভিব্যক্তি।
📖 সুধাকণ্ঠ ড. ভূপেন হাজৰিকা: চিৰযুগমীয়া গীত কিতাপখন কেৱল গীতৰ পংক্তিসমূহৰ সংগ্ৰহ নহয় — ই এক জীৱন্ত ইতিহাস, এক সাংস্কৃতিক উৎস।
🌟 নতুন প্ৰজন্মৰ বাবে সুধাকণ্ঠৰ চিন্তাধাৰা আৰু সুৰত চিনাকী হোৱাৰ এক অমূল্য সুযোগ।
🎶 “মানুহে মানুহৰ বাবে” — এই বিশ্বাসৰে গাঁথি তোলা কিতাপ এখন আপোনাৰ সংগ্ৰহত থকাই উচিত।
Reviews
There are no reviews yet.