Sale!

Assam Police অসম আৰক্ষী Recruitment Books | Assamese and English Medium | Constable (AB) (UB), Commando, APRO, and Other best Guide Books |

Original price was: ₹199.00.Current price is: ₹75.00.

SKU: DAP0121 Category: Tag:

📘 Assam Police প্রস্তুতি কিতাপ (অসমীয়া মাধ্যম)

🔖 নতুন পাঠ্যক্ৰম | MCQ সহ সমাধান | সহজ ভাষাত ব্যাখ্যা

Assam Police ৰ Constable, Sub-Inspector (SI), Commando আদি লিখিত পৰীক্ষাৰ বাবে বিশেষভাৱে সাজি তোলা এই কিতাপখন আপোনাৰ সফলতাৰ সোপান হ’ব। অসমীয়া ভাষাৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে সহজ ভাষা, পৰীক্ষা ভিত্তিক প্ৰশ্ন আৰু ব্যাপক অনুশীলন এই কিতাপখনৰ মূল বৈশিষ্ট্য।

এই কিতাপখনত আপুনি পাবঃ
সাধাৰণ জ্ঞান (General Knowledge) – অসম আৰু ভাৰতৰ ইতিহাস, ভূগোল, বিজ্ঞান, ক্রীড়া, চৰকাৰী আঁচনি
যুক্তি আৰু বুদ্ধিমত্তা (Reasoning & Mental Ability) – শ্ৰেণী বিন্যাস, বাচনি, সংখ্যা শৃংখলা আদি
সাধাৰণ গণিত (Numerical Aptitude) – যোগ, বিয়োগ, শতাংশ, লাভ-ক্ষতি, সৰল-চক্ৰবৃদ্ধি সূদ
অসমীয়া ভাষা আৰু ব্যাকৰণ – অসমীয়া বানান, সমাস, বাচ্য, প্ৰয়োগমূলক প্ৰশ্ন

📦 ফৰ্মেট: ছফ্টকপী (PDF)
ডেলিভাৰী: পেমেন্টৰ পাছতে ইমেইলৰ জৰিয়তে তৎক্ষণাৎ
💰 মূল্য: [75/- Only]

Add to Cart Buy Now
0
    0
    Your Cart
    Your cart is emptyReturn to Shop
    Scroll to Top