Finance Books – ধনীয় হোৱাৰ দিশে প্ৰথম পদক্ষেপ
ব্যক্তিগত বিত্ত ব্যৱস্থাপনা | বিনিয়োগৰ কৌশল | কেৱল ₹৯৯ টকাত!
এই কিতাপখনত আপুনি নিজৰ ধন সঞ্চয়, বিনিয়োগ আৰু বিত্তীয় স্বাধীনতা লাভ কৰাৰ বিষয়ে সহজ ভাষাত বিস্তারিত জ্ঞান লাভ কৰিব। ইয়াত বাস্তৱ জীৱনৰ উদাহৰণ আৰু প্ৰয়োগযোগ্য কৌশল দিয়াৰ লগতে, ধন-সম্পদ বৃদ্ধি কৰাৰ সঠিক দিশা দৰ্শোৱা হৈছে।
এই কিতাপখনত আপুনি পাবঃ
Personal Finance (ব্যক্তিগত বিত্ত) কেনেকৈ পৰিচালনা কৰিব
Budget বনোৱাৰ কৌশল আৰু খৰচ নিয়ন্ত্ৰণ
সঠিক সময়ত বিনিয়োগৰ (Investment) গুৰি
Stock Market, Mutual Funds, SIP বিষয়ে আধুনিক জ্ঞান
ধনীয় মানুহৰ মনােভাৱ আৰু কৌশলবোৰৰ বিষয়ে আলোচনা
ঋণ (Loan) আৰু বীমা (Insurance) বুজি লোৱাৰ উপায়
ধন বঢ়োৱা আৰু সম্পদ সৃষ্টিৰ পথ
ফৰ্মেট: PDF (Digital Copy)
ডেলিভাৰী: পেমেন্টৰ পাছত ইমেইল/WhatsApp-ত তৎক্ষণাৎ
মূল্য: ₹৯৯ মাত্ৰ
সহায়ৰ বাবে যোগাযোগ কৰক:
Email: shop.mightlearn@gmail.com
উপযুক্ত হবঃ
-
চাকৰি কৰা ব্যক্তি, ছাত্ৰ-ছাত্ৰী আৰু নতুন বিনিয়োগকাৰী
-
যিসকলে নিজৰ বিত্তীয় জীৱন উন্নত কৰিব বিচাৰে
-
Self-development আৰু Business Interest থকা সকলৰ বাবে
Reviews
There are no reviews yet.